• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ

৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ

3 years ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

23 minutes ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

2 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

3 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

4 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

4 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

5 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

7 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

8 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

8 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

9 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ

editor by editor
November 4, 2023
in ভাৰত, লেখা
0
৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ
0
SHARES
48.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১২ তাৰিখে দীপাৱলী। এইবছৰ দীপাৱলীৰ পূৰ্বেই কেইবাটাও শুভযোগ তৈয়াৰ হৈছে। জ্যোতিষ গণনা অনুসৰি দীপাৱলীৰ কিছু দিন পূৰ্বে অৰ্থাৎ ৪ আৰু ৫ নৱেম্বৰত অত্যন্ত দুৰ্লভ সংযোগ তৈয়াৰ হৈছে। প্ৰায় ৪০০ বছৰ পাছত এই সংযোগ তৈয়াৰ হৈছে। এই শুভ যোগত দীপাৱলীৰ বজাৰ, লগ্নি আৰু অন্যান্য শুভ কাম কৰিব পাৰে। ৪ আৰু ৫ তাৰিখে কি কি শুভ যোগ তৈয়াৰ হৈছে? কোন কোন ৰাশিৰ জাতকৰ উন্নতি আছে?

৪ আৰু ৫ নৱেম্বৰত তৈয়াৰ হৈছে দুৰ্লভ সংযোগ
৪ নৱেম্বৰ, শনিবাৰে পুৱা ৮ বজাৰ পৰা পুষ্য নক্ষত্ৰ থাকিব। ৫ নৱেম্বৰত পুৱা ১০ বজালৈকে এই শুভ নক্ষত্ৰৰ প্ৰভাৱ থাকিব। ইয়াৰ ফলত এই দুই তাৰিখতেই তৈয়াৰ হ’ব শনি আৰু ৰবি পুষ্য যোগ। এই দুই দিনত পুষ্য নক্ষত্ৰৰ উপস্থিতিত শুভ কাম কৰিলে স্থায়ী ফলাফল লাভ কৰিব।

শনি পুষ্যৰ ওপৰিও ৪ নৱেম্বৰত তৈয়াৰ হৈছে এই শুভ যোগ
হিন্দু পঞ্জিকা অনুসৰি ৪ নৱেম্বৰত পুষ্য নক্ষত্ৰৰ ওপৰিও গজকেশৰী যোগ থাকে। ইয়াৰোপৰি পুষ্য নক্ষত্ৰল অধিপতি শনি স্বৰাশিত উপস্থিত থাকিব। যাৰ ফলত শ শ ৰাজযোগৰ প্ৰভাৱ বৰ্তি থাকিব। পঞ্জিকা অনুসৰি এই দিনটোত শঙ্খ, লক্ষ্মী, শ শ হৰ্ষ, সৰল, সাধ্য, মিত্ৰ যোগ তৈয়াৰ হৈছে।

ৰবি পুষ্যৰ ওপৰিও ৫ নৱেম্বৰত তৈয়াৰ হৈছে এই শুভ যোগ
৫ নৱেম্বৰত ৰবি পুষ্য যোগৰ ওপৰিও ৰবি যোগ, সৰ্বাৰ্থসিদ্ধি যোগ, গজকেশৰী যোগ, শুভ, শ্ৰীবৎস, অমলা, বাশি, সৰল যোগ থাকিব।

একাধিক শুভ যোগ তৈয়াৰ কৰিছে এই গ্ৰহৰ যুঁটিয়ে
জ্যোতিষ অনুসৰি এই সময়ত শনিয়ে স্বৰাশি কুম্ভত উপস্থিত হৈ দেৱগুৰু স্বৰাশি মেষত বিৰাজ কৰিছে। এই দুই গ্ৰহৰ অৱস্থান অত্যন্ত মঙ্গলজনক। এই সংযোগৰ ফলত বৃষ, মেষ, তুলা, ধনু আৰু কুম্ভ ৰাশিৰ জাতকৰ বিশেষ লাভ হ’ব।

৪ আৰু ৫ ৰ পৰাই দীপাৱলীৰ বজাৰ কৰিব পাৰে
সোন আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে পুষ্য নক্ষত্ৰ অত্যন্ত শুভ। ২৭ নৱেম্বৰত মধ্য পুষ্যক নক্ষত্ৰৰ ৰজা বুলি কোৱা হয়। শনি আৰু বৃহস্পতি এই গ্ৰহৰ অধিপতি। বৃহস্পতিক অৰ্থ আৰু জ্ঞানৰ কাৰক বুলি কোৱা হয়। শনি হৈছে স্থায়ীত্বৰ প্ৰতীক। সেয়ে এই তিথি আৰু শুভ যোগত বজাৰ কৰিলে সেয়া স্থায়ী হয় আৰু সুখ-সমৃদ্ধিও লাভ হয়। এই শুভ যোগত ঘৰ, সম্পত্তি, অলংকাৰ, পোছাক ক্ৰয় কৰাটোও শুভ।

দুৰ্লভ সংযোগত লাভ হ’ব এই ৰাশিৰ
জ্যোতিষ অনুসৰি দীপাৱলীৰ পূৰ্বে এই শুভ সংযোগৰ কাৰণে সমস্ত ৰাশিৰ ওপৰত শনি আৰু বৃহস্পতিৰ আশীৰ্বাদ থাকিব। এই পৰিস্থিতিত মেষ, মিথুন, কৰ্কট, ধনু, মকৰ আৰু কুম্ভ ৰাশিৰ জাতক বিশেষভাৱে লাভাম্বিত হ’ব। লক্ষ্মীৰ আশীৰ্বাদত এই ৰাশিৰ জাতকৰ ৰৈ যোৱা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব। ইয়াৰোপৰি ব্যৱসায় আৰু চাকৰিত উন্নতিৰ যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা
বাণিজ্য

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

August 11, 2026
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
Next Post
জীৱনত কাহানিও সুখ নাপায় এই ধৰণৰ মানুহে, কেনে ব্যক্তি সুখী হ’ব নোৱাৰে? জানক সবিশেষ…

জীৱনত কাহানিও সুখ নাপায় এই ধৰণৰ মানুহে, কেনে ব্যক্তি সুখী হ’ব নোৱাৰে? জানক সবিশেষ...

ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম

ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.