• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

2 years ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

22 minutes ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

48 minutes ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

1 hour ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

2 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

2 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

3 hours ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

4 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

4 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

5 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

editor by editor
December 27, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি
0
SHARES
35.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰে ২৭ ডিচেম্বৰত চন্দ্ৰ আৰু বুধৰ ৰাশিয়ে মিথুনত বিচৰণ কৰিব। ধনু ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে। ইয়াৰ পূৰ্বৰে পৰাই সূৰ্যই এই ৰাশিত বিৰাজ কৰি আছে। ইয়াৰ ফলত তৈয়াৰ হৈছে আদিত্যমঙ্গল যোগ। সূৰ্য আৰু বুধৰ যুঁটিৰ ফলতেই বুধাদিত্য যোগৰ প্ৰভাৱ পৰিব। ইয়াৰোপৰি ব্ৰহ্ম যোগ, ইন্দ্ৰ যোগ আৰু আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱ থাকিব বুধবাৰৰ দিনটোত। এই সমস্ত যোগৰ প্ৰভাৱত বেছ কিছু ৰাশিৰ পাৰিবাৰিক জীৱন খুব ভালকৈ পাৰ হ’ব। আকস্মিক ধন লাভৰো যোগ আছে। আজিৰ দিনটোত কোন কোন ৰাশিৰ কেনেকৈ যাব? জানি লওক বিস্তাৰিত তথ্য।

মেষ ৰাশি
মেষ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে আজি শিক্ষা ক্ষেত্ৰত সাফল্য লাভ কৰিব। বন্ধু বৰ্গৰ পূৰ্ণ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। প্ৰেমিকসকলে কৰোবালৈ ফুৰিবলৈ যোৱাৰ আগতে পৰিয়াল সদস্যসকলৰ পৰামৰ্শ গ্ৰহণ কৰক। সন্ধ্যাবেো পৰিয়ালৰ সদস্যসকলৰ সৈতে শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰোপৰি পৰিয়ালৰ সদস্যসকলৰ পৰা বিশেষ অজানা তথ্যও লাভ কৰিব পাৰে। এই তথ্যই আপোনাক লাভাম্বিত কৰিব। আজিৰ দিনটোত আপুনি ৮৬ শতাংশ পৰ্যন্ত ভাগ্যৰ সহায় পাব। দৰিদ্ৰ আৰু জ্যেষ্ঠজনৰো আশীৰ্বাদ লাভ কৰিব।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ আনন্দ বৃদ্ধি পাব। নতুন বাহন ক্ৰয় কৰাৰ পূৰ্বে পৰিয়ালৰ সদস্যসকলৰ পৰা পৰামৰ্শ লওক। ঘৰৰ পৰা দূৰলৈকে যিসকলে চাকৰিৰ বাবে যাত্ৰা কৰিছে তেওঁলোকে মাতৃক স্মৰণ কৰক। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো বিবাদ চলিলে আজি সমাপ্ত হ’ব। পাৰস্পৰিক প্ৰেম ভালপোৱা বাঢ়িব। ব্যৱসায়িক শত্ৰুৱে আপোনাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব। নিজৰ কোনো ইচ্ছা কাৰো সৈতে ভগাই ললে সমস্যাত পৰিব পাৰে। ৬৬ শতাংশ ভাগ্যৰ সহায় পাব। পাৰ্বতীৰ পুজা কৰক।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ আজি সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। চাকৰিয়াল জাতকে সহকৰ্মীসকলৰ সৈতে পিকনিকৰ প্লেন কৰিব পাৰে। আপোনাৰ উন্নতিত পৰিয়ালৰ সদস্যসকলো আচৰিত হ’ব। আপোনাৰ বাবেই কোনো অনুষ্ঠান আয়োজিত হ’ব। ইয়াৰ বাবে অধিক ধন ব্যয় হ’ব পাৰে। আজিৰ দিনটোত আপুনি ৯৮ শতাংশ ভাগ্যৰ সহায় লাব কৰিব পাৰে। দৰিদ্ৰসকলক খাদ্য দিয়ক।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাণীত মাধুৰ্যতা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে বিবাদ থাকিলে আজি সেই বিবাদৰ অন্ত পৰিব। ইয়াৰফলত পাৰিবাৰিক ঐক্য বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পাব পাৰে। আত্মীয়ৰ সাহায্য বিচাৰিলে সহজে লাভ কৰিব। চাকৰিয়ালসকলৰো ভাগ্য খুলিব। আজিৰ দিনটোত ৭৭শতাংশ ক্ষেত্ৰত ভাগ্যৰ সংগ লাভ কৰিব। সংকটনাশন গণেশ স্তোত্ৰ পাঠ কৰক।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ মনৰ মাজত নেতিবাচক চিন্তাভাৱনা আহিব পাৰে। নেতিবাচক চিন্তা আঁতৰাই ৰাখিবলৈ যত্ন কৰক। কাৰণ আপুনি ভাৱিচিন্তি সঠিক সিদ্ধান্ত ল’ব পাৰে। আজি কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শ লওক। অতি উৎসাহিত হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। ভৱিষ্যতে অনুতাপ কৰিব লগা কাম কৰাৰ পৰা বিৰত থাকক। সন্তানৰ শিক্ষাৰ বাবে কোনো যাত্ৰা কৰিব পাৰে। ইয়াৰ ফলত লাভাম্বিত হ’ব। ভৱিষ্যতৰ কথা ভাৱি কোনো সিদ্ধান্ত ল’লে দ্বিগুণ লাভ কৰিব পাৰে। ৭৩ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ লগ দিব। গণপতিক দূবৰি নিবেদন কৰক।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ ব্যয় বৃদ্ধি হ’ব। বাধ্য হৈ কিছু ব্যয় কৰিব লাগিব এই ৰাশিৰ জাতকে। জীৱনসংগীক শ্বপিং কৰাবলৈ নিব লগা হ’ব পাৰে। নিজয় আয় মনত ৰাখিহে ব্যয় কৰক। নহ’লে ভৱিষ্যতে আৰ্থিক সংকটৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক। ব্যৱসায়ত কাৰো সৈতে লেনদেন কৰাৰ সময়ত সতৰ্ক থাকক। অন্যথা টকা ডুবিব পাৰে। কাষৰ বন্ধুৰ পৰা প্ৰতাৰিতও হ’ব পাৰে। আজিৰ দিনটোত আপুনি ৬৯ শতাংশ ভাগ্যৰ সহায় লাভ কৰিব। বিষ্ণুৰ পূজা কৰক।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো অত্যন্ত ফলদায়ী। ব্যৱসায়ীসকলে পছন্দমতে মুনাফা অৰ্জন কৰিব পাৰে। শত্ৰুয়ে আপোনাৰ দ্বাৰা ঈর্ষান্বিত হ’ব। নিজৰ আনন্দ আৰু উৎসাহ বেছিকৈ প্ৰকট কৰি নেদেখুৱাব। সন্তানৰ তৰফৰ পৰা সু-সংবাদ লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যই ব্যস্ত থাকিব। আজিৰ দিনটোত ভাগ্যৰ ৬৮ শতাংশ সংগ লাভ কৰিব। শিৱ চালিছা পাঠ কৰক।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে আজি নিজৰ তিক্ততাক মিঠালৈ পৰিণত কৰাৰ কৌশল শিকক। ঘৰ বা ব্যৱসায় কৰোবাত সংকট হ’লে নিজৰ মাজতেই সেই কথা ৰাখি থওক। সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ পৰিকল্পনা থাকিলে পিতৃৰ পৰামৰ্শ লওক। আজিৰ দিনটোত আপুনি ৭৮ শতাংশ ভাগ্যৰ সহায় পাব। দৰিদ্ৰসকলক বস্ত্ৰ আৰু ভোজন দান কৰিব।

ধনু ৰাশি
ধনু ৰাশিৰ চাকৰিয়াল জাতকে আজি নিজৰ আৰ্থিক পৰিস্থিতি মজবুত কৰাৰ কোনো সুসংবাদ পাব। পছন্দমতে চাকৰি আৰু ব্যৱসায়ৰ সুযোগো লাভ কৰিব। বন্ধুৰ পৰা উপহাৰো লাভ কৰিব পাৰে। সন্ধিয়া পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় উৎসৱত যোগ দিব পাৰে। তাতেই প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপুনি সাক্ষাৎ পাব। কোনোৱে আপোনাৰ পৰা ধাৰ লোৱা টকা উভতাই পাব। ভাগ্যই আজি ৮১শতাংশ লগ দিব। কোনো অসহায় লোকক দান কৰক। ভাগ্য আজি ৮১শতাংশ আপোনাৰ পক্ষত।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে অনুকূল পৰিণাম লাভ কৰিব। নিজৰ ব্যয় নিয়ন্ত্ৰণত ৰাখক। খোৱাবোৱাৰ যত্ন লওক। পেটৰ সমস্যাই দেখা দিব পাৰে, সাৱধানে থাকক। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। ঋণ পৰিশোধ কৰিব পাৰিব। বন্ধুৰ সৈতে পাৰ্টিৰ পৰিকল্পনা কৰোতে সাৱধান হওক। আজি আপুনি ভাগ্যৰ ৮৯শতাংশ সহায় পাব। শিৱজপ কৰিব।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনত ইতিবাচক পৰিণাম আহিব। জীৱনসংগীৰ কথা বুজিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মজবুত হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে পিকনিকত যাব পাৰে। চাকৰিয়ালৰ সহকৰ্মীৰ সৈতে তৰ্কযুদ্ধ হ’ব পাৰে। আজিৰ দিনটোত আপুনি ৬৫শতাংশ ভাগ্যৰ সহায় লাভ কৰিব। তুলসী গছত নিয়মিত পানী ঢালক।

মীন ৰাশি
মীন ৰাশিৰ জাতকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন থাকক। কোনো পুৰণা ৰোগ বা অসুস্থতাই দেখা দিব পাৰে। এই কাৰণত চিন্তিত হওক। কোনো স্বাস্থ্যজনিত সমস্যা থাকিলে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক। বিৰোধী সক্ৰিয় হৈ থাকিব। ব্যৱসায়ত মনোনিবেশ কৰক। কাৰণ আপোনাৰ শত্ৰুৱে আপোনাক মিঠা মিঠা কথা কৈ বিশ্বাসঘাতকতা কৰিব পাৰে। মীন ৰাশিৰ জাতক সতৰ্ক থাকক। ভনীয়েকৰ সৈতে কোনো বিবাদ চলিলে সম্পৰ্ক উন্নত হ’ব। আত্মীয়ৰ পৰা কোনো সু-সংবাদ লাভ কৰিব। আজি ৭২শতাংশ ভাগ্যৰ সহায় লাভ কৰিব। আত্মীয়ৰ পৰা সু-সংবাদ লাভ কৰিব। লক্ষ্মীক পায়সৰ ভোগ দিয়ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

May 5, 2026
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ
জীৱনশৈলী

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

May 5, 2026
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?
বাণিজ্য

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট! কি কি সেৱাত পৰিব প্ৰভাৱ?

May 5, 2026
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?
ফেশ্বন

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

May 5, 2026
Next Post
আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.