• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত…

অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত…

2 years ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

10 minutes ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

50 minutes ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

2 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

3 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

5 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

5 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

6 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

21 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

21 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

22 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

22 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত…

অজয় দেৱগণ আৰু ৰবীনা টেণ্ডনৰ প্ৰেম কাহিনী...

editor by editor
December 26, 2023
in Uncategorized
0
অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত…
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বলিউদৰ প্ৰেম কাহিনীবোৰ যিমান আজৱ-আচৰিত, সিমানেই ৰোমাঞ্চকৰো। কেতিয়া প্ৰেম হয় আৰু কেতিয়া সেই প্ৰেমৰ অৱসান ঘটে তাৰ উমান কোনোৱে নাপায়। মাজে মাজে চৰ্চা হৈ থকা বহু জনপ্ৰিয় প্ৰেম কাহিনী আদবাটতেই ইতি পৰে। তেনে জনপ্ৰিয় প্ৰেম কাহিনীবোৰৰ ভিতৰত এটা প্ৰেম কাহিনী হৈছে অজয় দেৱগণ আৰু ৰবীনা টেণ্ডনৰ প্ৰেম কাহিনী।

৯০ দশকত অজয় আৰু ৰবীনাই বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছিল। ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত বন্ধুত্ব হৈছিল আৰু সেই বন্ধুত্ব পিছলৈ প্ৰেমৰ ৰূপ পাইছিল। দুয়োৰে মাজত এই প্ৰেম বৰ বেছি দীৰ্ঘদিনীয়া নাছিল যদিও এক চৰ্চিত প্ৰেম কাহিনী আছিল। দুয়োৰে মাজত প্ৰেমৰ অৱসান ঘটোৱাৰ আঁৰৰ মানুহগৰাকী অভিনেত্ৰী কৰিশ্মা কাপুৰ বুলি বহুতে কব খোজে।

অজয়ৰ সৈতে হোৱা সম্পৰ্কত ৰবীনা যথেষ্ট গভীৰতালৈ সোমাই গৈছিল। সেয়েহে এই সম্পৰ্ক বিচ্ছেদৰ পাছত অভিনেত্ৰীগৰাকী যথেষ্ট হতাশ হৈ পৰিছিল। পৰিস্থিতি হৈ এনে পৰ্যায় পাইছিলগৈ যে, নিজকে শেষ কৰি দিয়াৰ বাবেও চেষ্টা চলাইছিল ৰবীনা টেণ্ডনে। অজয়ৰ বাবে নিজৰ কেৰিয়াৰৰ কথাও সেই সময়ত চিন্তা কৰা নাছিল ৰবীনাই। কিন্তু অজয়ে ৰবীনাৰ সৈতে সম্পৰ্ক থকাৰ সময়তে আন কাৰোবাৰ সৈতেও সম্পৰ্কত থকা বুলি জনাৰ পাছতে আৰম্ভ হৈছিল অশান্তিৰ।

ৰবীনাই সেই সময়ত অজয়ৰ সৈতে এখন চিনেমাৰ শ্বুটিংস্থলীতে কাজিয়াত লিপ্ত হৈছিল। অজয়ে ৰবীনাৰ সৈতে হোৱা কাজিয়াৰ অন্তত সংবাদমাধ্যমৰ আগত কৈছিল যে, ৰবীনা পাগল হৈছে। তেওঁক মানসিক চিকিতসাৰ প্ৰয়োজন। ইফালে প্ৰেম বিচ্ছেদৰ পাছত সংবাদমাধ্যমৰ সৈতে হোৱা এক বিশেষ সাক্ষাতকাৰত অজয়ে ৰবীনাই সকলোবোৰ নাটক কৰিছিল বুলি কৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…

আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…

আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.