• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

3 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

2 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

3 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

4 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

4 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

7 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

8 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

8 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

9 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

10 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

পেট্ৰল-ডিজেলৰ দামক লৈ আপুনি আৰু বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই

editor by editor
December 30, 2023
in বাণিজ্য
0
আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  পেট্ৰল-ডিজেলৰ দামক লৈ আপুনি আৰু বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো অচিৰেই প্ৰতিলিটাৰ পেট্ৰল-ডিজেলৰ মূল্য ১০টকা পৰ্যন্ত হ্ৰাস পাব! শেহতীয়া পৰিস্থিতিলৈ চাই এয়া অসম্ভৱ যেন লাগিলেও এয়া মিছা প্ৰচাৰ নহয়। কেন্দ্ৰীয় চৰকাৰে নতুন বছৰত দেশবাসীক এই বৃহত উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰতিলিটাৰ পেট্ৰল-ডিজেলত ৮-১০টকা পৰ্যন্ত দাম হ্ৰাস পাব পাৰে নতুন বছৰত।

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাসক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আলোচনাত বহিছে তেল কোম্পানীবোৰৰ সৈতে। সকলো ঠিকে-ঠাকে থাকিলে জানুৱাৰী মাহতে দেশবাসীক কেন্দ্ৰীয় চৰকাৰে দিব পাৰে এই ডাঙৰ সকাহ। ইফালে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যও হ্ৰাস পাইছে। এই পৰিস্থিতিৰে সুযোগ লৈ দেশবাসীক কিছু সকাহ প্ৰদান কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ৰ মে মাহৰ পৰাই দেশত পেট্ৰল-ডিজেলৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই।  বৰ্তমান অসমত প্ৰতিলিটাৰ পেট্ৰলৰ দাম প্ৰায় ৯৮টকা আৰু প্ৰতিলিটাৰ ডিজেল প্ৰায় ৯০টকাত বিক্ৰী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা ফলপ্ৰসু হলে অচিৰেই অসমবাসীয়ে ১০কম মূল্যত কিনিব পাৰিব পেট্ৰল-ডিজেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

July 21, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

July 21, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

July 20, 2026
Next Post
চলি আছে ৰাজ চক্ৰৱৰ্তী যোগঃ ভাগ্যত প্ৰধানমন্ত্ৰী হোৱাৰো যুগ আছে হিমন্ত বিশ্ব শৰ্মাৰ…

চলি আছে ৰাজ চক্ৰৱৰ্তী যোগঃ ভাগ্যত প্ৰধানমন্ত্ৰী হোৱাৰো যুগ আছে হিমন্ত বিশ্ব শৰ্মাৰ...

পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়…

পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.