এই বছৰ সমগ্ৰ বিশ্বতে চৰম বতৰৰ বহু পৰিঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত উষ্ণতা, বনজুই, ভয়াৱহ বানপানী, ভূমিকম্প, ভূমিস্কলন,ডাৱৰ বিস্ফোৰণ অৰ্থনৈতিক অৱস্থাৰ অৱনতি। বাবা ভাংগাই তেওঁৰ ভৱিষ্যদ্বাণীত স্পষ্টভাৱে উল্লেখ কৰিছিল। এতিয়া ২০২৬ চনত মানুহে বহু ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। অসমৰ বান আৰু নেপালৰ বানৰ পিছত বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ বিষয়ে পুনৰ চৰ্চা হৈছে।
বাবা ভাংগাই দাবী কৰিছিল যে ২০২৬ বৰ্ষটো প্ৰাকৃতিক দুৰ্যোগৰ বছৰ হ’ব। ইয়াৰ ভিতৰত ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ, অত্যধিক বৰষুণ আৰু খৰাং আদি হ’ব পাৰে। ইয়াৰ ফলত পৰিৱেশৰ যথেষ্ট ক্ষতি হ’ব। সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পোৱা চৰম বতৰৰ পৰিঘটনা দেখি মানুহে ভাবিছে যে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হৈছে নেকি?
এই সময়ত আটাইতকৈ শক্তিশালী নেপালৰ শক্তিশালী ধ্বংসলীলা বিশ্বই প্ৰত্যক্ষ কৰিছে। ইয়াৰ পিছতে চৌদিশে চৰ্চা বাঢ়িছে সকলোৰে। এতিয়া যেন বাবা ভাংগাৰ ভৱিষ্যদ্বাণী ফলিয়াইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















