• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

3 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

12 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

12 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

13 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

15 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

15 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

16 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

16 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

17 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

17 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

18 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী

editor by editor
September 20, 2023
in ভাৰত, ৰাজনীতি
0
য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈছো এই ভৱন উদ্বোধন কৰোতে কিয় দেশৰ প্ৰথম মহিলাক মতা নহ’লঃ সাংসদ ৰাহুল গান্ধী
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন সংসদ ভৱনত প্রথমবাৰ বক্তব্য ৰাখিলে ৰাহুল গান্ধীয়ে। পোনতে ৰাহুল গান্ধীৰ ভাষণক প্ৰশংসা কৰিবলৈ বাধ্য হৈ পৰিল শাসক দলেও। ৰাহুলে কয়, ‘মই মহিলা সংৰক্ষণ বিলক সমৰ্থন কৰিছো৷ ভয় নকৰিব মই আজি আদানীৰ কথা নকও৷ এই বিল্ডিঙৰ প্ৰশংসা কৰিবই লাগিব৷ সুন্দৰকৈ ইয়াৰ ডিজাইন কৰা হৈছে৷ মোৰ দুখ লাগিছে এটা কথাতেই৷ য’ত বহি আমি মহিলা সংৰক্ষণৰ কথা কৈ আছো এই সংসদ ভৱন উদ্বোধন কৰোতে কিন্তু দেশৰ প্ৰথম মহিলাক মতা নহ’ল। দেশৰ ৰাষ্ট্ৰপতিক এই সংসদ ভৱন উদ্বোধনীত ভাগ ল’বলৈ দিয়া নহ’ল৷

ৰাহুলে লগতে কয়, ‘ব্ৰিটিছে ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰ কৰোতেও সুধিছিল৷ কাৰ হাতত আমি ক্ষমতা এৰি দিম? স্বাধীনতা আন্দোলনকাৰীয়ে তেতিয়া কৈছিল, ভাৰতৰ নাগৰিকৰ হাতত দিয়ক৷ জন্মলগ্নৰে পৰা আমাৰ দেশত পুৰুষে মহিলাক সমৰ্থন জনোৱা পৰম্পৰা আছে। নিৰ্বাচনত সংৰক্ষণ কৰাটো ক্ষমতা হস্তান্তৰৰ এটা পদ্ধতিহে। মহিলাৰ হাতত প্ৰথম ক্ষমতা দিয়া পদ্ধতি আৰম্ভ হৈছিল পঞ্চায়তীৰাজ ৱ্যৱস্থাৰ মাধ্যমেৰে। তেতিয়াই মহিলাক ৰাজনীতিত ভৰি দিবলৈ সুযোগ দিয়া হৈছিল। সেই পদক্ষেপ আছিল বৃহৎ এক পদক্ষেপ। মহিলা পুৰুষতকৈ আগত চলে সেই কথা তেতিয়াই প্ৰতীয়মান হৈছিল। বিৰোধী শাসক সকলোৱে এই কথা জানে।’

এই বিলক সমৰ্থন জনাইয়ো ৰাহুলে উত্থাপন কৰে কেইটামান প্ৰশ্ন, ‘অবিচি সংৰক্ষণৰ কথা এই বিলত কিয় দিয়া নহ’ল? আধৰুৱা বিল এখনে দেশৰ জনগণক কেনেকৈ আগুৱাই নিব? ভাষণৰ শেষত ৰাহুলে কয়, ‘জাতিগত লোকপিয়ল কিয় হোৱা নাই দেশত? দেশত অবিচি গোষ্ঠীৰ সংখ্যা কিমান? দেশত দলিত, আদিবাসীৰ সংখ্যা কিমান?’

মোদী চৰকাৰলৈ ৰাহুল গান্ধীৰ অনুৰোধ, ‘এই বিল পাছ কৰক। মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণো কৰক। কেৱল অবিচিক বিশেষকৈ এই বিলত সামৰি লওক। যদি মোদী চৰকাৰে এই কাম নকৰে তেন্তে কংগ্ৰেছে এই কাম কৰি পেলাব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
এয়াই প্ৰথম, এয়াই শেষ…বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

এয়াই প্ৰথম, এয়াই শেষ...বলীউডত আৰু কাম নকৰে নয়নতাৰাই! বলীউডলৈ মাতি কোনে প্ৰতাৰণা কৰিলে দক্ষিণী অভিনেত্ৰী নয়নতাৰাক?

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

সনাতন ধৰ্মত বিবাহৰ পাছত কিয় মহিলাই সেন্দুৰ পৰিধান কৰে? সেন্দুৰ পৰিধান নকৰিলে কি সমস্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.