• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

3 years ago
IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

8 hours ago
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

8 hours ago
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

9 hours ago
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

10 hours ago
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

10 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

11 hours ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

12 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

14 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

14 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন

editor by editor
September 20, 2023
in জীৱনশৈলী, ভাৰত
0
দুটাকৈ ৰাজযোগ তৈয়াৰ কৰিছে শনিয়ে, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন
0
SHARES
19.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত বিচৰণ কৰে৷ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যাওঁতে শনিক সময় লাগে প্ৰায় আঢ়ৈ বছৰ৷ জ্যোতিষ শাস্ত্ৰমতে শনিৰ গতিপথত সামান্য পৰিবৰ্তন আহিলেই একাধিক শুভ যোগ তৈয়াৰ হয়৷ পঞ্চমহাপুৰুষৰ ৰাজযোগৰ মাজত অন্যতম শ শ মহাপুৰুষ ৰাজযোগ নিৰ্মাণ কৰিছে শনিয়ে৷ বৰ্তমান কুম্ভ ৰাশিত শনিয়ে বক্ৰী অৱস্থাত বিচৰণ কৰিছে৷ এই সময়ত ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হ’ব৷ ৪ নৱেম্বৰত মাৰ্গী অৰ্থাৎ নিজৰ পথত উভতি আহিব শনি৷ অৰ্থাৎ শনিৰ দুটা অতি শুভ যোগৰ প্ৰভাৱ পৰিব৷ কেন্দ্ৰত ত্ৰিকোণ আৰু শ শ ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ সময় ভাল চলিব?

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ত্ৰিকোণ আৰু ৰাজযোগে ইতিবাচক পৰিবৰ্তন আনিব৷ এই সময়ত লাভ অৰ্জনৰ বাবে একাধিক দুৱাৰ মুকলি হ’ব৷ চাকৰি আৰু ব্যৱসায়ত আৰ্থিক উন্নতি হ’ব৷ নতুন চাকৰি লাভৰ আশা৷ শনিয়ে এই ৰাশিৰ জাতকৰ সমস্ত মনোকামনা পূৰ্ণ কৰিব৷

সিংহ ৰাশি
শনিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকৰো দিন ভাললৈ আহিব৷ আপোনাৰ সুখ সুবিধা বৃদ্ধি হ’ব৷ এই সময়ত গাড়ী কিনাৰ শুভ সংযোগ৷ আইনী মামলাতো জয়ী হ’ব৷ চাকৰিত পদোন্নতিৰ যোগ৷ ফচি থকা ধন উভতাই পাব৷ দাম্পত্য জীৱনত সুখৰ হ’ব৷

তুলা ৰাশি
শনিৰ ত্ৰিকোণ প্ৰভাৱ এই ৰাশিৰ বাবেও শুভ হ’ব৷ এই সময়ত আৰ্থিক উন্নতিৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ আপোনাৰ আৰ্থিক পৰিস্থিতিক মজবুত কৰাৰ যোগ৷ আনহাতে চাকৰিত পদোন্নতিৰো যোগ আছে৷ আপোনালোকে আকস্মিক ধন লাভ কৰিব পাৰে৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব৷

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবেও এই সময় শুভ৷ এই সময়ত শনিৰ আশীৰ্বাদ পাব কুম্ভ ৰাশিৰ জাতকে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব৷ কৰোবাত পাবলগীয়া ধন লাভ কৰিব৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

May 31, 2026
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!
জীৱনশৈলী

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

May 31, 2026
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ
জীৱনশৈলী

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

May 31, 2026
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!
জীৱনশৈলী

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

May 31, 2026
Next Post
১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

১৩ বছৰ বয়সত বিবাহ, ১৪ বছৰ বয়সত প্ৰথম সন্তানৰ মাতৃ! বলীউডত ভৰি দিয়াৰ লগে লগেই ভাঙিছিল সংসাৰ, সৰোজ খানৰ জীৱনৰ এই অধ্যায় বহুতেই নাজানে

হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.