• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ…

পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ…

3 years ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

29 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

14 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

15 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

15 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

19 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

20 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

21 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

22 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

23 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ…

editor by editor
August 30, 2023
in ভাৰত
0
পুজাৰ এই ৫ উপকৰণ অবিহনে ৰাখি উৎসৱ আধৰুৱা, কি কি সামগ্ৰীৰ প্ৰয়োজন জানক সবিশেষ…
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰত্যেকগৰাকী ভাতৃ-ভগ্নীৰ বাবে এই উৎসৱৰ বিশেষ মাহাত্ম্য আছে। ৰাখী বন্ধনত, ভাতৃৰ হাতত ৰাখী বান্ধি ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে ভগ্নীয়ে। ৰাখী বন্ধনত ৰাখীৰ যিমান গুৰুত্ব আছে সমানেই গুৰুত্ব আছে ৰাখীৰ পূজাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰো। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাখী পিন্ধোৱাৰ সময়ত কিছু উপকৰণ ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। এই সামগ্ৰী অবিহনে অসম্পূৰ্ণ ৰাখী বন্ধন। শাস্ত্ৰ অনুসৰি এই সামগ্ৰীসমূহ ৰাখীবন্ধনত ৰাখিবই। এই সামগ্ৰীসমূহ ৰাখীৰ সৈতে থাকিলেহে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। ৰাখীৰ পুজা কৰোতে কাঁহিত কি কি ৰাখিব?

সেন্দুৰৰ তিলক
ৰাখী পুজাৰ কাঁহিত সেন্দুৰ বা কুমকুম ৰাখিবলৈ নাপাহৰিব। সেন্দুৰক লক্ষ্মীৰ প্ৰতীক বুলিও কোৱা হয়। ভাতৃক ফোঁট দিওতে সেন্দুৰৰ তিলক দিবলৈ নাপাহৰিব। ইয়াৰ ফলত ভাতৃৰ জীৱনত কাহানিও অৰ্থৰ অভাৱ নহয়।

চন্দন
ভাতৃৰ মূৰত চন্দন লগালে ভাতৃয়ে বিষ্ণু আৰু গণেশৰ আশীৰ্বাদ লাভ কৰিব। চন্দন লগালে ভাতৃৰ মন শান্ত হয় বুলি শাস্ত্ৰত উল্লেখ আছে। ধৰ্ম-কৰ্মৰ প্ৰতি তেওঁ আকৰ্ষিত হৈ থাকিব। ভাতৃয়ে অন্য নাৰীৰ প্ৰতিও দায়বদ্ধশীল হ’বৰ বাবে এই দিনটোতেই প্ৰতিজ্ঞাবদ্ধ হ’ব লাগে বুলি শাস্ত্ৰত উল্লেখ আছে।

অখণ্ড চাল
হিন্দু ধৰ্মত কোনো শুভ কামত অক্ষত বা অখণ্ড চাল অপৰিহাৰ্য উপকৰণ। ৰাখীৰ কাঁহিত চাল থবলৈ ভুলতো নাপাহৰিব। অক্ষচক সম্পূৰ্ণতাৰ প্ৰতীক বুলি কোৱা হয়। অখণ্ড চাল ব্যৱহাৰ কৰিলে শিৱৰ আশীৰ্বাদ পোৱা যায়। তিলক লগোৱাৰ পাছত চাল লগাবলৈ নাপাহৰিব। অক্ষত চালে ভাতৃৰ দীৰ্ঘায়ুৰ লগতে সমৃদ্ধিতো সহায় কৰে।

ৰাখী বান্ধিলে সম্পন্নতাৰ আগমন হয়
ৰাখী বান্ধিলে ভাতৃৰ জীৱন সমৃদ্ধিৰে ভৰি পৰে। ভগ্নীৰ আশীৰ্বাদে ভাতৃৰ জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে। ভাতৃৰ জীৱনত যাতে কোনো অসুবিধা নাহে তাৰবাবে ভগ্নীয়ে ৰাখী বান্ধে।

ভাতৃৰ আৰতি কৰিবলৈ নাপাহৰিব
ৰাখীৰ পুজাৰ কাঁহিত প্ৰদীপ থবলৈ নাপাহৰিব। প্ৰদীপত অগ্নিদেৱতাই বাস কৰে। অগ্নিক শক্তি বা প্ৰাণৰ প্ৰতীক বুলি কোৱা হয়। প্ৰদীপ প্ৰজ্জ্বলিত কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ দূৰ হয়। ৰাখী বান্ধি সেয়ে আৰতি কৰিবলৈ নাপাহৰিব। এনেকৈ আৰতি কৰিলে ভাতৃৰ ওপৰত থকা নেতিবাচক সকলো শক্তিৰ প্ৰভাৱ আঁতৰি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
‘গদৰ-২’ হীট… ছবিৰ বাবে সঁচাকৈয়ে ছানী দেওলে ৫০ কোটি পাৰিশ্ৰমিক লৈছে নেকি? কি ক’লে অভিনেতা ছানী দেওলে?

'গদৰ-২’ হীট... ছবিৰ বাবে সঁচাকৈয়ে ছানী দেওলে ৫০ কোটি পাৰিশ্ৰমিক লৈছে নেকি? কি ক’লে অভিনেতা ছানী দেওলে?

বুধবাৰে নিশা পৃথিৱীৰ নিচেই কাষলৈ আহিব চন্দ্ৰ, খালী চকুৰে দেখা যাব শনিকো! ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

বুধবাৰে নিশা পৃথিৱীৰ নিচেই কাষলৈ আহিব চন্দ্ৰ, খালী চকুৰে দেখা যাব শনিকো! ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.