• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম

পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম

3 years ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

49 minutes ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

1 hour ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

2 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

2 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

3 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

3 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

5 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

5 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

6 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

8 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

20 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম

একেলগে স্বাধীন হ’লেও নিয়মত আকাশ-পাতাল পাৰ্থক্য! পাক জনতাই সুৰাপান কৰিলে কি কি নিয়ম মানিব লাগে?

editor by editor
December 24, 2023
in জীৱনশৈলী, বিশ্ব
0
পাকিস্তানৰ জনতাই সুৰাপান কৰিব পাৰেনে? বিদেশী নাগৰিকেও সুৰাপান কৰিলে মানিব লাগে এইকেইটা নিয়ম
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানক লৈ আমাৰ ভাৰতীয় সকলৰ মাজত নানা প্ৰশ্ন উত্থাপিত হয়। কোনোৱে পাকিস্তানীসকলৰ জীৱনপ্রণালী সম্পৰ্কে জানিবলৈ আগ্ৰহী যদি কোনোবাজনে আকৌ পাকিস্তানৰ খাদ্য সম্ভাৰ সম্পৰ্কে জানিবলৈ আগ্ৰহী। বহুতেই আকৌ সেই দেশৰ সংস্কৃতি সম্পৰ্কে জানিবলৈ আগ্ৰহী। ইয়াৰ মাজতেই বহুসংখ্যকে আকৌ গুগলত চাৰ্ছ কৰিছে পাকিস্তানৰ অন্য এক বিষয়।

গুগলত বহুসংখ্যকে চাৰ্ছ কৰিছে, পাকিস্তানৰ সাধাৰণ জনতাই সুৰাপান কৰেনে? বিশ্বৰ প্ৰায়সংখ্যক মুছলমান দেশতেই মদ্যপান একেবাৰে নিষিদ্ধ। তেন্তে পাকিস্তানৰ দৰে কট্টৰ ইছলামিক দেশৰ জনতাই সুৰাপান কৰেনে? পাকিস্তানলৈ অন্য দেশৰ পৰা ফুৰিবলৈ গ’লে সুৰাপান কৰিব পাৰিবনে? আপোনাৰো যদি পাকিস্তানলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে তেন্তে জানি লওক এই দেশৰ সকলো তথ্য।

ইছলামিক দেশত আছে কেইবাখনো আইন
পাকিস্তান ইছলাম ধৰ্মাৱলম্বীৰ দেশ হোৱাৰ কাৰণে পাকিস্তানত সুৰাপানৰ নিয়ম অন্য ৫খন ইছলামিক দেশতকৈ বেলেগ। সেই দেশত আমাৰ দেশৰ দৰে আপুনি সুৰা ক্ৰয় কৰিবলৈ নাপায়। সুৰা ক্ৰয় কৰিলেও য’তে ত’তে সুৰাপান কৰিব নোৱাৰিব। পৰ্যটকেও সেই নিয়ম মানি চলাটো বাধ্যতামূলক।

পাকিস্তানত এলকহল সংক্ৰান্তিয় কি নিয়ম আছে?
১৯৪৭ চনত ভাৰত আৰু পাকিস্তানে একেলগে স্বাধীনতা লাভ কৰিছিল। ভাৰতৰ সকলোতকৈ চৰ্চিত প্ৰতিবেশী ৰাষ্ট্ৰ হৈছে পাকিস্তান। উভয় দেশৰ ভিত্তি একে হ’লেও দুই দেশৰ নীতি-নিয়ম কিন্তু সম্পূৰ্ণ বিপৰীত। আমাৰ দেশৰ বহু নিয়মেই পাকিস্তানত লাঘু নহয়। যেনে মদ্যপানৰ কথাটো। ইছলাম ধৰ্মাৱলম্বী দেশ হোৱা সত্ত্বেও পাকিস্তানৰ সুৰা সংক্ৰান্তিয় আইন সম্পূৰ্ণ পৃথক। উল্লেখ্য যে ১৯৭০ চন পৰ্যন্ত পাকিস্তানত প্ৰকাশ্যে সুৰা বিক্ৰি কৰা হৈছিল। তাৰপাছতেই পাকিস্তানত আৰম্ভ হয় ভুট্টো চৰকাৰ। ভুট্টো চৰকাৰে শাসনভাৰ লৈয়েই মুছলমান নাগৰিকৰ বাবে সুৰাৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰে।

মদ্যপানৰ বাবে প্ৰয়োজন অনুমতিৰ
প্ৰকাশ্যে মদ বিক্ৰি বন্ধৰ নিৰ্দেশ জাৰিৰ পাছতেই দেশজুৰি মুছলমান জনগণই প্ৰকাশ্যে সুৰা ক্ৰয় কৰা নাই। পাকিস্তানত সুৰা সংক্ৰান্তিয় কোনো বিজ্ঞাপনো দেখা নাযায়। সেই দেশত কেৱল সংখ্যালঘু লোকসকলেহে সুৰাপান কৰে। কিন্তু এই সুৰাপানৰ বাবে তেওঁলোকেও অনুমতি ল’ব লাগে। অৱশ্যে সুৰাপান কৰিলেও বাটে-ঘাটে পৰি থকাকৈ পাকিস্তানত কোনোৱে সুৰাপান কৰিব নোৱাৰে।

পাকিস্তানত মদৰ বাবেও পাৰমিট তৈয়াৰ কৰা হয় আৰু ইয়াৰ ফলক সীমিত পৰিমাণৰ মদ সেৱন কৰিব পাৰে। পাৰমিটেৰে কেৱল ১০০ বটল বিয়েৰ আৰু ৫ বটল সুৰাহে ক্ৰয় কৰিব পাৰিব। সকলোৰে ক্ষেত্ৰতেই এই নিয়ম প্ৰযোজ্য।

পাকিস্তানৰ বহু হোটেলতেই সুৰা পোৱা যায়

পাকিস্তানৰ বহু হোটেলতেই সুৰা পোৱা যায়। কিন্তু প্ৰকাশ্যে কোনোৱে সুৰা বিক্ৰি নকৰে। এই দেশত শুকুৰবাৰে সকলো সুৰাৰ বিপনী বন্ধ থাকে। পাকিস্তানত সুৰা ক্ৰয় কৰিবলৈ চৰকাৰী দপ্তৰৰ পৰা সুৰাৰ পাৰমিট ল’ব লাগে সুৰাপায়ীয়ে। কোনো বিদেশী যদি পাকিস্তানলৈ যায় তেন্তে অনুমতি অবিহনে সুৰা তেওঁলোকেও ক্ৰয় কৰিব নোৱাৰে। বিদেশীসকলেও এই ক্ষেত্ৰত পাৰমিট ল’ব লাগে। কোনোৱে যদি সেই দেশত বসতি স্থাপনৰ কথা ভাৱিছে তেন্তে সুৰাৰ পাৰমিটৰ বাবেও পূৰ্বেই আৱেদন কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

July 15, 2026
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!
বিশ্ব

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
Next Post
৬৭বছৰ বয়সতো ‘২১বছৰীয়া ডেকা’ হৈ থাকিব পৰা অভিনেতাগৰাকী…

৬৭বছৰ বয়সতো '২১বছৰীয়া ডেকা' হৈ থাকিব পৰা অভিনেতাগৰাকী...

সামাজিক হ’লেও একেবাৰে গোপন! দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ আৰবাজ খান

সামাজিক হ’লেও একেবাৰে গোপন! দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ আৰবাজ খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.