• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

3 years ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

34 minutes ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

1 hour ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

2 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

3 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

মঙ্গলৰ গোচৰত ৪ৰাশিৰ মঙ্গলময় সময় আহিছে, বিপুল আয়বৃদ্ধি, সুসংবাদ লাভ কৰিব কোনে কোনে?

4 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

5 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

6 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে

editor by editor
August 11, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
৫টা লক্ষণঃ ছালত এই ৫ লক্ষণে দেখা দিলেই সতৰ্ক হওক, কৰ্কটৰো লক্ষণ হ’ব পাৰে
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অস্বাস্থ্যকৰ জীৱনযাপন, ৰাসায়নিক দ্ৰব্য মিশ্ৰিত প্ৰসাধনৰ বহুল ব্যৱহাৰ আপু ছালৰ যত্নৰ প্ৰতি অনীহা, এইসমূহৰ কাৰণে ছালৰ কৰ্কটৰ আশংকা বৃদ্ধি পায়। কৰ্কটে শৰীৰৰ যিকোনো অংশতেই বাহৰ পাতিব পাৰে। অংগভেদে কৰ্কচৰ লক্ষণো ভিন্ন হয়। ছালৰ কৰ্কটৰ ভিতৰত প্রধান কেইটামান উপসৰ্গ হৈছে, ডিঙিত, মুখত য’তে ত’তে মাংসপিণ্ড তৈয়াৰ হোৱা। চিকিৎসকৰ ভাষাত ইয়াক কোৱা হয় ‘বেছাল কাৰ্ছিনোমা’। মূলত সূৰ্যৰ পোহৰে শৰীৰৰ যিসমূহ অংশত বেছি পৰিমানে পৰে তেনে অংশতেই এনে মাংসপিণ্ড তৈয়াৰ হয়। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়েই ছালৰ কৰ্কটৰ অন্যতম কাৰণ। বহুতৰে মতে ছালত আঁচোৰ লগা টাইপ হোৱাটোও কৰ্কটৰেই লক্ষণ।

কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?
১) বাদামী, ক’লা বা গাঢ় নীলা ৰঙৰ কোনো দাগ হঠাতে দেখা দিলে।
২) ছালৰ ওপৰত মমৰ দৰে বগা ৰঙৰ কোনো মাংসপিণ্ড, যি মাংসপিণ্ড সময়ৰ সৈতে বাঢ়ি গৈ থাকে।
৩) কোনো ক্ষত স্থান, যৰ পৰা অকণমান হেঁচা পালেও যদি তেল ওলায়েই থাকে।
৪) ছালৰ কোনো অংশত দাগ হৈ সেই দাগ বিয়পি গৈ থকা।
৫) দেহৰ যতে ততে মাংসপিণ্ডৰ সৃষ্টি হোৱা।
এইকেইটা লক্ষণৰ ওপৰিও যদি কাণ, মুখৰ কোনো অংশতো এই লক্ষণ দেখা পায় তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

কেনেকৈ সুৰক্ষা গ্ৰহণ কৰিব?
১)সূৰ্যৰ পোহৰৰ পৰা প্ৰাপ্ত ভিটামিন ডি শৰীৰৰ এটা অপৰিহাৰ্য উপাদান। কিন্তু সূৰ্যৰ তীব্ৰ পোহৰৰ পৰা ছালখনক সুৰক্ষা দিয়ক।
২) গ্ৰীষ্মকালতেই নহয় শীতকালতো ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোতে ছানস্ক্ৰিন ব্যৱহাৰ কৰক। আনকি বতৰ সেমেকা হ’লেও ঘৰৰ পৰা ওলাই আহোতে ছানস্ক্ৰিণ লগাবলৈ নাপাহৰিব।
৩) ছাল উজ্জ্বল কৰা ক্ৰিম, ছুলিত দিয়া ৰঙ আদি ব্যৱহাৰ কৰাৰ আগত ভালদৰে চাই ল’ব। এইসমূহৰ পৰাও কৰ্কটৰ আশংকা থাকে।
৪) ছালত হঠাৎ কোনো দাগ বা মাংসপিণ্ডৰ আৱিৰ্ভাৱ হ’লে অৱহেলা নকৰি চিকিৎসকৰ সৈতে কথা পাতক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?
ক্ৰীড়া

June 2, 2026
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

June 2, 2026
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

June 2, 2026
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

June 2, 2026
Next Post
নেতাজীৰ জীৱন ৰক্ষাৰ বাবেই স্বামীক শেষ কৰিছিল! স্বাধীনতা সংগ্ৰামীৰ ওপৰত ব্ৰিটিছে কেনে অকথ্য নিৰ্যাতন চলাইছিল? আজিও স্বীকৃতি নোপোৱা কোন এই স্বাধীনতা সংগ্ৰামী?

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা, কি কি সমস্যা দূৰ কৰে গোলাপ জলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন