• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

3 years ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

33 minutes ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

2 hours ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

3 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

10 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

11 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

11 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

12 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

12 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

13 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

15 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

editor by editor
September 7, 2023
in অসম, ভাৰত, ৰাজনীতি
0
প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁলোক জনপ্ৰতিনিধি। জনতাৰ সমৰ্থন লাভ কৰি তেওঁলোকে জনতাৰ বাবে কাম কৰিবলৈ মনোনিত হয়। জনতাৰ ধনেৰেই তেওঁলোক চলি থাকে। কিন্তু একোজন জনপ্ৰতিনিধিয়ে মাহিলী কিমান ধন লাভ কৰে?

বিভিন্ন ৰাজ্যৰ বিধায়কৰ প্ৰাপ্ত ভাট্টা আৰু দৰমহাৰ পৰিমান বেলেগ বেলেগ। সকলোতকৈ বেছি দৰমহা কোন ৰাজ্যৰ বিধায়কে পায় সেই বিষয়টো জানিবলৈ প্ৰায়সংখ্যক লোকেই আগ্ৰহী। দেশৰ ভিতৰতে সৰ্বাধিক দৰমহা লাভ কৰে তেলেংগানাৰ বিধায়কসকলে। তেওঁলোকৰ মাহিলী বেতন প্ৰায় আঢ়ৈ লাখ টকা। আনহাতে সৰ্বনিম্ন বেতন পায় ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধায়কে। তেওঁলোকৰ দৰমহা মাত্ৰ ২০ হাজাৰ টকা। তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ দৰমহা দেশৰ সকলোবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তুলনাত বেছি। তেওঁ মাহিলী লাভ কৰে ৪লাখ ২১ হাজাৰ টকা।

প্ৰধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মাহিলী লাভ কৰে ১ লাখ ৬০ হাজাৰ টকা। দেশৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত ৰাজ্য হৈছে উত্তৰপ্ৰদেশ। যোগী ৰাজ্যৰ বিধায়কে কিমান দৰমহা লাভ কৰে সেই তথ্য বিচাৰি বহুতেই গুগল চাৰ্ছ কৰে। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২২ চনত উত্তৰপ্ৰদেশৰ বিধায়কসকলে লাভ কৰিছিল ১ লাখ ৮৭ হাজাৰ টকা। ইয়াৰোপৰি অন্ধ্ৰপ্ৰদেশৰ বিধায়কৰ দৰমহা হৈছে মাহিলী ১ লাখ ২৫ হাজাৰ টকা। অৰুণাচলৰ বিধায়কৰ দৰমহা হৈছে মাহিলী ২৫ হাজাৰ টকা। ২০২২ চনৰ কাঠামো মতে অসমৰ বিধায়কে মাহিলী লাভ কৰে ৬০ হাজাৰ টকা। বিহাৰৰ বিধায়কে মাহিলি লাভ কৰে ১ লাখ ৬৫ হাজাৰ টকা। ছত্তিছগড়ৰ বিধায়কে লাভ কৰে ১ লাক ৩৫ হাজাৰ টকা।

ইপিনে গোৱাৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ টকা। গুজৰাটৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ ২৭ হাজাৰ টকা। হাৰিয়ানাৰ বিধায়কৰ মাহিলী দৰমহা ১ লাখ ১৫ হাজাৰ টকা। হিমাচল প্ৰদেশৰ বিধায়কৰ মাহিলী দৰমহা ১ লাখ ২৫ হাজাৰ টকা। জম্মু-কাশ্মীৰৰ বিধায়কে লাভ কৰে ১ লাখ ৬০ হাজাৰ টকা। ঝাৰখণ্ডৰ বিধায়কে মাহিলী লাভ কৰে ১ লাখ ৫১ হাজাৰ। নাগালেণ্ডৰ বিধায়কে লাভ কৰে ৩৫ হাজাৰ টকা। ওড়িশাৰ বিধায়কে পায় ৩৫ হাজাৰ টকা। পঞ্জাৱৰ বিধায়কে লাভ কৰে ১ লাখ ১০ হাজাৰ টকা। ৰাজস্থানৰ বিধায়কে লাভ কৰে ৫৫ হাজাৰ টকা। ছিকিমৰ বিধায়কে পায় ৫২ হাজাৰ টকা। তামিলনাডুৰ বিধায়কে লাভ কৰে ১ লাখ ১৩ হাজাৰ টকা। ত্ৰিপুৰাৰ বিধায়কৰ মাহিলী দৰমহা ২৫ হাজাৰ ৮৯০ টকা। উত্তৰাখণ্ডৰ বিধায়কে লাভ কৰে ৩৫ হাজাৰ টকা।

ইয়াৰোপৰি একোজন বিধায়কে একাধিক ভাট্টা লাভ কৰে। ইয়াৰ মাজতেই আছে কনষ্টিটিউয়েন্সি এলায়েন্স। নিজৰ বিধানসভা কেন্দ্ৰত কামৰ বাবে পৃথক ভাট্টা। ইয়াৰোপৰি সাধাৰণ খৰচৰ বাবে পৃথককৈ ১০ হাজাৰ টকা দৰমহাৰ সৈতে সংযুক্ত হয়। কাৰ্যালয়ৰ কৰ্মীৰ বাবে পৃথক ভাট্টা। এইক্ষেত্ৰত বিধায়কৰ কাৰ্যালয়ত যিসকলে কাম কৰে তেওঁলোককো পৃথক ভাট্টা দিয়া হয়। যাতায়াতৰ বাবেও এক্সট্ৰা ধন লাভ কৰে বিধায়কে। টেলিফোনৰ বাবদ ভাট্টাৰ লগতে চিকিৎসাৰ বাবেও বিশেষ সুবিধা লাভ কৰে বিধায়কে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
Next Post
মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.