• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম

ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

59 minutes ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

1 hour ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

2 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

3 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

3 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

4 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

6 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

6 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

7 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

8 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

8 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম

editor by editor
November 4, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ নাম, এলন মাস্কে ৰাজহুৱা কৰিলে সন্তানৰ নাম
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় নোবেলজয়ী বিজ্ঞানীৰ নামেৰে সন্তানৰ মিডলনেম ৰাখিছে এলন মাস্কে। এই খবৰ সামাজিকমাধ্যমযোগে মাস্কে প্ৰকাশ নকৰিলেও ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে দিছে বিশেষ পোষ্ট। ব্ৰিটেইনত অনুষ্ঠিত AI ছেফটি ছামিটত যোগ দিছে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ আৰু এলন মাস্কে। তাতেই এলনৰ সৈতে হোৱা কথাবতৰাৰ মাজত এই কথা জানিব পাৰে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীয়ে।

এলন মাস্কৰ সন্তানৰ নামত যি ভাৰতীয় সংযোগ আছে সেই কথা বহুতেই নাজানে। ১৯১০ চনত তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সুব্ৰাহ্মাণ্য চন্দ্ৰশেখৰে। পদাৰ্থবিজ্ঞানত সুব্ৰহ্মাণ্যন চন্দ্ৰশেখৰৰ অৱদান কৈ শেষ কৰিব নোৱাৰি। উইলিয়াম আৰ্লফ্ৰেড ফাউলাৰৰ সৈতে যৌথভাৱে ১৯৮৩ ত নোবেল পুৰস্কাৰ লাভ কৰিছিল তেওঁ। এই মহান বিজ্ঞানীক শ্ৰদ্ধা জনাইয়েই তেওঁৰ নামৰে নিজৰ সন্তানৰ নামকৰণ কৰিছে এলন মাস্কে।

তেওঁৰ প্ৰাক্তন পত্নী শিভন জিলিছে কয়, ‘আমি আমাৰ সন্তানক মৰমতে ‘চন্দ্ৰশেখৰ’ মাতো। এক্স হেণ্ডেলত এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীয়ে লিখিছে, ‘এলন মাস্কে জনাইছে যে তেওঁৰ চন্দ্ৰশেখৰ ৰাখিছে। ১৯৮৩ চনত নোৱেল জয় কৰা বিজ্ঞানী অধ্যাপক সুব্ৰহ্মাণ্যন চন্দ্ৰশেখৰৰ নামেৰে সন্তানৰ নামকৰণ কৰা হৈছে। এলন মাস্কৰ সন্তানৰ নামত যে ভাৰতীয় সংযোগ থাকিব আমি কল্পনাই কৰা নাছিলো। মহাকাশ গৱেষণা সংস্থা স্পেছ এক্স, বৈদ্যুতিক বাহন প্ৰস্তুতকাৰী টেছলাৰ মালিকৰ ওপৰিও বৰ্তমান তেওঁ এক্স হেণ্ডেলৰো মালিক।’

নিত্য নতুন উদ্ভাৱন আৰু গৱেষণাক লৈ ব্যস্ত থাকে এলন মাস্ক। সম্প্ৰতি ব্ৰিটেইনত অনুষ্ঠিত এক আৰ্টিফিছিয়েল ইণ্টেলিজেন্স ছামিটত যোগ দিছে মাস্কেও। তাতেই ভাৰতৰ হৈ অংশ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে। ২৭ খন দেশৰ উদ্যোগপতিৰ ওপৰিও AI বিশেষজ্ঞসকলে যোগ দিছে এই ছামিটত। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানৰ মূল বিষয় হৈছে আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ ভৱিষ্যৎ আৰু সাম্ভাৱ্য চেলেঞ্জসমূহৰ সৈতে কেনেকৈ মোকাবিলা কৰিব?

এই অনুষ্ঠানতেই মাস্কে তেওঁৰ সন্তানৰ নামৰ সৈতে ভাৰতীয় যোগসূত্ৰ থকাৰ কথা প্ৰকাশ কৰে। সেই সন্তানৰ ওপৰিও মাস্কৰ অইন দুটা সন্তানো আছে। ২০২০ চনত তেওঁৰ পত্নী গীমছে দুই পুত্ৰ সন্তানৰ জন্ম দিয়ে। দুই সন্তানৰ নামৰ কথা মাস্কে কয়, তেওঁৰ সন্তানৰ নাম ‘X Æ A-12 Musk’।এই নাম শুনি প্ৰথমতেই সকলোৱে ধেমালী বুলি ভাৱিছিল। কিন্তু তাৰপিছতেই জনাই যে, বাস্তৱত তেওঁৰ সন্তানৰ নাম এয়াই। বহুতেই এই নাম শুনি কয়, ‘এয়া নাম নে পাছৱাৰ্ড?’ অৱশ্যে এই নামৰ নিৰ্দিষ্ট অৰ্থ আছে বুলি দাবী কৰিছে তেওঁৰ পত্নীয়ে। পত্নীয়ে কয়, ‘X’ শব্দৰ অৰ্থ অজানা, পৰিবৰ্তনশীল। ‘Æ’ ৰ অৰ্থ হৈছে AI বা আৰ্টিফিছিয়েল ইণ্টেলিজেন্স আৰু A-12 মানে হৈছে SR-17। এয়া দম্পত্তিৰ প্ৰিয় বিমানৰ মডেল নম্বৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
Next Post
আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?

আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?

আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.