• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

2 years ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

34 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

1 hour ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

3 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

19 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

20 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

editor by editor
October 9, 2023
in বিবিধ, বিশ্ব
0
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শক্তিশালী ৰাডাৰ, যিয়ে শত্ৰুৱে দিয়া ৰকেট আকাশতেই ধ্বংস কৰি দিব পাৰে। কেৱল সেয়াই নহয় ইজৰাইলৰ বিখ্যাত ‘আয়ৰণ ডোম’ চিষ্টেম ইমানেই ক্ষমতাশালী যে সেই আয়ৰণ ডোমক পৰিচালিত কৰা ৰিস্ক এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা কম্পিউটাৰেৰেই ইয়াক কণ্ট্ৰল কৰিব পাৰি। আকাশী পথেৰে কোনো শত্ৰুৱে আক্ৰমণ কৰিলে সেই আক্ৰমণৰ লগে লগেই এক্টিভ হৈ পৰে সমগ্ৰ চিষ্টেম।

এই হাঁথিয়াৰ দিয়েই প্ৰতিপক্ষ হামাছক ৰখাবলৈ সক্ষম হৈছে ইজৰাইল। প্ৰথমদিনা পথভ্ৰষ্ট হৈ পৰিলেও এয়াৰ ডিফেন্স চিষ্টেম এতিয়া সম্পূৰ্ণ এক্টিভ হৈ আছে। আয়ৰণ ডোমে ৰকেট বা ক্ষেপণাস্ত্ৰৰ আক্ৰমণক সম্পূৰ্ণৰূপে ৰখাই দিব বিচাৰিছে। ৰকেট-মৰ্টাৰ-গোলা-ড্ৰোনেৰে গুলি সকলোবোৰ ৭০ কিঃমিঃ দূৰত্বতেই নিশ্চিহ্ন কৰি দিব পাৰে। এই এণ্টি মিছাইল চিষ্টেমেৰেই হামাছৰ আক্ৰমণক প্ৰতিহত কৰিছে ইজৰাইলে। অতৰ্কিতে আক্ৰমণ কৰাৰ বাবেই পোনতে ইজৰাইলে ক্ষণিকৰ ভিতৰত জৱাব দিব পৰা নাছিল। ইজৰাইলী সেনা সূত্ৰৰ দাবী এই আয়ৰণ ডোমৰ সহায়তেই তেওঁলোকে গাজাৰ পৰা আকাশীপথেৰে হঠাৎ অহা ৫০০০হাজাৰ ৰকেট আকাশতেই ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ৰকেট ভূমিত আহি পৰিলে বহু লোকৰ মৃত্যু হ’লহেতেন। ধ্বংসলীলাৰ মাত্ৰা আৰু বৃদ্ধি পালেহেতেন।

আয়ৰণ ডোম চিষ্টেম যথেষ্ট ক্ষমতাশালী হ’লেও আয়ৰণ ডোম চিষ্টেমৰ কিছু ত্ৰুটিও আছে। সকলো বিপদ প্ৰতিহত কৰাৰ ক্ষমতা ইয়াৰ নাই। কম উচ্চতাৰে অহা ক্ষেপণাস্ত্ৰ ধৰি ৰাখিব নোৱাৰে এই হাঁথিয়াৰে। ২০১১ চনত এই ডোম চিষ্টেম ইজৰাইলৰ আকাশত মেলি ধৰিছে ইজৰাইলী সেনাই। দুটাকৈ ইজৰাইলী সংস্থাই ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছ আৰু ইজৰাইল এৰোস্পেছ ইণ্ডাষ্ট্ৰীছে এই আয়ৰণ ডোম তৈয়াৰ কৰিছে। এই ডোম তৈয়াৰ কৰাত আমেৰিকাইয়ো সহায় কৰিছে ইজৰাইলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে
জীৱনশৈলী

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

April 1, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
Next Post
টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

ৱাইনাড এৰি হিন্দী বলয়ৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে, কংগ্ৰেছৰ এক সূত্ৰই দিছে বিশেষ ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.