• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

3 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

39 minutes ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

53 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

2 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

4 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

5 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

6 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

editor by editor
August 4, 2023
in ভাৰত, ৰাজনীতি
0
ৰাহুল গান্ধীৰ বৃহৎ জয়! চুৰাট আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোদী উপাধিৰ সকলো ব্যক্তিয়েই চোৰ বুলি কৈ বিজোপি চৰকাৰৰ ৰোষত পৰিছিল ৰাহুল গান্ধী। মোদী উপাধিক অৱমাননা কৰাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ে ৰাহুলক দিছে স্বাস্তি। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভা আৰু পি কে মিশ্ৰৰ বেঞ্চে শুকুৰবাৰে দিছে বিশেষ ৰায়। ৰাহুলৰ মোদী পদবীক অৱমাননা কৰাৰ গোচৰত দুবছৰ কাৰাগাৰৰ শাস্তিৰ ওপৰত স্থগিতাদেশ প্ৰদান কৰিছে। অৰ্থাৎ চুৰাট আদালতৰ ৰায় এতিয়া কাৰ্যকৰী নহ’ব।

‘অপৰাধমূলক মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুলক বিগত ২৩ মাৰ্চত দুবছৰৰ জে’লৰ শাস্তি দিছিল চুৰাট আদালতে। সেই বিষয়তেই স্থগিতাদেশৰ বাবে আবেদন কৰিছিল ৰাহুলে। কিন্তু সেই স্থগিতাগেশ বিগত ৭ জুলাইত খাৰিজ কৰিছিল গুজৰাট হাই কৰ্টৰ বিচাৰপতি হেমন্ত প্ৰচ্ছকৰ বেঞ্চে। গুজৰাট হাই কৰ্টে এই স্থগিতাদেশ খাৰিজ কৰাৰ পাছতেই ১৭ জুলাইত ৰাহুলৰ অধিবক্তাই কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। ৰাহুলৰ অধিবক্তা অভিষেক মণু সিঙ্ঘিয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দিয়া আবেদনত লিখিছিল, ‘যদি গুজৰাট হাই কৰ্টে ৭ জুলাইৰ ৰায় স্থগিত নকৰে তেন্তে বাকস্বাধীনতা, মতপ্ৰকাশ, স্বাধীন চিন্তাধাৰাতো দেশত অসুবিধা হ’ব।’

২০১৯ চনত লোকসভা ভোটৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকত মোদী উপাধিক লৈ আপত্তিকৰ মন্তব্য কৰিছিল। বিগত ২৩ মাৰ্চত গুজৰাটৰ চুৰাটৰ মেজিষ্ট্ৰেট আদালতৰ বিচাৰপীঠ এইছ এছ বাৰ্মাই দুবছৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল ৰাহুলক। গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে গোচৰ তৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

‘সাংসদ পদ খাৰিজ কৰি বাসগৃহও কাঢ়িছিল, ক্ষমা খুজি সকলো উভতাই দিয়ক বিজেপিয়ে’, ৰাহুলৰ সপক্ষে এটাৰ পাছত আনটো টুইট, ভগ্নী প্ৰিয়ংকাই ক’লে, সূৰ্য, চন্দ্ৰ আৰু সত্যক লুকুৱাই ৰাখিব নোৱাৰি

উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

উচ্চতম ন্যায়ালয়ে ৰাগাৰ সপক্ষে ৰায় দিছে, আমি স্বাগতম জনাইছো কিন্তু আইনী যুঁজ অব্যাহত থাকিবঃ পূৰ্ণেশ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.