• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

3 years ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

42 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

1 hour ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

3 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

4 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

5 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

6 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

6 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

7 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

9 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

editor by editor
January 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?
0
SHARES
708
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মালদ্বীপৰ মন্ত্ৰী মাৰিয়াম ছিউনা আৰু নেতা জাহিদ ৰমিজকে ধৰি কেইবাজনোৱ নেতাই কৰা প্ৰধানমন্ত্ৰী মোদীক লৈ কৰা অপমানজনক মন্তব্যক লৈ উত্তাল হৈ আছে নেটিজেন। প্রধানমন্ত্ৰী মোদীয়ে লক্ষদ্বীপক পৰ্যটনস্থলী হিচাপে প্ৰচাৰ কৰাক উপহাস কৰি কৰিছিল বিশেষ মন্তব্য। প্রধানমন্ত্ৰী মোদীক কৰা উপহাসৰ পাছতেই কেইবাজনো বলীউড চেলিব্ৰিটিয়ে মালদ্বীপ বৰ্জনৰ আহ্বান জনাইছে। ইফালে মালদ্বীপ চৰকাৰেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে তেওঁলোকৰ তিনিজন মন্ত্ৰী মাৰিয়াম ছিউনা, মালছা শ্বৰীফ আৰু মাহজুম মজিদক নিলম্বন কৰে।

প্রধানমন্ত্ৰী মোদীক লৈ অপমানসূচক মন্তব্য কৰা মাৰিয়াম ছিউনা কোন?

মাৰিয়াম ছিউনা মালদ্বীপ চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ মালদ্বীপৰ যুৱ সৱলীকৰণ, তথ্য আৰু কলা মন্ত্ৰাণালয়ৰ উপমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ছিউনা নগৰ পৰিষদৰ এগৰাকী প্ৰবক্তাও। শেহতীয়াকৈ প্রধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণৰ সময়ত থাকোতেই ছিউনাই প্ৰধানমন্ত্ৰী মোদীক ‘ক্লন’ আৰু ‘পুতলা’ বুলি অভিহিত কৰিছিল। অৱশ্যে বিতৰ্ক বাঢ়ি অহাৰ লগে লগে, ছিউনাই নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা পোষ্টটো ডিলিট কৰিছে।

জাহিদ ৰামিজ কোন?

জাহিদ ৰমিজ ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা মালদ্বীপ চিনেটৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সদস্য হৈ আছে। তেওঁৰ লিংকডিন থকা বায়ো অনুসৰি, ৰমিজ ইউনিটি ইউনিভাৰ্চিটিৰ পৰা স্নাতক। ৰমিজৰ এজন উদ্যোগীও। জাহিদৰ লিংকডিন বায়োৰ মতে, তেওঁ ব্যৱস্থাপনা বিভাগ, ব্যৱসায়, বিকাশ, বিপণনৰ ৰণনীতি, বিজ্ঞাপন আদি বিভাগৰ এজন দক্ষ কৰ্মী। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি জাহিদ ৰমিজে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মোদীক প্রশ্ন কৰিছিল,’ভাৰতে মালদ্বীপতকৈ উন্নত সেৱা আগবঢ়াব পাৰিবনে?’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
Next Post
টাটা আহিছে যেতিয়া বাকীবোৰ আউট! গুগল পে, ফোনপেক টক্কৰ দিবলৈ আহিছে Tata Pay

টাটা আহিছে যেতিয়া বাকীবোৰ আউট! গুগল পে, ফোনপেক টক্কৰ দিবলৈ আহিছে Tata Pay

বিলকিছ বানুৰ বৃহৎ জয়! বিলকিছ বানুৰ সৈতে ঘৃণনীয় কাৰ্য কৰা ১১টাৰেই মুক্তিৰ সিদ্ধান্ত বাতিল

বিলকিছ বানুৰ বৃহৎ জয়! বিলকিছ বানুৰ সৈতে ঘৃণনীয় কাৰ্য কৰা ১১টাৰেই মুক্তিৰ সিদ্ধান্ত বাতিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.