• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ত লক্ষ্মীৰ আশীৰ্বাদ ৪ৰাশিৰ ওপৰত! গাড়ী, পদোন্নতি লিখা আছে ৪ৰাশিৰ ভাগ্যত

২০২৪ত লক্ষ্মীৰ আশীৰ্বাদ ৪ৰাশিৰ ওপৰত! গাড়ী, পদোন্নতি লিখা আছে ৪ৰাশিৰ ভাগ্যত

3 years ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

13 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

59 minutes ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

2 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

14 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

15 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

17 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৪ত লক্ষ্মীৰ আশীৰ্বাদ ৪ৰাশিৰ ওপৰত! গাড়ী, পদোন্নতি লিখা আছে ৪ৰাশিৰ ভাগ্যত

editor by editor
November 21, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৪ত লক্ষ্মীৰ আশীৰ্বাদ ৪ৰাশিৰ ওপৰত! গাড়ী, পদোন্নতি লিখা আছে ৪ৰাশিৰ ভাগ্যত
0
SHARES
23.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন সপোন, প্ৰত্যাশা লৈ আৰম্ভ হ’ব নতুন বছৰ। নৱবৰ্ষক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন। চলিত বছৰৰ অসম্পূৰ্ণ সপোন, আশা, আকাংশা লৈ আৰম্ভ হ’ব নৱবৰ্ষ ২০২৪। নতুন বছৰটো আপোনাৰ কেনেদৰে যাব, সেই বিষয়ে জানিবলৈ আপুনিও নিশ্চয় আগ্ৰহী! জ্যোতিষ শাস্ত্ৰই সেয়ে নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই জনাইছে কোন কোন ৰাশিৰ জাতকৰ ২৪ চনটো ভালধৰণে পাৰ হ’ব? কোন কোন ৰাশিত জাতকৰ হাতলৈ অৰ্থ আহিব? ২৪ত কোন কোন ৰাশি ভাগ্যৱান হৈ উঠিব জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে নতুন বছৰত ইতিবাচক পৰিণাম আহিব। আপোনাৰ সমস্ত পৰিকল্পিত কাম এই সময়ত পূৰ্ণ হ’ব। এই ৰাশিৰ চাকৰীয়ালসকলৰ বাবে ২৪ চন বিশেষভাৱে ভাল হ’ব। কাৰণ আপোনাৰ পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। প্রশাসনিক পদত কৰ্মৰত মেষ ৰাশিৰ জাতকে বিশেষভাৱে লাভ অৰ্জন কৰিব। বিদেশ যাত্ৰাৰো পূৰ্ণ সম্ভাৱনা আছে। কোনো ভাল সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাৱো লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে। ব্যৱসায়ত সফলতা। আয় বৃদ্ধি হ’ব। আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব।

কন্যা ৰাশি
আগন্তুক নতুন বছৰ এই ৰাশিৰ জাতকৰ বাবে শুভ। চাকৰিয়ালসকলৰ আকাংক্ষা পূৰণ হ’ব। যি পদ লাভৰ আকাংক্ষা আছে সেয়া লাভ কৰিব। অফিচত নতুন দায়িত্ব লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মন মেজাজ ভালে থাকিব। অৰ্থ আৰু সম্পত্তি বৃদ্ধি হ’ব। ইয়াৰফলত কন্যা ৰাশিৰ জাতকৰ বেংক বেলেন্স বাঢ়িব। পৈতৃক সম্পত্তিৰ মাধ্যমেৰে লাভাম্বিত হ’ব এই ৰাশিৰ জাতক। এই বছৰ পৰিশ্ৰমৰ জোৰতেই সফলতা লাভ কৰিব। সুখ সমৃদ্ধি বাঢ়িব।

তুলা ৰাশি

২০২৪ চনটো আপোনাৰ বাবে অত্যন্ত শুভ। এই বছৰ ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। নানান অভিজ্ঞতা অৰ্জন কৰিব। বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰিব। গাড়ী ক্ৰয়ৰ সপোন পূৰণ হ’ব। অন্যহাতে কেৰিয়াৰৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব। তুলা ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ। আয় বাঢ়িব আপোনাৰ। অৰ্থ সঞ্চয়ত সফল হ’ব।

বৃশ্চিক ৰাশি
আপোনাৰ বাবে ২০২৪ চনে আশাৰ বতৰা কঢ়িয়াই আনিব। কেৰিয়াৰত উন্নতিৰ সুযোগ আছে। আপোনাৰ আয় বাঢ়িব। অন্যহাতে বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। আপোনাৰৱ ব্যৱসায় বিস্তাৰৰ সম্ভাৱনা। পুৰণা সমস্যাৰ পৰা মুক্তি পাব। ধন, সম্পত্তি লাভৰ পথ প্ৰশস্ত হ’ব। সুখ, শান্তি বজায় ৰখাত সফল হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে তীৰ্থ যাত্ৰাৰ যোগ আছে। আৰ্থিক জীৱন আৰু কেৰিয়াৰত ভাল পৰিণাম পাব। একাগ্ৰতাৰ সৈতে নিজৰ কাম কৰিলে সফল হ’ব বৃশ্চিক ৰাশিৰ জাতকসকল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক
বিনোদন

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

June 18, 2026
Next Post
প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?

প্ৰহৰ গণিছে ক্ৰিকেটপ্ৰেমীয়ে! ২০২৭লৈ মাজত ৪ বছৰ, অহাবাৰ কোনখন দেশে আয়োজন কৰিব ODI বিশ্বকাপ? কোন কোন দেশে খেলিব এদিনীয়া বিশ্বকাপ?

ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.