• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?

আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

1 hour ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

2 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

3 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

3 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

4 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

4 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

6 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

6 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

7 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?

editor by editor
November 4, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
আগন্তুক বৰ্ষত ৫টা গ্ৰহণ, ২৪ত কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ?
0
SHARES
565
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধৰ্ম আৰু জ্যোতিষত গ্ৰহণৰ বিশেষ মাহাত্ম্য আছে। ২০২৩চনৰ চাৰিটা গ্ৰহণৰ পাছত ২০২৪ চনত পৰিব ৫টা গ্ৰহণ। জ্যোতিষ শাস্ত্ৰত সূৰ্য আৰু চন্দ্ৰগ্ৰহণত বিশেষ ধৰ্মীয় মাহাত্ম্য আছে। যাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰিব ব্যক্তিৰ জীৱনত। গ্ৰহণৰ পূৰ্বে যি সূতক কাল আৰম্ভ হয়, সেই সময়ত একাধিক কাম বৰ্জিত। গ্ৰহণৰ সময়ত বিশেষ কেইটামান কাম কৰা উচিত নহয়। গ্ৰহণৰ সময়ত কি কি নিয়ম পালন কৰিলে সুফল পোৱা যায়? ২৪ৰ কেতিয়া চন্দ্ৰগ্ৰহণ আৰু কেতিয়া সূৰ্যগ্ৰহণ জানি লওক পূৰ্বেই।

২০২৪ চনৰ সূৰ্য গ্ৰহণ
৮ এপ্ৰিল ২০২৪ত বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণ। এইয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। পশ্চিম ইউৰোপ, উত্তৰ আমেৰিকা, উত্তৰ-দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ অঞ্চল, আটলাণ্টিক মহাসাগৰীয় অঞ্চল, আৰ্কটিকৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’ব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব।

২৪ৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ ২ অক্টোবৰ বুধবাৰে হ’ব। এয়া কঙ্কনাকৃতি গ্ৰহণ। দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰীয় অঞ্চল, আটলাণ্টিক মহাসাগৰীয় অঞ্চল, আৰ্কটিকৰ অধিকাংশ এলেকাতেই এই গ্ৰহণ দৃশ্যমান হ’ব। বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণো ভাৰতত দেখা নাযাব।

২০২৪ চনৰ চন্দ্ৰগ্ৰহণ
২৫ মাৰ্চ ২০২৪ত বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ’ব। ফাগুনী পূৰ্ণিমাতেই এই গ্ৰহণ হ’ব।
দ্বিতীয় চন্দ্ৰগ্ৰহণ হ’ব ১৮ ছেপ্টেম্বৰত। এয়া আংশিক চন্দ্ৰগ্ৰহণ।
বছৰৰ শেষ চন্দ্ৰ গ্ৰহণ হ’ব ১৭ অক্টোবৰত।

গ্ৰহণত কি কাম কৰিব কি নকৰিব?
শাস্ত্ৰত গ্ৰহণৰ সময়ত কিছু কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। কি কি কামৰ পৰা বিৰত থাকিব সেই কথাও উল্লেখ আছে শাস্ত্ৰত। গ্ৰহণৰ সময়ত মানসিক জপ আৰু তপস্যা কৰিব পাৰে। সূৰ্য আৰু চন্দ্ৰৰ পূজা কৰিব পাৰে। নিজৰ ৰাশিৰ অধিপতি গ্ৰহৰ মন্ত্ৰ জপ কৰিব পাৰে।
তেল আৰু ঘিউৰে তৈয়াৰ কৰা খাদ্য, গাখীৰ, ঘী, আচাৰ, পনীৰ, মাখনত তুলসী বা কুশ দি থব পাৰে। এনেকৈ থলে খাদ্যসমূহ দূষিত নহয়। শুকান খাদ্য বস্তুত তুলসী নিদিলেও চলে।
গ্ৰহণৰ সময়ত অন্যান্য পূজা অৰ্চনা একেবাৰে বৰ্জন কৰিব। ইয়াৰোপৰি গ্ৰহণৰ সময়ত মূৰ্তি স্পৰ্শ কৰিব নালাগে।
গ্ৰহণৰ সময়ত ভোজন একেবাৰেই উচিত নহয়। এই সময়ত শ্ৰাদ্ধ কৰা অনুচিত। বৃদ্ধ, বালক সকলোৰে ওপৰত এই নিয়ম কাৰ্যকৰী হ’ব।
গ্ৰহণৰ সময়ত মন্দিৰতো প্ৰৱেশ কৰিব নালাগে। ইয়াৰোপৰি নখ আৰু চুলিও নাকাটিব। তেল মালিছ কৰাৰ পৰাও বিৰত থাকিব। যাত্ৰা এৰাই চলক।
গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত ধাৰযুক্ত সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকক। ঈশ্বৰৰ নাম জপ কৰিব। গ্ৰহণ চলাৰ সময়ত নিজৰ কামত কুশ আৰু গংগাজল থ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

আমি সিদ্ধান্ত লৈছো, ৮০ কোটি ভাৰতীয়ক ৫ বছৰলৈ বিনামূলীয়াকৈ ৰেচন দিমঃ প্ৰধানমন্ত্ৰী মোদী

ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.