• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

editor by editor
September 17, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলি কুমাৰ। ১০ বছৰ আগত নিজৰ সামাজিক মাধ্যমত শ্বাহৰুখৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল এটলি কুমাৰে। কিন্তু ফটোখন শ্বাহৰুখৰ সৈতে তোলা নহয় ফটোখন আছিল ফটোশ্বপত ইডিট কৰা। সেই সময়ত এটলিয়ে সপোন দেখিছিল সঁচাকৈয়ে যদি শ্বাহৰুখক এবাৰ লগ পোৱা হ’লে! সেই তৰুণ পৰিচালক এটলীয়ে এতিয়া শ্বাহৰুখৰ চিনেমাৰ স্ক্ৰিপ্ট লিখিছে। তেওঁ লিখা চিনেমাৰ কাহিনীয়ে দেশজুৰি চৰ্চা লাভ কৰিছে।

এইসমূহৰ মাজতে আন এক চৰ্চাও চলিছে। এটলী কুমাৰে তামিলৰ ছবি চোৰ কৰি জাৱান ছবিখন লিখিছে। কিন্তু এই অভিযোগ তেওঁৰ সাফল্যৰ কাষত একেবাৰেই নিষ্প্ৰভ। এটলীৰ জীৱনৰ প্ৰথম হিন্দী ছবিৱ শ্বাহৰুখৰ সৈতেই। প্ৰথমখন ছবিয়েই ব্লকপ্লাষ্টাৰ। কিন্তু এটা সময় আছিল যেতিয়া এটলিক কোনোৱে ভৰষা কৰা নাছিল। স্ক্ৰিপ্ট হাতত লৈ পদুলিয়ে পদুলিয়ে ঘূৰি ফুৰিছিল এটলী। ছবিৰ স্ক্ৰিপ্ট ললেও এই স্ক্ৰিপ্টৰ বাবদ ৩০ কোটি টকাও দিব খোজা নাছিল প্ৰযোজকে।

এতিয়া সেই এটলী কুমাৰৰ এটা মাত্ৰ ফোনতেই শ্বাহৰুখে জাৱান ছবিখন কৰাৰ প্ৰস্তাৱ ৰাখিছিল। জাৱানে বৰ্তমানলৈ দেশত ৪০০ কোটিৰ ব্যৱসায় কৰিছে। ৮ দিনত ৪০০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। বিশ্বব্যাপী ছবিখনে ৮০০ কোটিৰ সীমা পাৰ কৰিছে। ছবিখন ব্লকবাষ্টাৰ বুলি ইতিমধ্যে ঘোষিতও হৈছে। কিন্তু এই ছবিৰ লেখকে এই ছবিৰ বিনিময়ত কিমান ধন লৈছে জানেনে?

ছবি মুক্তিৰ এসপ্তাহ পাছত শ্বাহৰুখে এখন সংবাদমেল আয়োজন কৰিছে। যশৰাজ ষ্টুডিঅ’ত সাংবাদিকৰ সৈতে বাৰ্তালাপত মিলিত হৈছে শ্বাহৰুখ। তাতেই শ্বাহৰুখে কয়, ‘বিগত চাৰি বছৰ ধৰি এই ছবিৰ কাহিনীৰ সৈতে মই যুক্ত হৈ আছো। মাজত কৰ’না আহিল। কামবোৰ পিছুৱাই গ’ল। কিন্তু আজি আমি সেই পৰিশ্ৰমৰ ফল পাইছো।’ একাধিক তৰকা এই ছবিৰ সৈতে যুক্ত হৈ আছে। ছবিৰ বাজেটো বহু বেছি। আনহাতে তাৰকাসকলৰ পাৰিশ্ৰমিকো যথেষ্ট। তাৰমাজতেই ছবিখনৰ লেখক এটলিয়েও ছবিখনক লৈ মুখ খুলিছে। তেওঁ কয়, ‘মোৰ মনত ভালকৈয়ে আছে। সেই সময় কৰ’নাৰ ভৰপক সময়। মই ফোনতে শ্বাহৰুখ খানক গল্পটো বুজাই কৈছিলো। চিনেমাহল সমূহ তেতিয়া প্ৰায় বন্ধ হৈ আছিল। সমগ্ৰ ইণ্ডাষ্ট্ৰীয়ে আতংকিত। কোনো প্ৰযোজকেই ছবি নিৰ্মাণ কৰিবলৈ সাহ কৰা নাই। ছবিৰ কাহিনীৰ বাবে মোক তেতিয়া ৩০ কোটি দিবলৈকে কোনো ৰাজী নহয়। কিন্তু শ্বাহৰুখ ছাৰে কাহিনী শুনিয়েই মোক ৩০০ কোটি অফাৰ কৰে।’

এটলিয়ে লগতে কয়, ‘আমি ছবিখনৰ বাজেট পোনতে ৩০০ কোটি ভাৱিছিলো যদিও পাছলৈ সেয়া বৃদ্ধি হৈছে। আজি ছবিখনক বিশ্ববাসীয়ে ভাল পাইছে। আমি এই সফলতাত নথৈ আনন্দিত হৈছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?

আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?

মাৰ্ক জুকাৰবাৰ্গে কি স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? জুকাৰবাৰ্গৰ দৃষ্টিত আইফোনতকৈ ওপৰৰ এই ফোন?

মাৰ্ক জুকাৰবাৰ্গে কি স্মাৰ্টফোন ব্যৱহাৰ কৰে জানেনে? জুকাৰবাৰ্গৰ দৃষ্টিত আইফোনতকৈ ওপৰৰ এই ফোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.