• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

3 years ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

6 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

24 minutes ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

55 minutes ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

1 hour ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

1 hour ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

2 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

4 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

editor by editor
September 4, 2023
in বিবিধ, বিশ্ব
0
প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক৷ এটা বিশেষ প’ষ্ট আৰু এগৰাকী তৰুণী এতিয়া বিশ্বজুৰি ভাইৰেল৷ ২৩ বছৰীয়া ভেৰা ডিজকমেনছে কৰিছে এই বিশেষ প’ষ্ট৷ পোনপ্রথমবাৰৰ বাবে তেওঁ প্ৰেমত পৰিবলৈ ইচ্ছা কৰিছে৷ পূৰ্বে ভেৰা কাহানিও প্ৰেমত পৰা নাই বুলিও প’ষ্টটোত উল্লেখ কৰিছে ভেৰাই৷ ভেৰা নেদাৰলেণ্ডৰ বাসিন্দা৷

নেদাৰলেণ্ডৰ সুন্দৰী ভেৰাৰ এই প’ষ্ট দেখাৰ লগে লগে হাজাৰ হাজাৰ আৱেদন পত্ৰ পৰিছে ভেৰাৰ ইনবক্সত৷ নেদাৰলেণ্ডৰ ছচিয়েল মিডিয়া ইউজাৰকাৰীসকলৰ মাজত ভেৰা বিশেষভাৱে পৰিচিত৷ সামাজিকমাধ্যমত ভেৰাই এই প’ষ্ট কৰাৰ লগে লগে অনুৰাগীসকলৰ সৈতে কেইখনমান বিশেষ আৱেদন পত্ৰ শ্বেয়াৰ কৰিছে ভেৰাই৷ ভালপোৱাৰ সন্ধানত আৱেদন কৰাটো সঠিক নে সেই প্ৰশ্নৰ উত্তৰো বিচাৰিছে একাংশই৷ ভেৰাই এই আৱেদনসমূহৰ উত্তৰত কৈছে, ‘বুদ্ধিটো অলপ হ’লেও আজৱ৷ তৰুণসকলৰ পৰা মই ভাল ৰেছপন্সেই পাইছো৷ ২৪ ঘণ্টাত ৩০০০ৰো অধিক আৱেদন আহিছে৷ ২০২৩ বৰ্ষত এজন ভাল প্ৰেমিক বিচাৰি পোৱাটো সহজ কাম নহয়৷ পুৰুষৰ মন বুজিবলৈকে মই এই আৱেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলো৷’

ভেৰা সামাজিকমাধ্যমত খুবেই সক্ৰিয় এগৰাকী যুৱতী৷ তেওঁ সামাজিকমাধ্যমৰ পৰাই প্ৰতিমাহে ৩ লাখ ৬০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ২ কোটি ৯৭ লাখ ধন আয় কৰে৷ ভেৰাই এই প’ষ্ট কৰি সামাজিক মাধ্যমত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাও তেওঁৰ আন এক লক্ষ্য৷ ইয়াৰোপৰি তেওঁ আৱেদনকাৰীসকলক বয়স, ঠিকনা আৰু ৰাশি জনাবলৈ উল্লেখ কৰা কথাই তেওঁৰ বিশেষ প’ষ্টটোৰ এনগেজমেণ্ট বৃদ্ধি কৰাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
Next Post
শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ… শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

শিক্ষক সমাজ গঢ়াৰ কাৰিগৰ... শিক্ষক দিৱসৰ দিনাই জানি থওক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ সম্পৰ্কে কেইটামান অজানা তথ্য

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.