• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

2 years ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

25 minutes ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

46 minutes ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

12 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

12 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

13 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

14 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

14 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

14 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

15 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

16 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

16 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?

editor by editor
January 12, 2024
in ভাৰত, লেখা
0
‘ৰামমন্দিৰ বিধিৰ লিখন,আমিতো সাৰথী মাত্ৰ’, শেহতীয়াকৈ আমন্ত্ৰণ লাভ কৰি কি ক’লে আদৱানীয়ে?
0
SHARES
734
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাত্ৰ ১১ দিন পাছতেই অযোধ্যাত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ অৱশেষত আমন্ত্ৰণ লাভ কৰে গেৰুৱা শিবিৰৰ লৌহমানৱ লালকৃষ্ণ আদৱানীয়ে। ৰামমন্দিৰ আন্দোলনৰ তেওঁ পুৰোধা ব্যক্তি। সংবাদ মাধ্যমে এই অনুষ্ঠানত উপস্থিত থাকিবনে বুলি কোৱা প্ৰশ্নৰ উত্তৰত আদৱানী কৈছে এটাই কথা, ‘ৰামমন্দিৰ বিধিৰ লিখন।’

লালকৃষ্ণ আদৱানীৰ মতে অযোধ্যাৰ ৰামমন্দিৰ নিয়তিৰ নিৰ্ধাৰিতই আছিল। আদৱানীয়ে কয়, ‘সেই সময়ত অৰ্থাৎ ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত ৰথ যাত্ৰা কৰিছিল বিজেপি নেতৃবৃন্দই। আমি বুজিছিলো নিয়তিয়ে যি সিদ্ধান্ত লৈছে সেয়া হ’বই। অযোধ্যাত ৰাম মন্দিৰ নিশ্চয় নিৰ্মাণ হ’ব। আমি মাত্ৰ সময়ৰ অপেক্ষা কৰিছিলো। ৰথ যাত্ৰা আৰম্ভ কৰাৰ কেইদিনমানৰ ভিতৰতেই অনুভৱ কৰিছিলো, আমি কেৱল ৰথচালকহে। প্ৰকৃত বাৰ্তা দিছিল যাত্ৰাই।’

এই ৰথযাত্ৰাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। ইয়াৰপাছতেই কৰসেৱকসকলৰ আৱেগৰ বিস্ফোৰণৰ ফলত ধ্বংস কৰা হয় বাবৰি মছজিদ। উচ্চকম ন্যায়ালয়ৰ নিৰ্দেশত আজি আযোধ্যাত ৰাম মন্দিৰ গঢ়ি উঠিল। অথচ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে লালকৃষ্ণ আদৱানীক আমন্ত্ৰণ জনাব খোজা নাছিল। শেহতীয়াকৈ তেওঁক আমন্ত্ৰণ জনোৱা হ’ল। বিশ্ব হিন্দু পৰিষদে আদৱানীক অযোধ্যালৈ লৈ যোৱাৰ বাবে সকলো ব্যৱস্থাই কৰিছে। হয়তো ৯৬ বছৰীয়া এইগৰাকী বৃদ্ধ নেতাক দেখা যাব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?
জীৱনশৈলী

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
Next Post
দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

দিনত ১৫ ঘণ্টা কামেই কৰে! দৰমহা নোলোৱাকৈয়ে হাজাৰ কোটিৰ মালিক কেনেকৈ হ’ল ৰামদেৱৰ ঘনিষ্ঠ বালকৃষ্ণ?

তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল…

তেওঁ কৰ্মফল ভুগিছে, হীৰেন গোহাঁই সচাঁকৈ ২নম্বৰী মাল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.