• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

3 years ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

32 seconds ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

40 minutes ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

58 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

2 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

5 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

5 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

7 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

editor by editor
September 20, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
হিন্দুৱে দান দিলে প্ৰতিদান নলয়, মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘মই টোপনিৰ পৰা উঠিয়ে অসমত ৰাজস্থানৰ মানুহে দেখো। ঘৰৰ পৰা ওলালেই মই ৰাজস্থানৰ মানুহে ল’গ পাওঁ। আপোনালোকৰ লাখ লাখ মানুহৰ সৈতে মোৰ নিবিড় সম্পৰ্ক।’

জোধপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ৷ অসমৰ সৈতে ৰাজস্থানৰ সম্পৰ্ক ১০০ বছৰতকৈয়ো বেছি পুৰণি বুলি কৈ ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে৷ তাৰপিছতেই ৰাজস্থান কংগ্ৰেছৰ এটাৰ পাছত আনটো বিফলতা উদঙাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ৰাজস্থানৰ দৰে বৃহৎ প্ৰদেশৰ পৰা শিক্ষাগ্ৰহণ কৰিবলৈকে আহিছিলো। ৰাজস্থানত কি কি উন্নয়ণমূলক কাম হৈছে চাব বিচাৰি আছো। ক’তো একো উন্নয়ন নেদেখি মই বৰ নিৰাশ হৈছো। অসমৰ দৰে সৰু প্ৰদেশতেই ৰাজস্থানতকৈ বহু উন্নয়নমূলক কাম হৈছে৷’

ৰাজস্থানত উপস্থিত হৈ অসমক লৈহে গৰ্বত বুকু ওফন্দি উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ৷ ইয়াৰ আঁৰত বহুকেইটা কাৰণো আছে৷ ৰাজস্থানত পেট্ৰল প্ৰতি লিটাৰত ১০৮.৪৫ টকা। ‘গুৱাহাটীত এবাৰ খবৰ লৈ চাওক। আমি গুৱাহাটীত ৯৮.৫৮ টকাত পেট্ৰল দি আছো। ৰাজস্থানত পেট্ৰলৰ দাম অসমতকৈ ১০ টকা বেছি। ৰাজস্থান চৰকাৰে এহাতেৰে দি এহাতেৰে উভতাই লৈছে। হিন্দুৱে দান দিলে প্ৰতিদান নলয়। আমাৰ পৰা গেহলট জীয়ে এই কথা শিকক।’

অসমত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। অসমত সকলো মহিলাৰ ঋণ মাফ কৰি দিয়া হৈছে। প্ৰতিশ্ৰুতি দিয়ামতে ১ লাখ লোকক চৰকাৰী চাকৰি দিয়া হৈছে। তৃতীয় প্ৰতিশ্ৰুতি আছিল সকলো মহিলাৰ একাউণ্টত ১২০০ টকাকৈ দিয়া। সেই ধনো অৰুণোদয় আঁচনিৰ জড়িয়তে অসমৰ মহিলাই পায় আছে। কিন্তু, ‘গেহলটে কৃষক, শ্ৰমিক, মহিলাক প্ৰতাৰণা কৰিছে। মিছা প্ৰতিশ্ৰুতি দি নিজলৈকে পাপ গোটাইছে। হিন্দুৰ ওপৰততো আক্ৰমণ চলাইয়ে আছে। ইয়াত কংগ্ৰেছে বাবৰৰাজ চলাব খুজিছে।’

কংগ্ৰেছে কিয় বা বাবৰক ইমান ভালপায় নাজানো বুলি কৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘আমাৰ ৰাজ্যত এনেকুৱা কৰিলে এক মিনিটত এক্সন লম। হিন্দু ধৰ্মক আক্ৰমণ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী মনে মনে থাকে। হিন্দু হৈয়ো আপুনি হিন্দুৰ হৈ মাত মাতিবলৈ সাহস নাই। মই আহিছো যেতিয়া অশোক গেহলট চৰকাৰে এইবাৰ ৰিটায়াৰমেণ্ট ল’বই।’ ৰাজস্থানৰ পৰা এইবাৰ বাবৰৰ পাৰ্টীক বিদায় দিম বুলিও জয়পুৰৰ জনসভাৰ পৰা হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Next Post
য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

এয়াই প্ৰথম, এয়াই শেষ...বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.