• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ

‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

13 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

13 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

14 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

14 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

15 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

16 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

16 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

18 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

18 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

18 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

19 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ

editor by editor
January 17, 2024
in অসম, লেখা
0
‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ
0
SHARES
543
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হয় ৰাজ্যৰ আকাশ-বতাহ। জ্যোতি প্ৰসাদৰ জ্যোতি অৱলোকন আজি লুইতৰ দুয়োপাৰে। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যু তিথি। ১৯০৩ চনৰ ১৭ জুনত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ । তেওঁৰ উপৰি পুৰুষ নৱঙ্গৰাম আগৰৱালা অসমলৈ আহিছিল ১৮১১ চনতেই । সেই বংশধৰৰেই পৰমানন্দ আগৰৱালাৰ পুত্ৰ জ্যোতিপ্ৰসাদ । তেজপুৰ হাইস্কুল,ডিব্ৰুগড় চৰকাৰী হাইস্কুল,জজ হাইস্কুলত অধ্যয়ন কৰা জ্যোতিপ্ৰসাদে ১৯২১ চনত অসহযোগ আন্দোলনতো অংশ লৈছিল।

কলিকতাৰ নেচনেল কলেজত আই এ দ্বিতীয় বৰ্ষলৈকে অধ্যয়ন কৰা জ্যোতিপ্ৰসাদে ১৯২৬ চনত বিলাতলৈ যাত্ৰা কৰে । এডিনবৰা বিশ্ববিদ্যলয়ৰ পৰা মেট্ৰিকুলেচন হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল যদিও সেই শিক্ষা অসমাপ্ত হৈ ৰয়। তাৰ পিছত জাৰ্মানীত সাত মাহ চিনেমা শিল্প সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদে। ১৯৩০ চনত তেওঁ স্বদেশলৈ ঘূৰি আহে । ১৯২১ চনতে অসহয়োগ আন্দোলনত নমা জ্যোতিপ্ৰসাদে বিদেশৰ পৰা ঘূৰি আহি স্বাধীনতা আন্দোলনত অংশ লোৱা বাবে ১৯৩২ চনত ১৫ মাহ সশ্ৰম কাৰাদণ্ড আৰু ৫০০ টকা জৰিমনা হৈছিল।

শিলচৰ কাৰাগাৰত থাকোতেই তেওঁ আক্ৰান্ত হৈছিল যক্ষ্মা ৰোগত। জেলৰ ম্যাদ শেষ কৰি বাহিৰলৈ আহি ১৯৪১ চনৰ পৰা কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীত যোগ দিয়া জ্যোতিপ্ৰসাদে এই বাহিনীৰ সৰ্বাধিনায়কো হৈছিল ব্ৰিটিছ চৰকাৰৰ পৰা পলাই থাকিবলৈ তেওঁ কলিকতাত আত্মগোপন কৰিছিল। জাতীয় চিন্তা, চেতনা আৰু স্বাধীনতাৰ আন্দোলনত যোগ দিৱলৈ উৎসাহিত কৰা জ্যোতি প্ৰসাদে সৰুৰে পৰাই সাহিত্য সাধনা কৰিছিল । ছাত্ৰ হৈ থাকোতেই ১৪ বছৰ বয়সতেই তেওঁ লিখিছিল শোনিতকুঁৱৰী নাটক খন। গীত,নাটক কবিতা,শিশুকাব্য আদি সাহিত্যৰ বিভিন্ন ধাৰাত তেওঁ লিখামেলা কৰিছিল। ১৯৩৪ চনত ভোলাগুৰি চাহ বাগিছাত অস্থায়ী চিত্ৰবন নামৰ ষ্টুডিঅ’ সাজি প্ৰথম খন অসমীয়া কথাছবি জয়মতী তেওঁৱেই নিৰ্মান কৰিছিল । ১৯৪৪ চনৰ পৰা ‘অসমীয়া’ নামৰ কাকত খন পুনৰ প্ৰকাশ কৰি সাত মাহ কাল তেওঁ সম্পাদনাও কৰিছিল ।১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাই জন্ম লাভ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰৰ। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচিত্ৰ জয়মতীৰ নিৰ্মাণ কৰিছিল। অসমীয়া জাতি সংস্কৃতি, চিনেমা, মাহিত্য সকলো ক্ষেত্ৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই যি অৱদান আগবঢ়াই গ’ল সেই জ্যোতিৰে এতিয়াও অসমীয়া জাতিক আলোকিত কৰি জিলিকাই ৰাখিছে লুইতৰ দুয়োপাৰ।

তেওঁ আছিল তিনিও কালৰ শিল্পী। অতীত,বৰ্তমান আৰু ভবিষ্যতৰ সমন্বয়ৰ বাহক। অসমীয়া জাতিক জগাই তুলিছিল তেওঁ। নিজকে তেওঁ কৈছিল অসমৰ নবীন জোৱান। অগ্নিময় অভিমানেৰে অজেয় অসমৰ অগ্নিময় অভিমন বুকুত জ্বলাই ৰাখিছিল।তেওঁ লিখিছিল – ” মোৰ গানত জ্বলে শত যুগ কত অভিমান / মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰান ” তেও ৰছিচিল বজ্ৰগান। সেই গানৰ কলিয়নি শক্তিত আছে বিশ্বজীৱন। সেয়েহে তেওঁ গীত বোৰৰ মাজত সাধৰণ লোকৰ মনৰ কথা পোনপটীয়াকৈ প্ৰতিফলিত হয়। এইগৰাকী শিল্পীৰ ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৪৮ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিলে বিৰাট-অনুষ্কাইয়ো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.