• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনতা দিৱস উপলক্ষে বিশেষ ৰিচাৰ্জ প্লেন জিঅ’ৰ, বছৰজোৰা সুবিধালাভৰ বাবে আপুনি কেইটকা খৰচ কৰিব লাগিব?

স্বাধীনতা দিৱস উপলক্ষে বিশেষ ৰিচাৰ্জ প্লেন জিঅ’ৰ, বছৰজোৰা সুবিধালাভৰ বাবে আপুনি কেইটকা খৰচ কৰিব লাগিব?

3 years ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

59 minutes ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

2 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

3 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

3 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

4 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

4 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

6 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

7 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

8 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

9 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

স্বাধীনতা দিৱস উপলক্ষে বিশেষ ৰিচাৰ্জ প্লেন জিঅ’ৰ, বছৰজোৰা সুবিধালাভৰ বাবে আপুনি কেইটকা খৰচ কৰিব লাগিব?

editor by editor
August 11, 2023
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
স্বাধীনতা দিৱস উপলক্ষে বিশেষ ৰিচাৰ্জ প্লেন জিঅ’ৰ, বছৰজোৰা সুবিধালাভৰ বাবে আপুনি কেইটকা খৰচ কৰিব লাগিব?
0
SHARES
790
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰিচাৰ্জ প্লেনৰ ক্ষেত্ৰত একাধিক প্লেন আনিছে জিঅ’ই। এইবাৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিশেষ প্লেন আনিছে জিঅ’ই। ৩৬৫ দিনৰ বাবে বিশেষ প্লেন আনিছে জিঅ’ই। এই ৰিচাৰ্জ প্লেনৰ সুবিধা কেৱল প্ৰিপেইড ইউজাৰসকলে লাভ কৰিব। এই নতুন প্লেন ছাবস্ক্ৰাইব কৰিলে ভয়েছ, কলিং, ডাটা, SMS সকলোবোৰ সুবিধাই লাভ কৰিব। এই ৰিচাৰ্ছ প্লেনৰ নাম হৈছে ‘Jio Independence Day’ অফাৰ। এই প্লেনত কি কি সুবিধা থাকিব?

ৰিচাৰ্জ প্লেনটো ল’বলৈ এজন গ্ৰাহকে খৰচ কৰিব লাগিব ২,৯৯৯ টকা। প্ৰতিদিনে ২.৫ জিবি জাটা, আনলিমিটেড ভয়েছ কল, দৈনিক ১০০টা SMS, এই সমস্ত সুবিধা গ্ৰাহকজনে লাভ কৰিব ৩৬৫ দিনলৈ। এই ৰিচাৰ্ছ প্লেনত মুঠ ৯১২.৫ GB ডাটা ৰ ওপৰিও 5G ডাটা অফাৰৰ সুবিধাও লাভ কৰিব। উক্ত অফাৰত অতিৰিক্ত কিছু বৈশিষ্ঠ্য যোগ কৰিছে জিঅ’ই।

কেনকৈ এই ৰিচাৰ্জ কৰিব?
এই ৰিচাৰ্জ ইতিমধ্যে আৰম্ভ হৈছে। MyJio এপৰ ৰিচাৰ্জ চেকছনত ক্লিক কৰি ২,৯৯৯ টকাৰ ৰিচাৰ্জ প্লেনত ক্লিক কৰিলেই সমগ্ৰ তথ্য লাভ কৰিব। এই ৰিচাৰ্জৰ টকা পেমেম্ট কৰিবৰ বাবে ইউপিআই, নেট বেংকিং, বেংক কাৰ্ডসহ একাধিক অপশ্ব্যন পোৱা যাব। জিঅ’ অফিচিয়েল ৱেবচাইটত গৈয়ো আপুনি এই প্লেন এক্টিভ কৰিব পাৰে। পেটিএম, গুগল পে, ফোন পেৰ জৰিয়তে এই ৰিচাৰ্জ সম্ভৱ হ’বনে সেয়া বৰ্তমানো স্পষ্ট নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
Next Post
ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?

ঘনে ঘনে মহাকাশত অভিযান! এইবাৰ মহাকাশতো যান-জঁট, অদূৰ ভৱিষ্যতে কি কি বিপদত পৰিব মানৱসমাজ?

মাত্ৰ এটা পোষ্ট কৰাৰ বাবদ লাভ কৰে ১৪ কোটি টকা, ইনষ্টাগ্ৰামৰ পৰা বাৰ্ষিক কিমান ধন আয় কৰে ক্ৰিকেটাৰ বিৰাটে?

মাত্ৰ এটা পোষ্ট কৰাৰ বাবদ লাভ কৰে ১৪ কোটি টকা, ইনষ্টাগ্ৰামৰ পৰা বাৰ্ষিক কিমান ধন আয় কৰে ক্ৰিকেটাৰ বিৰাটে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.