• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

3 years ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

3 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

4 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

5 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

6 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

6 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

7 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

7 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

8 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

10 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

editor by editor
August 6, 2023
in অসম
0
মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
স্বাধীনতা দিৱস সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
অমৃতকালৰ অমৃত সময়ৰ এই স্বাধীনতা দিৱস এইবাৰ পৃথকভাৱে উদযাপন কৰা হ’ব।
স্বাধীনতা সংগ্ৰামত মৃত্যু হোৱা লোকৰ পৰিয়ালক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
যদি কোনো গাওঁত কোনো শ্বহীদ নাই তেন্তে সেই গাওঁৰ শিলাফলকসমূহ দেশৰ যিকোনো মুক্তিযোদ্ধাৰ নামত স্থাপন কৰা হ’ব।
শিলাফলকসমূহ ৮ আগষ্ঠত স্থাপন কৰা হ’ব।
গাওঁৰ ৰাইজে স্বাধীনতা দিৱসৰ দিয়া সেই শিলাফলকৰ কাষত সংকল্প ল’ব।
৯-১৪ তাৰিখৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাওঁত ৭৫টাকৈ গছপুলি ৰুৱা হ’ব।
এই কাৰ্যসূচী অমৃত বৃক্ষৰোপনৰ অন্তৰ্গত নহয়।
১৪আগষ্ট বিভাজন-বিভীষিকা দিৱস হিচাপে পালন কৰা হ’ব।
ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলোৱে সেইদিনা সংকল্পবদ্ধ হ’ব।
মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ১৩ তাৰিখে অসম আৰক্ষীয়ে বিশেষ ৰেলী কৰিব।
সকলোৱে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰিব লাগিব।
২৩ আগষ্ট তাৰিখে অসম চৰকাৰে নতুন কাৰ্যসূচী আৰম্ভ কৰিব।
২৩ তাৰিখে অসমৰ প্ৰত্যেকখন গাওঁৰ পৰা মাটি আনি মাটি যাত্ৰা কৰিব।
মাটিখিনি গাওঁৰ পৰা লৈ পঞ্চায়ত কাৰ্যালয়লৈকে যাত্ৰা কৰিব।
এখন পঞ্চায়তৰ অন্তৰ্গত সমূহ গাওঁৰ মাটি তাত জমা কৰিব লাগিব।
২৩ তাৰিখে সেই সমূহ মাটি সংমিশ্ৰণ কৰিব।
২৪তাৰিখে পুৱা সেই মাটি পঞ্চায়তৰ পৰা ব্লক হেডকোৱাৰ্টাৰলৈ বিশেষ যাত্ৰা কৰি লৈ যোৱা হ’ব।
ব্লক হেডকোৱাৰ্টাৰৰ পৰা সেই মাটিসমূহ সংমিশ্ৰণ কৰি সৰ্থেবাৰীৰ পৰা দিয়া বিশেষ কলহত সোমোৱাই ২৫ তাৰিখে গুৱাহাটীলৈ লৈ আনিব লাগিব।
২৬ তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত সেই মাটিসমূহ গোটাই ভূমি পূজন কৰা হ’ব।
বিহুৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অংশ লোৱা যুৱক বা এন চিচি কৰা যুৱকে লৈ আনিব লাগিব।
২৬ তাৰিখে নিশাই দুটা কলহৰ এটা ৰাজ্য চৰকাৰক দি আনটো কলহ নতুন দিল্লীলৈ লৈ যাব।
প্রধানমন্ত্ৰীয়ে ৩০ তাৰিখে কৰিব লগা মাটি যাত্ৰাত অসমৰ এটা কলহ থাকিব।
নতুন দিল্লীত নিৰ্মাণ কৰিব লগা বিশেষ উদ্যানত এই মাটি দিয়া হ’ব।
কনকলতা উদ্যানত এই মাটি দিয়া হ’ব।
১২৬ টা সমষ্টিৰ মাটি বিভিন্ন শুভ কামত ব্যৱহাৰ হ’ব।
মাটি যাত্ৰাৰ কাৰ্যসূচীৰ সামৰণিৰ লগে লগেই অমৃতযাত্ৰা শেষ লৈ অমৃতকাল আৰম্ভ হ’ব।
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশতেই এই যাত্ৰা হ’ব সমগ্ৰ দেশত।
১০,০০০ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা বিশ্ববিদ্যালয় নিৰ্মাণ কৰি স্বাধীনতা সংগ্ৰামীক চ্যেলুট দিব অসম চৰকাৰে।
১৩ তাৰিখৰ মাৰ্চপাৰ্ছ আৰু ১৪ তাৰিখৰ বিভাজন-বিভীষিকা দিৱস অসম চৰকাৰে লোৱা কাৰ্যসূচী।
চেল্ফ হেল্প গ্ৰুপে তৈয়াৰ কৰা পতাকা জিলাসমূহৰ ডিচি অফিচৰ সৈতে সম্পৰ্ক কৰি ল’ব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
Next Post
গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.