ডিজিটেল ডেস্কঃ প্ৰেম যিমানেই গভীৰ নহওক, বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত সকলো ছোৱালীয়েই বহু কথা ভাৱে। স্বামীয়ে ভৱিষ্যতটো সুৰক্ষা, মৰম-চেনেহেৰ আগুৰি ৰাখিবনে নাই ইত্যাদি বিভিন্ন দিশক লৈ শংকা থাকে এগৰাকী যুৱতীৰ। কিন্তু জ্যোতিষশাস্ত্ৰৰ ইংৰাজী বৰ্ণমালাৰ বিশেষ দুটা আখৰেৰে নাম আৰম্ভ হোৱা লৰাই সদায়েই সুখত ৰাখে পত্নীক। পিতৃ-মাতৃৰ দৰে সদায়েই তেওঁলোকে আগুৰি ৰাখে পত্নীক।
এই বিশেষ আখৰ দুটা হৈছে-
১. N- এই বৰ্নৰে আৰম্ভ হোৱা পতি বহুত অন্তৰ খোলা হয়। নিজত কৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু বহুত বিশ্বাস কৰে। পত্নীয়েও বহুত ভাল পাই যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















