• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

3 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

21 minutes ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 hour ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

2 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

2 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

3 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

4 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

7 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

7 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

editor by editor
August 29, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চাওঁতে চাওঁতে চন্দ্ৰৰ বুকুত এসপ্তাহ পাৰ কৰিলে ৰোভাৰ প্ৰজ্ঞানে। ইছৰোৰ প্ৰজ্ঞানে ৬ দিন কটালে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ বুকুত। ৬টা চকাৰ ভৰত দক্ষিণ মেৰুত ফুৰিছে প্ৰজ্ঞান। চলাইছে এটাৰ পাছতো আনটো অনুসন্ধান। চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমে অৱতরণ কৰিছে। ভাৰতৰ পূৰ্বে কোনো দেশেই চন্দ্ৰৰ দক্ষিণ মেৰুত অনুসন্ধান কৰিবলৈ সক্ষম হোৱা নাই। প্ৰজ্ঞানে দক্ষিণ মেৰুৰ বহু তথ্য ইছৰোলৈ পঠিয়াব। প্ৰজ্ঞানে পঠোৱা তথ্যক লৈয়েই পৰৱৰ্তী গৱেষণা চলাব বিজ্ঞানীৰ দলে। ইছৰোৰ তৰফৰ পৰা প্ৰজ্ঞানৰ গতিবিধি আৰু কাম সম্পৰ্কে প্ৰতিদিনেই নতুন নতুন তথ্য জনাই আছে ইছৰোই। টুইটযোগে জনসাধাৰণক এই খবৰ জনাই গৈছে ইছৰোৱে।

চন্দ্ৰপৃষ্ঠত বিগত ৬ দিনত কি কি কৰিলে প্ৰজ্ঞানে?
চন্দ্ৰ পৃষ্ঠত প্ৰায় এক সপ্তাহ কটালে চন্দ্ৰযান-৩য়ে। বিগত ২৩ আগষ্ট, বুধবাৰে সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত ভৰি দিছে লেণ্ডাৰ বিক্ৰমে। বিক্ৰমে লেণ্ডিং কৰাৰ কেইঘণ্টামান পাছতেই বিক্ৰমৰ পেটৰ পৰা ওলাই আহে প্ৰজ্ঞান। ৬টা চকাৰ ভৰত প্ৰজ্ঞানে ছেকেণ্ডত এক ছেণ্টিমিটাৰ গতিবেগত আগবাঢ়িছে। চন্দ্ৰৰ মাটিত এই গতিৰেই ঘূৰি ফুৰিব প্ৰজ্ঞান বুলি বিজ্ঞানীয়ে প্ৰকাশ কৰিছে। ২৪ আগষ্ট বৃহস্পতিবাৰে ৰোভাৰ প্ৰজ্ঞানে কাম আৰম্ভ কৰা বুলি টুইট কৰে ইছৰোৱে। তাৰপিছতেই ৰোভাৰ প্ৰজ্ঞাৱে চকাৰেই অশোকস্তম্ভ আৰু ইছৰোৰ ল’গ আঁকিছে চন্দ্ৰপৃষ্ঠত। লেণ্ডাৰ মডিউলৰ পেলোডসমূহেও বৃহস্পতিবাৰৰ পৰাই সক্ৰিয় হৈছে। ইলছা, চাষ্টে, ৰম্ভা আৰু এৰৰে প্ৰতিনিয়ত চন্দ্ৰৰ বুকু পৰ্যবেক্ষণ কৰি আছে।

শুকুৰবাৰ অৰ্থাৎ ২৫ আগষ্ঠত প্ৰজ্ঞানৰ গতিবিধিৰ এটা ভিডিঅ’ টুইট কৰিছে ইছৰোই। তাত দেখা গৈছে যে ৰোভাৰ বিক্ৰম ধীৰ গতিৰে আগুৱাই আছে। ৰোভাৰৰ চকাৰ দাগ চন্দ্ৰপৃষ্ঠত পৰিছে। সেই দিনাই সন্ধিয়া ইছৰোৱে আন এট টুইট কৰে যে চন্দ্ৰপৃষ্ঠত ৮ মিটাৰ আগুৱাইছে প্ৰজ্ঞান। তাৰ পেলোডসমূহেও ঠিকেঠাকে কাম কৰিবলৈ লৈছে। বাংগালুৰুৰ অফিচৰ পৰাই প্ৰজ্ঞানৰ গতিবিধি আংশিকভাৱে নিয়ন্ত্ৰণ কৰা হৈছে। শনিবাৰে ইছৰোৱে টুইট কৰি জনায় যে, চন্দ্ৰযান-৩ অভিযানৰ মূল লক্ষ্য উদ্দেশ্য তিনিটা আছিল। তাৰেই দুটা পূৰণ হৈছে। অৰ্থাৎ চন্দ্ৰৰ মাটিক সফলভাৱে স্পৰ্শ কৰিছে লেণ্ডাৰ বিক্ৰমে। তাৰপিছতেই সফলভাৱে ৰোভাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত নামিছে। অভিযানৰ তৃতীয় উদ্দেশ্য হৈছে চন্দ্ৰত মাটিৰ সন্ধান কৰা।

চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰা স্থানৰ নাম দিছে শিৱশক্তি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ পইণ্টটোৰ নাম শিৱশক্তি দিয়াক কেন্দ্ৰ কৰি একাংশই সমালোচনাও কৰিছে। ইফালে চন্দ্ৰযান-২ ভাঙি পৰা পইণ্টটোৰ নাম দিলে ‘ত্ৰিৰংগা পয়েণ্ট’। ২৩ আগষ্টৰ দিনটোক জাতীয় মহাকাশ দিৱসস হিচাপেও ঘোষণা কৰিছে মোদীয়ে। ২৭ আগষ্ঠত ইছৰোৱে জনায়, ‘চন্দ্ৰৰ মাটিৰ উষ্ণতা পৰিমাপ কৰি সেই তথ্য পৃথিৱলৈ পঠিয়াইছে প্ৰজ্ঞানে। সেই তথ্যত প্ৰকাশ পোৱামতে চন্দ্ৰৰ মাটিত উষ্ণতা আছে। সোমবাৰেও ইছৰোলৈ প্ৰজ্ঞানে কেইবাটাও তথ্য পঠিয়াইছে। চন্দ্ৰৰ মাটিত ৪ মিটাৰ দ এটা গাঁতৰ পৰা কথমপি ৰক্ষা পৰিছে ৰোভাৰখন। ইছৰোৰ বিজ্ঞানীয়ে পথ সলাই যানখনক অন্য দিশলৈ আনিবলৈ সক্ষম হোনা বুলিও টুইটযোগে জনাইছে। স্পেছ এপ্লিকেছন চেণ্টাৰৰ ডাইৰেক্টৰ নীলেশ এম দেশাই জনোৱা অনুসৰি, ‘প্ৰজ্ঞানৰ হাতত আৰু বেছি সময় নাই। চন্দ্ৰত ৰাতি নমালৈকে মাজত আৰু ৮ দিন বাকী। সেই সময়ৰ মাজত দক্ষিণ মেৰুৰ পৰা যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰিব প্ৰজ্ঞানে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ…

পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ...

‘গদৰ-২’ হীট… ছবিৰ বাবে সঁচাকৈয়ে ছানী দেওলে ৫০ কোটি পাৰিশ্ৰমিক লৈছে নেকি? কি ক’লে অভিনেতা ছানী দেওলে?

'গদৰ-২’ হীট... ছবিৰ বাবে সঁচাকৈয়ে ছানী দেওলে ৫০ কোটি পাৰিশ্ৰমিক লৈছে নেকি? কি ক’লে অভিনেতা ছানী দেওলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.