• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

3 years ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

39 minutes ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

54 minutes ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

2 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

19 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

20 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

20 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

21 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

22 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

23 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

23 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

24 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

editor by editor
August 6, 2023
in অসম
0
মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
স্বাধীনতা দিৱস সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
অমৃতকালৰ অমৃত সময়ৰ এই স্বাধীনতা দিৱস এইবাৰ পৃথকভাৱে উদযাপন কৰা হ’ব।
স্বাধীনতা সংগ্ৰামত মৃত্যু হোৱা লোকৰ পৰিয়ালক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব।
যদি কোনো গাওঁত কোনো শ্বহীদ নাই তেন্তে সেই গাওঁৰ শিলাফলকসমূহ দেশৰ যিকোনো মুক্তিযোদ্ধাৰ নামত স্থাপন কৰা হ’ব।
শিলাফলকসমূহ ৮ আগষ্ঠত স্থাপন কৰা হ’ব।
গাওঁৰ ৰাইজে স্বাধীনতা দিৱসৰ দিয়া সেই শিলাফলকৰ কাষত সংকল্প ল’ব।
৯-১৪ তাৰিখৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাওঁত ৭৫টাকৈ গছপুলি ৰুৱা হ’ব।
এই কাৰ্যসূচী অমৃত বৃক্ষৰোপনৰ অন্তৰ্গত নহয়।
১৪আগষ্ট বিভাজন-বিভীষিকা দিৱস হিচাপে পালন কৰা হ’ব।
ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলোৱে সেইদিনা সংকল্পবদ্ধ হ’ব।
মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ১৩ তাৰিখে অসম আৰক্ষীয়ে বিশেষ ৰেলী কৰিব।
সকলোৱে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰিব লাগিব।
২৩ আগষ্ট তাৰিখে অসম চৰকাৰে নতুন কাৰ্যসূচী আৰম্ভ কৰিব।
২৩ তাৰিখে অসমৰ প্ৰত্যেকখন গাওঁৰ পৰা মাটি আনি মাটি যাত্ৰা কৰিব।
মাটিখিনি গাওঁৰ পৰা লৈ পঞ্চায়ত কাৰ্যালয়লৈকে যাত্ৰা কৰিব।
এখন পঞ্চায়তৰ অন্তৰ্গত সমূহ গাওঁৰ মাটি তাত জমা কৰিব লাগিব।
২৩ তাৰিখে সেই সমূহ মাটি সংমিশ্ৰণ কৰিব।
২৪তাৰিখে পুৱা সেই মাটি পঞ্চায়তৰ পৰা ব্লক হেডকোৱাৰ্টাৰলৈ বিশেষ যাত্ৰা কৰি লৈ যোৱা হ’ব।
ব্লক হেডকোৱাৰ্টাৰৰ পৰা সেই মাটিসমূহ সংমিশ্ৰণ কৰি সৰ্থেবাৰীৰ পৰা দিয়া বিশেষ কলহত সোমোৱাই ২৫ তাৰিখে গুৱাহাটীলৈ লৈ আনিব লাগিব।
২৬ তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত সেই মাটিসমূহ গোটাই ভূমি পূজন কৰা হ’ব।
বিহুৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অংশ লোৱা যুৱক বা এন চিচি কৰা যুৱকে লৈ আনিব লাগিব।
২৬ তাৰিখে নিশাই দুটা কলহৰ এটা ৰাজ্য চৰকাৰক দি আনটো কলহ নতুন দিল্লীলৈ লৈ যাব।
প্রধানমন্ত্ৰীয়ে ৩০ তাৰিখে কৰিব লগা মাটি যাত্ৰাত অসমৰ এটা কলহ থাকিব।
নতুন দিল্লীত নিৰ্মাণ কৰিব লগা বিশেষ উদ্যানত এই মাটি দিয়া হ’ব।
কনকলতা উদ্যানত এই মাটি দিয়া হ’ব।
১২৬ টা সমষ্টিৰ মাটি বিভিন্ন শুভ কামত ব্যৱহাৰ হ’ব।
মাটি যাত্ৰাৰ কাৰ্যসূচীৰ সামৰণিৰ লগে লগেই অমৃতযাত্ৰা শেষ লৈ অমৃতকাল আৰম্ভ হ’ব।
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশতেই এই যাত্ৰা হ’ব সমগ্ৰ দেশত।
১০,০০০ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা বিশ্ববিদ্যালয় নিৰ্মাণ কৰি স্বাধীনতা সংগ্ৰামীক চ্যেলুট দিব অসম চৰকাৰে।
১৩ তাৰিখৰ মাৰ্চপাৰ্ছ আৰু ১৪ তাৰিখৰ বিভাজন-বিভীষিকা দিৱস অসম চৰকাৰে লোৱা কাৰ্যসূচী।
চেল্ফ হেল্প গ্ৰুপে তৈয়াৰ কৰা পতাকা জিলাসমূহৰ ডিচি অফিচৰ সৈতে সম্পৰ্ক কৰি ল’ব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

October 29, 2026
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান
অসম

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

October 28, 2026
Next Post
গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

গতি, ভালপাইছিল শ্ৰেয়ছে! এই গতিয়েই কাল হ’ল শ্ৰেয়ছৰ পৰিয়ালৰ বাবে, বাইক ৰেচিং প্ৰতিযোগিতাত থিতাতে নিহত বাইকাৰ কোপাৰাম শ্ৰেয়ছ হৰিশ

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

পূৰ্বৰ দৰে আপুনি কৰিব নোৱাৰিব পাছপ’ৰ্ট এপ্লাই, পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াত ভাৰত চৰকাৰে আনিছে কেইবাটাও সালসলনি! কেনেকৈ কৰিব পাৰিব আবেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.