• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

3 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

12 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

13 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

13 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

14 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

14 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

14 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

15 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

15 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

15 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

16 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

16 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

editor by editor
August 28, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী
0
SHARES
727
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই যাত্ৰা আৰম্ভ হৈছিল ১৯৬২ চনতেই৷ তেতিয়াৰে পৰা এটাৰ পাছত আনটো গৱেষণা, অভিযান, সাফল্য৷ ব্যৰ্থতাও বহু আছে কিন্তু ব্যৰ্থতাক ঠেলি মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৱে চলাই গৈছে এটাৰ পাছত আনটো গৱেষণা৷ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে ইছৰোৰ দায়িত্ব লৈছে ১০ গৰাকীকৈ বিজ্ঞানীয়ে৷ ইছৰো প্রধান হিচাপে দায়িত্ব লোৱা ১০ গৰাকী বিজ্ঞানীৰ প্ৰত্যেকজনেই কিন্তু দেশবাসীক এটাৰ পাছত আনটো ভাল খবৰ দিছে৷ ১৯৬২ চনত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰিছিল ইণ্ডিয়ান নেশ্ব্যনেল কমিটি ফৰ স্পেছ ৰিচাৰ্ছ চেণ্টাৰ৷ বিক্ৰম ছাৰাভাই এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা৷

তেওঁৰ পৰামৰ্শতেই তৈয়াৰ হৈছিল ইনকোছপাৰ৷ ১৯৬৯ চনৰ ১৫ আগষ্ঠত ইনকোছপাৰৰ নাম সলাই প্ৰতিষ্ঠা হয় ইছৰো৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত মহাকাশ বিভাগ ডিওএছ প্ৰতিষ্ঠা হয়৷ সেই মহাকাশ বিভাগৰ অধীনলৈ অনা হয় ইছৰোক৷ ইছৰোৰ সদৰ কাৰ্যালয় বাংগালুৰুত৷ মুখ্য কাৰ্যালয় বাংগালুৰুত হ’লেও লঞ্চ ভেহিকল বা উৎক্ষেপন যান তৈয়াৰ হয় তিৰুঅনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত৷ বাংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত উপগ্ৰহৰ নক্সা তৈয়াৰ হয়৷ সেই চেটেলাইটসমূহ আকৌ নিৰ্মাণ হয় শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰত৷ সেই চেণ্টাৰৰ পৰাই মহাকাশলৈ উপগ্ৰহসমূহ পঠিওৱা হয়৷ এই সমগ্ৰ বিষয় তদাৰক কৰে ইছৰোৰ প্ৰধানগৰাকীয়ে৷

ইছৰোৰ প্রধান হৈছে চেয়াৰমেন৷ তেওঁ কেন্দ্ৰীয় সচিব হিচাপেও দায়িত্ব পালন কৰে৷ কেন্দ্ৰীয় মহাকাশ বিভাগৰ গুৰুত্বপূৰ্ণ পদ হৈছে এই পদ৷ প্ৰধানমন্ত্ৰীৰ অধীনত আছে এই বিভাগ৷ ১৯৬৩ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ শীৰ্ষপদত বহিছে ১০জনকৈ বিজ্ঞানীয়ে৷ বৰ্তমান ইছৰোৰ চেয়াৰমেন পদত আছে এছ সোমনাথ৷ ১৯৬৩ চনৰ পৰা ১৯৭২ চনলৈকে ইছৰোৰ প্ৰথমগৰাকী চেয়াৰমেন হৈছে বিক্ৰম ছাৰাভাই৷ তেওঁক দেশৰ মহাকাশ গৱেষণাৰ জনক বুলিও কোৱা হয়৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পঢ়াশুনা পৰি ১৯৪৭ চনত ভাৰতৰ আহমেদাবাদ ফিজিকেল ৰিচাৰ্ছ লেৱৰটৰী নিৰ্মাণ কৰিছে ছাৰাভাইয়ে৷ ছাৰাভাইয়ে আহমেদাবাদৰ কেইবাজনো ব্যৱসায়ীৰ সৈতে মিলি নিৰ্মাণ কৰিছিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট৷

তিৰুঅনন্তপুৰম বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ, কালপক্কম ফাষ্টাপ ব্ৰিডাৰ টেষ্ট ৰিয়েকটৰ তেওঁ তৈয়াৰ কৰিছিল৷ এটমিক এনাৰ্জী কমিছনৰ চেয়াৰমেন আছিল তেওঁ৷ ১৯৫৭ চনত ৰাছিয়াই মহাকাশ স্পুটনিক উপগ্ৰহ পঠায়৷ তাৰ পিছতেই ছাৰাভাইয়ে ভাৰত চৰকাৰক মহাকাশ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজায়৷ শেষত তেওঁৰ এই কথা মানিও লয় কেন্দ্ৰীয় চৰকাৰে৷ ইছৰোৰ প্ৰতিষ্ঠা কৰাত তেওঁৰ কাষত আছিল হোমি জাহাঙ্গীৰ ভাবা৷ যাক ভাৰতীয় পৰমাণু বিজ্ঞানীৰ প্ৰকল্পৰ জনক বুলি কোৱা হয়৷

১৯৭২ চনৰ জানুৱাৰী মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ ইছৰোৰ চেয়াৰমেন পদত থাকে এমজিকে মেনন৷ মহাজাগতিক ৰশ্মি আৰু পৰমাণু পদাৰ্থবিদ্যাৰ বাবে তেওঁ সদায়ে স্মৰণীয়৷ ১৯৭২ চনৰ পৰা ১৯৮৪ চন পৰ্যন্ত ইছৰোৰ চেয়াৰমেন পদত আছে সতীশ ধাৱান৷ পোলাৰ ছেটেলাইন লঞ্চ ভেহিকল আৰু জাতীয় উপগ্ৰহৰ নক্সা উৎক্ষেপনত তেওঁৰ ভুমিকা অপৰিহীম৷ সতীশৰ জন্ম শ্ৰীনগৰত৷ পঢ়াশুনা ভাৰত আৰু আমেৰিকাত৷ বাংগালৰুৰ ইণ্ডিয়ান অৱ চায়েন্সৰ অধ্যাপকৰ দায়িত্বতো আছিল৷ ২০০২ চনত তেওঁৰ মৃত্যুৰ পাছত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাত ভাৰতৰ উপগ্ৰহ উৎক্ষেপন কেন্দ্ৰৰ নাম ৰখা হয় তেওঁৰ নামেৰে৷

সতীশৰ পাছত ইছৰোৰ চেয়াৰমেন পদত বহে উদুপি ৰামচন্দ্ৰ ৰাও৷ ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ সেই পদত থাকে৷ ১৯৭৫ চনত ভাৰতৰ প্ৰথম উপগ্ৰহ ‘আৰ্যভট্ট’ৰ নক্সা তৈয়াৰ কৰিছিল৷ ১৯৯৪ চনৰ পৰা ২০০৩ চনলৈকে ইছৰোৰ চেয়াৰমেনৰ দায়িত্বত আছিল কৃষ্ণস্বামী কস্তুৰিৰঙ্গন৷ পৃথিৱীৰ ওপৰত নজৰ ৰখাৰ বাবে পৰীক্ষামূলক ভাৱে ভাস্কৰ-১ আৰু ভাস্কৰ-২ তৈয়াৰ কৰিছিল ভাৰতে৷ সেই প্ৰকল্পৰ ডাইৰেক্টৰ আছিল কস্তুৰিঙ্গন৷ কস্তুৰিঙ্গন ইছৰোৰ চেয়াৰমেন থকাৰ সময়তে পিএছএলভি এবিজিএছ এল ভি উৎক্ষেপনত সাফল্য লাভ কৰে৷

২০০৩ চনৰ পৰা ২০০৯ চন পৰ্যন্ত ইছৰোৰ চেয়াৰমেন আছিল জি মাধবন নায়াৰ৷ তেওঁ এই পদত থকাৰ সময়ত ২৫ টা সফল অভিযান চলাইছে ইছৰোই৷ ২০০৯ ৰ পৰা ২০১৪ চনত ইছৰোৰ চেয়াৰমেনৰ দায়িত্ব লয় কে ৰাধাকৃষ্ণনে৷ তেওঁৰ কাৰ্যকালতেই মঙলযান পঠিয়াইছিল ইছৰোই৷ ইয়াৰ পূৰ্বেও তেওঁ কোনো গ্ৰহত ইছৰোই অভিযান চলোৱা নাছিল৷

২০১৫ৰ পৰা ২০১৮ চন পৰ্যন্ত ইছৰোৰ চেয়াৰমেন পদত বহে এ এছ কিৰণ কুমাৰে৷ চন্দ্ৰযান-১ আৰু মঙল অভিযানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে এছ কিৰণ কুমাৰৰো৷ তেওঁৰ নেতৃত্বেই ভাৰতৰ নেশ্ব্যনেল ৰিজিয়োনেল নেভিগেশ্বন চিষ্টেম তৈয়াৰ হৈছিল৷ ২০১৮ চনৰ পৰা ২০২২ চন পৰ্যন্ত ইছৰোৰ চেয়াৰমেন পদত থাকে কে শিৱান৷ তেওঁৰ নেতৃত্বতেই মহাকাশলৈ মানৱযান পঠোৱাৰ চিন্তা চৰ্চা আৰম্ভ কৰে ভাৰতে৷ তেওঁৰ তত্ত্বাবধানত চন্দ্ৰলৈ চন্দ্ৰযান-২ পঠিওৱা হৈছিল৷ যদিও এই অভিযান আংশিক ব্যৰ্থ হয়৷ তথাপিও তেওঁৰ সফলতাৰ শলাগ নলৈ নোৱাৰি৷ ২০২২ চনৰ জানুৱাৰী মাহত ইছৰোৰ চেয়াৰমেনৰ দায়িত্বভাৰ গ্ৰহণ কৰে এছ সোমনাথে৷ তেওঁৰ নেতৃত্বতেই চন্দ্ৰযান-৩ য়ে সফল লেণ্ডিং কৰিছে চন্দ্ৰপৃষ্ঠত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.