• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই

বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই

2 years ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

35 minutes ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

1 hour ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

2 hours ago
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

2 hours ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

3 hours ago
মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি বস্তু পৃথক? জানি আপুনিও হ’ব আচৰিত!

4 hours ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

22 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

22 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

23 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

24 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

1 day ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই

editor by editor
January 5, 2024
in বিবিধ, ভাৰত
0
বছৰৰ প্ৰথম শুকুৰবাৰে এই উপায়েৰেই লাভ কৰিব লক্ষ্মীৰ আশীৰ্বাদ, দেৱীয়ে আপোনাৰ ঘৰত বাস কৰিবই
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ৫ জানুৱাৰী। নতুন বছৰৰ প্ৰথমটো শুকুৰবাৰ। সনাতন ধৰ্ম অনুসৰি শুকুৰবাৰক মা লক্ষ্মীৰ প্ৰিয় দিন বুলিও কোৱা হয়। এই দিনটোত সুখ, সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক তুষ্ট কৰিবলৈ সক্ষম হ’লে তেওঁৰ কৃপা গোটেই বছৰেই লাভ কৰিব। বছৰৰ প্ৰথম শুকুৰবাৰেই গঠিত হৈছে শুভ গজকেশৰী যোগ। ইয়াৰোপৰি আজি লক্ষ্মী নাৰায়ণ যোগ, ধৃতিমান যোগ আৰু সুকৰ্ম যোগৰ দৰে কেইবাটাও শুভ যোগ তৈয়াৰ হৈছে। আজিৰ এই বিশেষ দিনটোত কেনেকৈ মা লক্ষ্মীক তুষ্ট কৰিব জানি থওক সবিশেষ।

বছৰৰ প্ৰথমটো শুকুৰবাৰে মা লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায়
আজি বছৰৰ প্রথম শুকুৰবাৰে ঘৰত লক্ষ্মী আৰু কুবেৰ যন্ত্ৰ প্ৰতিষ্ঠা কৰাটো অত্যন্ত শুভ। ইয়াৰ ফলত ব্যৱসায়ত লাভ বাঢ়িব।

যদি আপোনাৰ আৰ্থিক সমস্যা চলি আছে তেন্তে আজি গোমতী চক্ৰ ঘৰৰ মূল দুৱাৰৰ সন্মুখত ওলমাই ৰাখক। ইয়াৰ ফলত সংসাৰৰ দুখ, দৰিদ্ৰতা নাশ হ’ব।

জন্মছকত শুক্ৰ দুৰ্বল হ’লে শুকুৰবাৰে ৰামায়ণৰ লংকাকাণ্ড পাঠ কৰক। ইয়াৰ ফলত শুক্ৰৰ জোৰ বাঢ়িব।

হাতত টকা আহিলে যদি তাক ধৰি ৰাখিব পৰা নাই তেন্তে ১১ টা সৰু নাৰিকল এখন ৰঙা কাপোৰেৰে বান্ধি আলমাৰিৰ য’ত টকা ৰাখে সেই স্থানত ৰাখি থওক।

পায়স হ’ল মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে আজি মা লক্ষ্মীক পায়স নিবেদন কৰক। ইয়াৰ ফলত অত্যন্ত তুষ্ট হয় দেৱী লক্ষ্মী।

বগা ৰং মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে বগা সামগ্ৰী নিবেদন কৰিব পাৰে।

মা লক্ষ্মীক তুষ্ট কৰিবলৈ আজি পায়স তৈয়াৰ কৰোতে কাজু, কিছমিছ আৰু মাখানাও দিব পাৰে।

শাস্ত্ৰ অনুসৰি হালোৱাও খাবলৈ ভালপায় দেবীয়ে। বছৰৰ প্রথম শুকুৰবাৰে লক্ষ্মীক পূজাৰ প্ৰসাদ হিচাপে দেশী ঘীঁৰে হালোৱা প্ৰস্তুত কৰি নিবেদন কৰিব পাৰে।

যদি কোনো কাৰণত আজি লক্ষ্মী পূজাৰ পায়স, ক্ষীৰ বা হালুৱা প্ৰস্তুত কৰিব নোৱাৰে তেন্তে কেৱল নাৰিকল নিবেদন কৰক।

নাৰিকলৰ মাজত লক্ষ্মীয়ে বাস কৰে বুলিও কোৱা হয়। সেয়ে নাৰিকলক শ্ৰী ফল বুলিও কোৱা হয়। ইয়াৰোপৰি আপুনি দেৱীক বাতাছাও নিবেদন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন
বাণিজ্য

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

April 29, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!
জীৱনশৈলী

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

April 29, 2026
ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!
জীৱনশৈলী

ভুলতো নাখাব এইবোৰ খাদ্য, হ’ব পাৰে বৃক্কত পাথৰ!

April 29, 2026
Next Post
বিপদত শিল্পী জুবিন গাৰ্গ! মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈ বিপদত জুবিন

বিপদত শিল্পী জুবিন গাৰ্গ! মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈ বিপদত জুবিন

খাও যদি ইয়াতেই পিকনিক খা, উপায় নাই! আহিছিল পানীমূৰলৈ, পিকনিক চলিল আৰক্ষী চকীৰ সন্মুখত

খাও যদি ইয়াতেই পিকনিক খা, উপায় নাই! আহিছিল পানীমূৰলৈ, পিকনিক চলিল আৰক্ষী চকীৰ সন্মুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.