• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

3 years ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

15 minutes ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

46 minutes ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

1 hour ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

14 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

14 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

15 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

15 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

15 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

16 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

17 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

17 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

editor by editor
August 8, 2023
in বিনোদন, ভাৰত
0
‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অভিনয় আৰু মোটা ধনৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ কেতিয়াবাই লাভ কৰিছে। এইবাৰ কিন্তু কথা বেলেগ। সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হৈছে ছবি। পাক বোৱাৰী সীমা হাইদৰ আৰু তেওঁৰ প্ৰেমিক শচীন মীনাৰৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত ছবিৰ নামো ইতিমধ্যে ঠিক কৰা হৈছে। ছবিৰ নাম দিয়া হৈছে ‘কৰাচি টু নয়ডা’। প্ৰকাশিত প্ৰতিবেদন অনুসৰি সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছ, ‘জানি ফায়াৰফক্স’ প্ৰডাকশ্বনৰ মেনেজিং ডাইৰেক্টৰ অমিত জানিয়ে।

এইগৰাকী প্ৰযোজকেই সীমাক তেওঁৰ এখন ছবিত ভাৰতীয় গুপ্তচৰ ‘ৰ’ এজেণ্টৰ ভূমিকাত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিছিল। আনকি সীমাৰ অডিশ্ব্যনো লৈছিল প্ৰযোজকজনে। কিন্তু সীমাই এই ছবিখনত এতিয়াই অভিনয় কৰিবলৈ অনিশ্চুক। তেওঁক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ক্লিনচিট দিলেহে অভিনয় কৰিব বুলিও প্ৰযোজকক জনায়।

শেহতীয়াভাৱে ভাইৰেল খবৰ অনুসৰি সীমা-শচীনৰ প্ৰেমকাহিনীক লৈ ‘কৰাচি টু নয়ডা’ নামৰ এখন ছবিৰ কাম প্ৰযোজকগৰাকীয়ে আৰম্ভ কৰিছে। অৱশ্যে বিষয়টোক লৈ সীমা বা শচীনে কোনোধৰণৰ প্ৰতিক্ৰিয়া দাঙি ধৰা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ছবিখনৰ থিম ছং আগন্তুক সপ্তাহত মুক্তি পাব। পাকিস্তানৰ পাৰ নেপাল হৈ গ্ৰেটাৰ নয়ডাৰ ৰবুপুৰা অহাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল সীমাক। গ্ৰেপ্তাৰ হৈছিল প্ৰেমিক শচীন আৰু তেওঁৰ পিতৃ নেত্ৰপালো। কিন্তু আটাইকেইজনেই জামিনত মুক্তি লাভ কৰিছে। জামিনত মুক্তি লাভ কৰিলেও সীমা-শচীনক এতিয়াও গৃহবন্দী কৰিয়েই ৰখা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
Next Post
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব 'গদৰ-২’য়ে

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.