• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ

নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ

3 years ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

14 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

48 minutes ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

1 hour ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

3 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

4 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ

editor by editor
January 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰিছে মঙ্গলে! হঠাৎ হাতলৈ ধন আহিব তিনি ৰাশিৰ
0
SHARES
29.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুযায়ী মঙ্গলে এটা এটা ৰাশিত ৪৫ দিন ধৰি বিচৰণ কৰে। মঙ্গল মেষ আৰু বৃশ্চিক ৰাশিৰ অধিপতি। বৰ্তমান ধনু ৰাশিত বিচৰণ কৰিছে এই গ্ৰহ। ফেব্ৰুৱাৰী মাহত নিজৰ উচ্চৰাশি মকৰত প্ৰৱেশ কৰিব ৰঙা গ্ৰহ মঙ্গলে। ৫ ফেব্ৰুৱাৰীত মকৰ ৰাশিত মঙ্গলৰ প্ৰবেশে একাধিক ৰাশিৰ জীৱনলৈ উন্নতি আনিব। কিন্তু তিনি ৰাশিৰ জাতক ইয়াৰ দ্বাৰা বিশেষভাৱে লাভাম্বিত হ’ব। আকস্মিক ধন আৰু সম্পত্তি লাভৰো প্ৰৱল সম্ভাৱনা আছে। কোন কোন ভাগ্যবান এই তালিকাত আছে?

মেষ ৰাশি
মঙ্গলে নিজৰ উচ্চৰাশিত প্ৰৱেশ কৰাৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাল দিন আহিব। আপোনাৰ ৰাশিৰ দশম স্থানত মঙ্গলে বিচৰণ কৰিছে। কোনো কামৰ সন্ধানত থাকিলে এই মাহতেই সু সংবাদ লাভ কৰিব। কৰোবাত ধন পাবলগীয়া থাকিলে সেই ধনো লাভ কৰিব। ব্যৱসায়ীসকলেও লাভৰ মুখ দেখিব। নতুন অৰ্ডাৰ পাব পাৰে।

ধনু ৰাশি
মঙ্গলৰ ৰাশি পৰিবৰ্তনে ধনু ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আনিব। মঙ্গলে আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত ভ্ৰমণ কৰিব। বিভিন্ন সময়ৰ অন্তৰালত ধন লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে। আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব। বাণীৰ প্রভাৱ বাঢ়িব যাৰ ফলত সকলোৱে ইমপ্ৰেছ হ’ব। পৰিকল্পনা অনুসৰি কাম সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে। অৰ্থ সঞ্চয়ত সফল হ’ব ধনু ৰাশিৰ জাতক। সন্তানৰ উন্নতি হ’ব।

মীন ৰাশি
মঙ্গলৰ ৰাশি পৰিবৰ্তনত মীন ৰাশিৰ জাতক লাভাম্বিত হ’ব। আপোনাৰ ৰাশিৰ আয়ৰ স্থানত মঙ্গলে ভ্ৰমণ কৰিব। এই সময়ত আপোনাৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। ইয়াৰোপৰি আয়ৰ নতুন নতুন উৎস তৈয়াৰ হ’ব। ব্যৱসায়ীসকলে কোনো লক্ষ্যক কঠিন ভাৱিলে সেয়া সহজেই পূৰণ কৰিব পাৰিব। সন্তানৰ পৰা সু সংবাদ লাভ কৰিব পাৰে। লগ্নিৰ দ্বাৰা লাভৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীত ভাল ফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

August 31, 2026
Next Post
ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?

ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে 'বয়কট মালদ্বীপ ট্ৰেণ্ড?

প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.