• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

2 years ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

32 minutes ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

1 hour ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

5 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

6 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

8 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

19 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

20 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

20 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

20 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

21 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

editor by editor
September 19, 2023
in বিশ্ব, ভাৰত, লেখা
0
মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীৰ কক্ষপথ এৰিলে ইছৰোৰ সৌৰযান আদিত্য এল-১য়ে। কক্ষপথ পৰিবৰ্তন কৰি পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা বাহিৰলৈ ওলাই গ’ল সৌৰযান আদিত্য এল-১। এইবাৰ আদিত্যৰ লক্ষ্য সূৰ্য আৰু পৃথিৱীৰ মাজৰ লেগৰেঞ্জ পয়েণ্ট বা এল১ পয়েণ্ট। ইছৰোৰে এক্স হেণ্ডেলত জনোৱা অনুসৰি মঙলবাৰে মাজনিশা ২ বজাত আদিত্য এল১য়ে পৃথিৱীৰ পঞ্চম কক্ষপথ পৰিবৰ্তন কৰি পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ ওলাইছে। ইছৰোৱে পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বাহিৰত ট্ৰান্স লেগৰেঞ্জিয়ান পয়েণ্টত সৌৰযানখনক স্থাপন কৰিব।

ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি ১১০ দিন পাছত সৌৰযানখন এল১ৰ কাষ চাপিব। ইছৰোৱে এক্স হেণ্ডেলত লিখিছে, ‘সূৰ্য-পৃথিৱীৰ মাজৰ এল১ পয়েণ্টৰ ফালে ৰাওনা হৈছে আদিত্য। ট্ৰেন্স লেগৰেঞ্জিয়ান পয়েণ্ট১ ইনছাৰ্চন কৌশলেৰে যানখন এল১ পয়েণ্টত স্থাপন কৰিব। মহাকাশযানখনক বৰ্তমান থকা গতিপথেৰেই সূৰ্য-পৃথিৱীৰ এল১ পয়েণ্টলৈ লৈ যোৱা হ’ব।’

পূৰ্বেও পৃথিৱীৰ পৰা দূৰৰ কোনো মহাজাগতিক বস্তুৰ দিশেৰে মহাকাশযান পঠিয়াইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। কেইবাদিন পূৰ্বে চন্দ্ৰযান-৩ৰ ক্ষেত্ৰত দুৰ্দান্ত সাফল্য লাভ কৰিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। চন্দ্ৰযান-৩ মিছনৰ মাজত আদিত্য এল১ পঠিয়াইছে ইছৰোয়ে। বিগত ২ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা সূৰ্যৰ উদ্দেশ্যে ৰাওনা হৈছে আদিত্য এল১। বিগত দিন কেইটাত পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ মাজতেই ঘূৰি আছিল যানখন। পৃথিৱীৰ মুঠ ৫টা কক্ষপথ সলনি কৰাৰ পাছত যানখনে পৃথিৱীৰ মায়া এৰি সূৰ্যৰ দিশে ৰাওনা হৈছে।

সূৰ্য আৰু পৃথিৱীৰ মাজৰ এল১ পয়েণ্টত উপস্থিত হৈয়েই সূৰ্যক পৰ্যবেক্ষণ কৰিব যানখনে। পৃথিৱীৰ পৰা এই বিন্দুৰ দূৰত্ব হৈছে ১৫ লাখ কিঃমিঃ। সূৰ্য সম্পৰ্কে অনেক তথ্য ইছৰোলৈ পঠিয়াব আদিত্যই। ইয়াৰ মাজতেই সোমবাৰে ইছৰোয়ে জনাইছিল যে, কাম কৰিবলৈ আৰম্ভ কৰিছে আদিত্য এল১য়ে। সৌৰযানখনত থকা ষ্টেপ প্ৰযুক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে। মূলত সৌৰজগতৰ নানান উপাদানক লৈ পৰীক্ষা নিৰীক্ষা চলাইছে এই ষ্টেপ প্ৰযুক্তিয়ে। আদিত্য এল১ ৰ গাত মুঠ ৬টা চেন্সৰ আছে। এই চেন্সৰসমূহৰ সহায়তেই সূৰ্যৰ কাষত থকা আয়ন আৰু ইলেক্ট্ৰন সংক্ৰান্তিয় তথ্য সংগ্ৰহ কৰিব যানখনে। পৃথিৱীৰ পৰা ৫০ হাজাৰ কিঃমিঃ দূৰৰ তথ্য ইতিমধ্যেই আদিত্যৰ হাতলৈ আহিছে। তাৰপৰাই তথ্য সংগ্ৰহ কৰি ইছৰোলৈ পঠিয়াব আদিত্য এল-১য়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
Next Post
গজলক্ষ্মী ৰাজযোগ, ৩১ ডিচেম্বৰ পৰ্যন্ত টকা হাতলৈ আহিব এই তিনি ৰাশিৰ জাতকৰ

গজলক্ষ্মী ৰাজযোগ, ৩১ ডিচেম্বৰ পৰ্যন্ত টকা হাতলৈ আহিব এই তিনি ৰাশিৰ জাতকৰ

টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?

টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.