• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

3 years ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

20 minutes ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

38 minutes ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

1 hour ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

2 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

2 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

4 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

4 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

6 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

6 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

19 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

editor by editor
September 7, 2023
in জীৱনশৈলী, ভাৰত
0
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ চনত দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ পৰিছে। ইয়াৰমাজতেই বিগত ২০ এপ্ৰিলত প্ৰথমটো সূৰ্যগ্ৰহণ হৈছিল। তাৰ ঠিত ১৫ দিন পাছত অৰ্থাৎ বিগত ৫ মে’ত এই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিল। আগন্তু ১৪ অক্টোবৰত এই বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। তাৰ ১৫ দিন পাছত অৰ্থাৎ ২৯ অক্টোবৰত এই বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ। সেইদিনাই কোজাগৰী পূৰ্ণিমা। এই পূৰ্ণিমাৰ দিনটোতেই লক্ষ্মীপূজাৰ আয়োজন কৰা হয়। বিশেষকৈ এইবাৰ যিহেতু লক্ষ্মীপুৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ পৰিছে তেনেক্ষেত্ৰত লক্ষ্মীপূজা পাতিব পৰা যাবনে, বহুতৰে মনত প্ৰশ্ন?

লক্ষ্মী পূৰ্ণিমাৰ তাৰিখ আৰু সময়
পঞ্জিকা অনুসৰি আগন্তুক ২৯ অক্টোবৰ ২০২৩ দেওবাৰে লক্ষ্মীপূজা। সেইদিনা ১০ কাৰ্তিক ১৪৩০। পূৰ্ণিমা আৰম্ভ হ’ব ২৮ অক্টোবৰৰ নিশা ৩বাজি ৪২ মিনিটত। পূৰ্ণিমা শেষ হ’ব ২৯ অক্টোবৰত নিশা ১ বাজি ৫৬ মিনিটত। উদয়া তিথি অনুসৰি লক্ষ্মীপূজা পালিত হ’ব ২৯ অক্টোবৰত।

দ্বিতীয় চন্দ্ৰগ্ৰহণ ২০২৩ ৰ তাৰিখ আৰু সময়
এই বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ হ’ব আগন্তুক ২৯ অক্টোবৰত। চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব ২৯ অক্টোবৰৰ নিশা ১ বাজি৫ মিনিটত। গ্ৰহণ শেষ হ’ব ২৯ অক্টোবৰৰ নিশা ২ বাজি ২৪ মিনিটত। গ্ৰহণ থাকিব প্ৰায় ১ ঘণ্টা ১৯ মিনিট। গ্ৰহণৰ সূতক কাল আৰম্ভ হ’ব ২৮ অক্টোবৰ দুপৰীয়া ২ বাজি ৫২ মিনিটত আৰু সূতক কাল শেষ হ’ব ২৯ অক্টোবৰৰ নিশা ২ বাজি ১১ মিনিটত। অৰ্থাৎ দেখা গৈছে যে পূৰ্ণিমা আৰু গ্ৰহণৰ মাজত সময় থাকিব। এই সময়ৰ মাজতেই ভক্তসকলে পূজা অৰ্চনা কৰিব পাৰিব। ২৯ অক্টোবৰত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এছিয়া মহাদেশত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 10, 2026
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
Next Post
G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

G-20 শীৰ্ষ সন্মিলনঃ চৰ্চাত ৰাষ্ট্ৰপ্ৰধানৰ নিৰাপত্তা কনভয়

ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.