• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশূন্যত মৃত্যু হ’লে কি পৰিণতি হয় মহাকাশচাৰীৰ দেহৰ? কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

মহাশূন্যত মৃত্যু হ’লে কি পৰিণতি হয় মহাকাশচাৰীৰ দেহৰ? কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

3 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

37 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

1 hour ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

2 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

3 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

6 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

23 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

23 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশূন্যত মৃত্যু হ’লে কি পৰিণতি হয় মহাকাশচাৰীৰ দেহৰ? কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?

editor by editor
August 4, 2023
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
মহাশূন্যত মৃত্যু হ’লে কি পৰিণতি হয় মহাকাশচাৰীৰ দেহৰ? কেনেকৈ কৰা হয় শেষকৃত্য? নাছাৰ বিশেষ নিয়মাৱলীত কি আছে?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহু অজানা ৰহস্য বিচাৰিয়েই বিজ্ঞানীয়ে মহাকাশলৈ বাৰে বাৰে যাত্ৰা কৰে। বহু বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা বিগত কেইবাদশক ধৰি মহাকাশত চলাই আছে মহাকাশচাৰীসকলে। এই গৱেষণাৰ দৌৰত চামিল হৈ আছে কেইবাখনো দেশ। আমেৰিকা, ৰাছিয়া, চীন আদি দেশে প্ৰতিনিয়ত মহাকাশক লৈ গৱেষণা চলাই আছে। এই তালিকাত ভাৰতো আছে। ভাৰতৰ ইছৰোৱেও সীমিত সামৰ্থৰে কিন্তু এইকেইখন দেশক টক্কৰ দিয়েই মহাকাশ গৱেষণা চলাই আছে। মহাকাশত অভিযান চলাবলৈ গৈ কেইবাজনো মহাকাশচাৰীৰ মৃত্যুও ঘটিছে। মহাকাশতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে গৱেষকে। তেনে এটি ঘটনাই হৈছিল ২০০৩ চনৰ ১৬ জানুৱাৰীত। ৭ মহাকাশচাৰীক লৈ আমেৰিকাৰ মহাকাশযান কলম্বিয়াই যাত্ৰা আৰম্ভ কৰিছিল। অভিযানটোৰ নাম আছিল এছ টি এছ ১০৭। কিন্তু ১৫ দিনৰ পিছতেই মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পথত ধ্বংস হৈ যায় মহাকাশযানখন। লগে লগেই মৃত্যু হয় ৭গৰাকী মহাকাশচাৰীৰেই। এই দুৰ্ঘটনাতেই মৃত্যু হৈছিল ভাৰতীয় বংশোদ্ভুতৰ এজন মহাকাশচাৰীৰো। তেওঁ আন কোনো নহয় তেওঁ হৈছে কল্পনা চাওলা।

মহাকাশচাৰীসকলে পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰত অভিযান চলোৱা বহু টান কাম। ৬০ বছৰ পূৰ্বে মহাজাগতিক অনুসন্ধান আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈকে ২০জন মহাকাশচাৰীৰ মৃত্যু হৈছে। এই দুৰ্ঘটনা কেইটাৰ এটা হৈছিল ১৯৮৬ চনক আৰু আনটো দুৰ্ঘটনা হৈছিল ২০০৩ চনত। নাছাই পঠোৱা মহাকাশযান দুৰ্ঘটনাত নিহত হৈছে মুঠ ১৪জন লোকৰ। ১৯৭১ চনত ছয়ুজ-১১ অভিযানৰ সময়তো মৃত্যু হৈাছিল তিনিগৰাকী মহাকাশচাৰীৰ। ১৯৬৭ চনৰ এপল’-১ লঞ্চ পেডত জুই লগাৰ বাবে তিনিগৰাকী মহাকাশচাৰীৰ মৃত্যু হৈছে। মহাকাশলৈ পঠোৱা বেছিভাগ যানেই মানৱবিহীন যান। তাৰমাজতেই ২০২৫ চনত চন্দ্ৰলৈ আৰু ২০৩০ চনত মঙ্গললৈ মানৱ যান পঠোৱাৰ পৰিকল্পনা কৰিছে নাছাই।

ইয়াৰমাজতে বহুতেই সোধা এটা বিশেষ প্রশ্নৰ উত্তৰ দিছে নাছাই। যদি কোনো মহাকাশচাৰীৰ মহাকাশতেই মৃত্যু হয় তেন্তে মৃতদেহৰ কি কৰে? শেষকৃত্য কৰাৰ কিবা উপায় নাছাই ৰাখিছেনে? নাছাৰ নিয়মাৱলীত তেনে কিবা কথা উল্লেখ আছে? নাছাই এইকেইটা প্ৰশ্নৰ উত্তৰত জনোৱা অনুসৰি, যদি কোনো মহাকাশচাৰীৰ পৃথিৱীৰ কক্ষপথত থাকোতেই মৃত্যু হয়, বা মহাকাশ কেন্দ্ৰৰ কাষত থাকোতেই মৃত্যু হয় তেন্তে সেইগৰাকী মহাকাশচাৰীৰ দেহ পৃথিৱীলৈ পঠিয়াই দিয়া হয়।

যদি কোনো মহাকাশচাৰীৰ মৃত্যু চন্দ্ৰত হয় তেন্তে সেই মৃতদেহ তেওঁ যাত্ৰা কৰা মহাকাশযানখনতে পৃথিৱীলৈ ওভতাই অনা হয়। নাছাৰ নিয়মাৱলীত মৃতদেহ সংৰক্ষণ নাছাৰ বাবে প্ৰধান কথা নহয়। কিন্তু যিসকল মহাকাশচাৰী সুস্থ অৱস্থাত থাকে তেওঁলোকক সুকলমে পৃথিৱীলৈ ওভতাই অনাটোৱে নাছাৰ গাইডলাইনত থকা উল্লেখযোগ্য কথা। নাছাৰ নিয়মাৱলী অনুসৰি মৃত্যু যোৱা অৱস্থাত হ’লেও লগে লগে সেই মৃতদেহ পৃথিৱীত পঠিয়াই দিব তেনে কথা নাই। যিসকল সুস্থ হৈ থাকে তেওঁলোকে অভিযান সমাৰি ওভতি অহাৰ সময়তহে মৃতদেহটো লৈ আহিব। অৰ্থাৎ মৃতদেহটো ঘূৰাই আনিবলৈ কেইবাবছৰো লাগিব পাৰে। তেতিয়ালৈকে মহাকাশতেই বিশেষভাৱে সেই দেহটো সংৰক্ষণ কৰি ৰাখে। মহাকাশযানৰ ভিতৰত স্থিৰ তাপমাত্ৰা আৰু আৰ্দ্ৰতাই দেহটো পচিবলৈ নিদিয়ে। এই সকলো নিয়ম কিন্তু তেতিয়াহে প্ৰযোজ্য হ’ব যেতিয়া মহাকাশযানত স্বাভাৱিকভাৱেই মহাকাশচাৰীজনৰ মৃত্যু হ’ব।

ইয়াৰোপৰি কোনো মহাকাশচাৰীয়ে যদি মহাকাশত যাত্ৰা কৰাৰ বাবে তৈয়াৰ কৰা বিশেষ পোচাক স্পেছচ্যুট নিপিন্ধাৰ বাবেই মৃত্যুক আকোঁৱালী লয় তেন্তে তেওঁৰ দেহটো ঘূৰাই আনেনে? মহাকাশত যাত্ৰা কৰোতে স্পেছছ্যুট অতি প্ৰয়োজনীয়। অন্যথা মহাকাশচাৰীজনৰ মৃত্যু ঘটিব পাৰে। মহাশূন্যত চাপ কমি যোৱাক ফলত অক্সিজেনৰ অনুপস্থিতিত মহাকাশচাৰীজনৰ উশাহ লোৱাত অসুবিধা হয়। যাৰফলত মহাকাশচাৰীজনৰ মৃত্যু হ’ব পাৰে।

চন্দ্ৰতো বায়ু প্ৰায় নায়েই। যি আছে তাৰ পৰিমানো নিচেই কম। আনহাতে মঙল গ্ৰহৰ বায়ুমণ্ডল খুবেই পাতল। মুক্ত অক্সিজেন প্ৰায় নায়েই। ফলত দুয়োটাস্থানতেই স্বাস-প্ৰ্শ্বাসত কষ্ট হৈ মহাকাশচাৰীৰ মৃত্যু হ’ব পাৰে। নাছাৰ নিয়ম অনুসৰি মহাকাশচাৰীৰ মৃত্যু হ’লে কোনো ধৰ্মৰ পৰম্পৰা মানি শেষকৃত্য কৰা নহয়। চন্দ্ৰ বা মঙ্গলত দেহ জ্বলাবৰ বাবে প্ৰচুৰ পৰিমানৰ শক্তিৰ প্ৰয়োজন। কিন্তু মহাকাশচাৰীৰ কাষত সীমিত পদাৰ্থহে থাকে। ইয়াৰোপৰি মৃতদেহ হৈ যোৱাৰ লগে লগে বিভিন্ন অনুজীৱই শৰীৰত বাহৰ পাতে। সেয়ে চন্দ্ৰপৃষ্ঠত বা মঙলত কবৰ দিয়াও সম্ভৱ নহয়। মহাকাশচাৰীসকলে সেয়ে সতীৰ্থৰ মৃত্যু হ’লে এটা বিশেষ বেগত ভৰাই পৃথিৱীলৈ ওভতাই লৈ আনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ
বিনোদন

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

October 21, 2026
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!
জীৱনশৈলী

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

October 21, 2026
Next Post
ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.