• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

3 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

10 hours ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

10 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

11 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

11 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

12 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

12 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

13 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

13 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

14 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

14 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

15 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে

editor by editor
July 1, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জুলাই মাহতেই মহাদেৱৰ আশীৰ্বাদ পাব! বিৰল যোগত সুখকৰ জীৱন কটাব এই ৫ৰাশিৰ লোকে
0
SHARES
31k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাওন মাহ শিৱৰ অন্যতম প্ৰিয় মাহ। শাওন মাহৰ সোমবাৰকেইটাৰো আছে বিশেষত্ব। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে শাওন মান অত্যন্ত পবিত্ৰ এক মাহ। হিন্দু কেলেণ্ডাৰমতে এইবাৰ ৪ জুলাই মঙলবাৰে আৰম্ভ হ’ব শাওন মাহ। শেষ হ’ব ১৮ আগষ্টত। শাস্ত্ৰ অনুসৰি, শাওন মাহৰ প্ৰথম সোমবাৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ উপবাসে থাকে বহু ভক্ত। প্ৰায় ১৯বছৰ পাছত শাওন মাহত পৰিছে বিৰল যোগ। এইবাৰ শাওন মাহ দুমাহ ধৰি চলিব।

হিন্দু শাস্ত্ৰমতে এইবাৰ মলমাহ বা পুৰুষোত্তম মাহৰ কাৰণে শাওন মাহ দুমহীয়া। প্ৰায় ১৯বছৰ পাছত শাওন মাহ দুমহীয়া হৈছে। শাওন মাহ এইবাৰ ৫ৰাশিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। জ্যোতিষীৰ মতে কোনকেইটা ৰাশিৰ বাবে বিশেষ হ’ব শাওন মাহ?

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলৰ বাবে শাওন মাহটো অত্যন্ত শুভ আৰু ফলদায়ক। এই সময়ত ভগৱান শিৱৰ কৃপাত ৰৈ যোৱা কামসমূহ সমাপ্ত হ’ব। জীৱনত ইতিবাচক শক্তিৰ প্ৰবেশ ঘটিব। এই সময়ত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ কৰিব। যাৰবাবে নতুন প্ৰকল্পৰ কাম সময়মতে সম্পন্ন কৰিবলৈ সক্ষম হ’ব। চাকৰি পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিছে যদি এই সময় আপোনাৰ বাবে অনুকূল থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত অগ্ৰগতিৰ সমস্ত বাধা দূৰ হ’ব। নতুন পদত বহি নিজা প্ৰতিভা দেখোৱাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব পাৰে। প্ৰয়োজনত পূৰ্ণ যত্ন ল’ব পাৰে। এই সময়ত ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থ সঞ্চয় কৰিব পাৰিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শাওনমাহটো খুবেই ভাল মাহ। এই সময়ত শিৱৰ কৃপাত সমস্ত কাম সময়মতে সম্পন্ন হ’ব। সন্তানসকলৰ উন্নতিৰ বাবে ভাল সিদ্ধান্ত লোৱাত সক্ষম হ’ব। শিক্ষাৰ্থীসকলেও ভাল সুযোগ লাভ কৰিব। চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকাসকলে শুভ ফল লাভ কৰিব। মহাদেৱৰ কৃপাত এই ৰাশিৰ জাতক-জাতিকাসকলে ভাল সম্পৰ্ক অৰ্জন কৰিব। পৈতৃক সম্পত্তিৰ পৰাও লাভৱান হ’ব পাৰিব। ব্যৱসায়ীসকলে এই সময়ত নতুন পৰিকল্পনা হাতত ল’ব পাৰে। চৰকাৰী কোনো কামত এপ্লাই কৰিলে সফলতা পাব। কোনো সম্পত্তি বা নতুন যানবাহন ক্ৰয়ৰ ইচ্ছা থাকিলে এই সময়ত ল’ব পাৰে।

তুলা ৰাশি
তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শাওন মাহ বহু উপকাৰী। এই সময়ত ভগৱান শিৱৰ কৃপাত, অপূৰ্ণ ইচ্ছাসমূহ লাহে লাহে পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মৰত ব্যক্তিৰ উন্নতিৰ যোগ। এই সময়ত মনত ধৰ্মীয় চিন্তা আহিব। তুলা ৰাশিৰ জাতকসকলে শশুৰৰ ঘৰৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। সন্তানৰ উন্নতি হ’ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব।

ধনু ৰাশি
শাওন মাহত ধনু ৰাশিৰ জাতকসকলে ভগৱান শিবৰ কৃপা লাভ কৰিব। জীৱনত ইতিবাচকতা বৃদ্ধি পাব। এই সময়ত আৰ্থিক লাভৰ নতুন উৎস পোৱা যাব। মহাদেৱৰ আশীৰ্বাদত পৰিয়ালত সুখ শান্তিৰ পৰিবেশ গঢ়ি উঠিব। শাওন মাহত ভগৱান শিৱ আৰু পাৰ্বতীৰ পূজা কৰিলে দাম্পত্য জীৱন সুখকৰ হ’ব। এই সময়ত ব্যৱসায়ীসকলো সফল হ’ব।

মীন ৰাশি
মীন ৰাশিৰ জাতকসকলৰ বাবে শাওন মাহ অনুকূল হ’ব। ভগৱান শিৱৰ আশীৰ্বাদত আপুনি বিদেশ ভ্ৰমণত যোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰতো উন্নতিৰ যোগ। অৰ্থ উপাৰ্জনত সফল হ’ব। শিৱৰ কৃপাতেই সপোনে সফলতা লাভ কৰিব। যান বাহন ক্ৰয় কৰিম ভাৱিলে সফল হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
Next Post
ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

ফ্ৰান্সৰ বিক্ষোভ! কি হৈছে ফ্ৰান্সত? ১৩০০ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ

১কোটি সোনৰ ঝুলনা উপহাৰ আম্বানীৰ, কন্যাৰ নাম কি. ক্লিন কাৰা ৰাখিলে ৰামচৰণে?

১কোটি সোনৰ ঝুলনা উপহাৰ আম্বানীৰ, কন্যাৰ নাম কি. ক্লিন কাৰা ৰাখিলে ৰামচৰণে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.