• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

3 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

45 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

5 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ

editor by editor
September 7, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
ছেপ্টেম্বৰত বক্ৰী গতিত বিচৰণ কৰিব ৩ৰাশিয়ে, হঠাতে ধন আহিব ৩ ৰাশিৰ হাতলৈ
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই মাহত তিনিটা গ্ৰহে বক্ৰী দশাত বিচৰণ কৰিব। বৰ্তমান কৰ্মফল আৰু ন্যায় দণ্ডাধিকাৰী হৈছে শনি। বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ বুধ আৰু ধন আৰু সমৃদ্ধিৰ কাৰ গ্ৰহ বৃহস্পতি বক্ৰী অৱস্থাত যথাক্ৰমে কুম্ভ, সিংহ আৰু মেষ ৰাশিত ভ্ৰমণো কৰিছে। এই তিনি গ্ৰহৰ বক্ৰী দশাই সমস্ত ৰাশিৰ জাতকৰ জীৱনতেই প্ৰভাৱ বিস্তাৰ কৰিব। শনি, বুধ আৰু বৃহস্পতিৰ আশীৰ্বাদত তিনি ৰাশিৰ জাতকে উন্নতি আৰু সাফল্য লাভ কৰিব। ইয়াৰোপৰি কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰচুৰ উন্নতিও হ’ব। বুধ, শনি আৰু বৃহস্পতিৰ আশীৰ্বাদত ভাল সময় কটাব তিনি ৰাশিৰ জাতকে।

বৃষ ৰাশি
বৃহস্পতি, বুধ আৰু শনিৰ ওলোটা পথত ভ্ৰমণ এই ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব। বৃষ ৰাশিৰ চাকৰিয়াল জাতকৰ সময় ভাল হ’ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। এই সময়ত জুনিয়ৰ আৰু ছিনিয়ৰসকলৰ সহযোগিতা লাভ কৰিব। নতুন চাকৰিও লাভ কৰিব পাৰে। সম্পত্তিও লাভ কৰাৰ সম্ভাৱনা। আনহাতে এই ৰাশিৰ বেকাৰ জাতকসকলে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব। পৈতৃক সম্পত্তি লাভ কৰিব। আৰ্থিক পৰিস্থিতি মজবুত হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশি
জ্যোতিষ গণনা অনুসৰি এই তিনি গ্ৰহৰ বক্ৰী দশাই আৰ্থিক দিশত লাভৱান কৰিব কন্যা ৰাশিৰ জাতকক। আপোনাৰ হাতত হঠাৎ প্ৰচুৰ পৰিমানৰ অৰ্থ আহিব পাৰে। নিজৰ বাণীৰে সকলোকে ইম্প্ৰেছ কৰিব পাৰিব। আপোনাৰ মনোকামনা পূৰ্ণ হ’ব। ৰৈ থকা কোনো কাম সম্পন্ন হোৱাৰ সম্ভাৱনা। গাড়ী আৰু সম্পত্তি ক্ৰয়ৰ ইচ্ছা থাকিলে এই সময় সপোন পূৰণৰ সঠিক সময়।

ধনু ৰাশি
বুধ, বৃহস্পতি আৰু শনিৰ বক্ৰী দশাই ধনু ৰাশিৰ জাতকসকলক শুভ ফল প্ৰদান কৰিব। এই সময়ত ব্যৱসায়ত উন্নতি লাভ কৰিব ধনু ৰাশিৰ জাতকে। ইয়াৰোপৰি সমাজত মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। ধৰ্মীয় কামত মনোনিৱেশ কৰিলে সুফল পাব। পূজা-অৰ্চনাৰ মাধ্যমেৰে মানসিক শান্তি লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। পৰিয়ালৰ সদস্যৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব। এই সময়ত মাতৃৰ দেহৰ যত্ন লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.