• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?

মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?

3 years ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

28 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

55 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?

editor by editor
January 7, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বছৰৰ আৰম্ভণিতে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছে আমিৰ কন্যা ইৰা খানে। খান পৰিয়ালৰ সকলো লোকেই এতিয়া বিবাহক লৈয়েই ব্যস্ত। বিগত ৩ জানুৱাৰীত আইনী মতে বিবাহ কৰাব আমিৰ খানৰ কন্যা ইৰা খানে। দীৰ্ঘ দিনৰ প্ৰেমিক নূপুৰ শিখৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ইৰা। বিগত ৩ জানুৱাৰীত মুম্বাইৰ এখন বিলাসী হোটেলত দুয়োৰে আইনী বিবাহ সম্পন্ন হয়। সেই অনুষ্ঠানত পৰিয়ালৰ সদস্যসকলৰ ওপৰিও কেইবাগৰাকীও বন্ধু বান্ধৱীও উপস্থিত আছিল। কাঢ়া নিৰাপত্তাবেষ্টনীৰ মাজত অনুষ্ঠিত বিবাহত দৰা কইনাৰ পোছাকে কিন্তু দৃষ্টি কাঢ়িছিল বহুজনৰ। দৰাই বাহন বা অন্য কোনো উপায়েৰে অহাতকৈ হাফ পেণ্ট পিন্ধি ৭ কিঃমিঃ মাৰাথন দৌৰি কইনা ঘৰত উপস্থিত হয়।

আইনী বিবাহৰ পাছতেই এইবাৰ সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হ’বলৈ উদয়পুৰলৈ ৰাওনা হৈছে নুপূৰ আৰু ইৰাৰ পৰিয়াল। উদয়পুৰত ভৰি থৈয়েই নৱদম্পত্তিয়ে এতিয়া আদৰিছে অন্যান্য অতিথিসকলক। অতিথিসকলক স্বাগত জনোৱাৰ বিশেষ পদ্ধতি দেখি আচৰিতো হৈছে বহুজন। বিবাহৰ প্ৰাৰম্ভিকতাৰ বহু ফটো সামাজিক মাধ্যমত পোষ্টো কৰিছে ইৰাই। সেই ছবিতেই দেখা গৈছে যে উদয়পুৰৰ এখন বিলাসবহুল হোটেলৰ ছুইমিং পুলৰ কাষত বন্ধুসকলৰ সৈতে বিশেষ কয়দাৰে থিয় হৈ আছে আমিৰ কন্যা ইৰা আৰু জোৱায়েক নুপূৰ শিখৰে।

এই ছবি দেখাৰ পাছতেই বহুতে কৈছে যে উদয়পুৰত হ’লেও এই বিবাহ কিন্তু অন্য বলীউড চেলিব্ৰিটিৰ বিবাহতকৈ পৃথক। মুম্বাইতো দেখা গৈছিল বিবাহৰ পৃথক ছবি। বিবাহৰ অনুষ্ঠানলৈ গৈ ছুইমিং পুলত শৰীৰচৰ্চা কৰি সময় কটাইছে নৱদম্পত্তিয়ে। উদয়পুৰৰ তাজ আৰাবল্লী ৰিজৰ্টত অনুষ্ঠিত হ’ব ইৰা-নুপূৰৰ বিবাহৰ অনুষ্ঠান। সেই বিলাসবহুল ৰিজৰ্টত আগন্তুক ৮ৰ পৰা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব বিবাহৰ অনুষ্ঠান। অন্য বিবাহৰ দৰেই মেহেন্দি, সংগীত সকলোবোৰেই পালন কৰিব ইৰা আৰু নুপূৰে কিন্তু থাকিব কিছু ব্যতিক্ৰমতা।

আমিৰ কন্যাৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকিব শ্বাহৰুখ খান, ছলমান খান আৰু অমিতাভ বচ্চনকে ধৰি বলীউডৰ বহু চেলিব্ৰিটি। বিশেষ হোটেলখনৰ মুঠ ১৭৬টা কোঠা বুক কৰা হৈছে ইৰা নুপূৰৰ বিবাহত আহিবলগা অতিথিৰ বাবে। বিবাহত আমন্ত্ৰিত অতিথিৰ তালিকাত আছে ২৫০ জন অতিথি। উদয়পুৰত বিবাহৰ অনুষ্ঠানৰ পাছতেই মুম্বাইতো বিশেষ পাৰ্টীৰ আয়োজন কৰি থৈছে আমিৰে। আগন্তুক ১৩ জানুৱাৰীত নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত অনুষ্ঠিত হ’ব ইৰা-নুপূৰৰ বিবাহৰ ৰিছিপশ্ব্যন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
Next Post
নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ

নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ

ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?

ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে 'বয়কট মালদ্বীপ ট্ৰেণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.