• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…

আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

18 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

19 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

19 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

19 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

20 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

20 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

20 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

21 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

21 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 day ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…

ভাৰতীয় অসামৰিক সেৱাৰ পৰা অব্যাহতি বিচাৰিছে আই পি এছ আনন্দ মিশ্ৰই

editor by editor
December 26, 2023
in অসম
0
আনন্দ মিশ্ৰৰ চতুৰালি! বিজেপিৰ দখলত থকা সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ মন…
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ভাৰতীয় অসামৰিক সেৱাৰ পৰা অব্যাহতি বিচাৰিছে আই পি এছ আনন্দ মিশ্ৰই। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমান লখিমপুৰত কৰ্মৰত আৰক্ষী অধীক্ষকগৰাকীয়ে। জীৱনৰ বাকী সময়চোৱা স্বাধীনভাৱে সমাজৰ কাম কৰি যোৱাৰ পোষকতা কৰি আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি প্ৰধান কৰিবলৈ আহ্বান জনাইছে।

আনন্দ মিশ্ৰৰ এই অব্যাহতি পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ইফালে চৰ্চা হৈছে যে, ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিবলৈকে আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি বিচাৰিছে। ২০১১বৰ্ষৰ অসম-মেঘালয়ৰ কেডাৰৰ আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ  সমষ্টিৰ পৰা ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে বুলি চৰ্চা হৈছে।  চাকৰি ত্যাগ কৰি অচিৰেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি এই সমষ্টিত প্ৰচাৰ অভিযান চলাব বুলিও জানিব গৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। বিগত দুটা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰবীণ নেতা অশ্বিনী চুবে সাংসদ হৈ আছে। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে।  ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

এই সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই।  বিজেপিয়ে এই সমষ্টিটোত ন বিজেপি আনন্দ মিশ্ৰক টিকট প্ৰদান কৰেনে নকৰে সেয়াও সময়তহে দেখা যাব। কিন্তু প্ৰশাসনিক সেৱাৰ পাছত এইবাৰ ৰাজনীতিৰ পথাৰত আনন্দ মিশ্ৰই কিমান সমাদৰ লাভ কৰে সেয়াও হব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
Next Post
আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

আজি আদিত্য মঙ্গল যোগ! হঠাৎ টকা আহিব এই ৪ৰাশিৰ হাতলৈ, বাঢ়িব সুখ-সমৃদ্ধি

আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

আয়ৰণ ডোম, লেজাৰ বিম অতীত! ইজৰাইলৰ হাতত এইবাৰ ভয়ংকৰ ড্ৰোণ, কি কি কৰিব পাৰে হাৰ্মিছ ৯০০ য়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.