• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ

শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ

3 years ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

1 hour ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

3 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

3 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

4 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

4 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

5 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

6 hours ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

7 hours ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

7 hours ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

8 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

9 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ

editor by editor
December 24, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ
0
SHARES
32.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মাহৰ শেষত ৰাশি পৰিবৰ্তন কৰিছে মঙ্গলে। ২৭ ডিচেম্বৰৰ নিশা ১১বাজি ৪০ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই। ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। জ্যোতিষ অনুসৰি মঙল আৰু বৃহস্পতিৰ মাজত শত্ৰুতাৰ সম্পৰ্ক আছে। শাস্ত্ৰ অনুসৰি ভূমি, সাহস, খং আৰু শক্তিৰ কাৰক গ্ৰহ। অন্যহাতে বৃহস্পতি শিক্ষা, গুৰু, ধন, বিবাহৰ কাৰক গ্ৰহ। এই দুই গ্ৰহৰ বিপৰীত স্বভাৱে ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাব। শত্ৰুৰ ৰাশিত প্ৰৱেশ কৰিও কিছু ৰাশিৰ জাতকৰ বাবে লাভজনক ফল কঢ়িয়াই আনিব মঙ্গলে। ভূমিপুত্ৰ মঙলৰ ৰাশি পৰিবৰ্তনত কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব জানি থওক সবিশেষ।

মেষ ৰাশি
মঙ্গলৰ ধনু ৰাশিত প্ৰৱেশ কৰি এই ৰাশিৰ নৱম স্থানত বিচৰণ কৰিব। এই স্থানক ভাগ্য, ধৰ্ম, তীৰ্থযাত্ৰাৰ স্থান বুলি কোৱা হয়। মেষ ৰাশিৰ জাতকৰ জীৱনত মঙলৰ ৰাশি পৰিবৰ্তনৰ ইতিবাচক প্রভাৱ পৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। ব্যক্তিত্ব উন্নত হ’ব এই ৰাশিৰ জাতকৰ? পৰিয়ালত সুখ শান্তি বৰ্তী থাকিব।

তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ তৃতীয় স্থানত মঙ্গলে গোচৰ কৰিছে। এই পৰিস্থিতিত তুলা ৰাশিৰ জাতকৰ জীৱনত অনুকূল প্ৰভাৱ পৰিব। চাকৰি বিচাৰি থকাসকলে সফলতা লাভ কৰিব। সংগীৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। ভায়েক ভনীয়েকৰ সৈতে ভাল সম্পৰ্ক থাকিব। আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। শত্ৰুৰ ওপৰত প্রভাৱ বিস্তাৰৰ চেষ্টা কৰিব এই ৰাশিৰ জাতকে। ব্যৱসায়ত লাভ বাঢ়িব।

ধনু ৰাশি
ধনু ৰাশিৰ মঙ্গলত প্ৰৱেশে ভাল খবৰ আনিব ধনু ৰাশিৰ বাবেও। এই ৰাশিৰ জাতকৰ সাহস, আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। স্বাস্থ্যৰ বিষয়ে হৈ সতৰ্ক থাকিব। এই ৰাশিৰ জাতকে পৰিয়ালৰ সৈতে ভাল সময় কটাব। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি ধনু ৰাশিত মঙ্গলৰ প্ৰৱেশৰ ফলত এই ৰাশিৰ জাতকৰ জীৱনত কোনো আকস্মিক ঘটনা ঘটিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamDAILY ASTROLOGY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

June 27, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ
জীৱনশৈলী

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

June 27, 2026
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ
জীৱনশৈলী

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

June 27, 2026
Next Post
হঠাতে বেহুচ হৈ পৰিছিল, তাৰপাছত…

হঠাতে বেহুচ হৈ পৰিছিল, তাৰপাছত...

পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম

পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.