• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

2 years ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

10 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

33 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

55 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

6 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?

editor by editor
January 28, 2024
in বিশ্ব, লেখা
0
প্ৰেমৰ চহৰত হিংসাৰ দাৱানল! বিশ্ববিখ্যাত মনালিছাৰ সেই ৰহস্যময় ছবিৰ ওপৰত কিয় ঢালি দিলে হালধীয়া পদাৰ্থ?
0
SHARES
408
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কম মজুৰিসহ বেছ কিছু সমস্যাৰ বিৰুদ্ধে ফ্ৰান্সজুৰি চলিছে কৃষক বিক্ষোভ৷ তাৰমাজতেই দেওবাৰে মনালিছাৰ ওপৰতো চলিল আক্ৰমণ৷ ১৫০৩ চনত লিঅ’নাৰ্ডো দ্যা ভিঞ্চিয়ে অঁকা এই বিশ্ববিখ্যাত ৰহস্যময় ছবিখনৰ ওপৰতেই এইবাৰ চলিছে আক্ৰমণ৷ পেৰিছৰ বিখ্যাত ল্যুভৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে ইটালীৰ ৰেনেছাঁৰ এই বিশেষ চিত্ৰ৷ তাতেই এটা কাঁচৰ বাকচত সোমোৱাই থোৱা হৈছে এই ছবিখন৷

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’৷ তাতেই একাংশ প্ৰতিবাদকাৰীয়ে কাঁচৰ ভিতৰত বন্দি মনালিছাৰ মুখলৈ মাৰি পঠিয়াইছে চছ৷ পেইণ্টিঙৰ সন্মুখত নিৰাপত্তাবেষ্টনীও আছে৷ সেই বেষ্টনী ভাঙি গৈ মনালিছাৰ চিত্ৰ বন্দি হৈ থকা কাঁচৰ বক্সৰ ওপৰত ঢালি দিছে হালধীয়া বিশেষ পদাৰ্থ৷ সেই পদাৰ্থ ঢালি ঢালিয়েই শ্লোগানো দিছে ব্যক্তিজনে৷ ব্যক্তিজনে চিঞৰিছে, ‘সকলোতকৈ গুৰুত্বপূৰ্ণ কি? শিল্পকৰ্ম নে স্বাস্থ্যকৰ খাদ্য? খাদ্যৰ অধিকাৰ আমাৰ নাই নেকি? আমাৰ কৃষি ব্যৱস্থা একেবাৰেই অসুস্থ হৈ পৰিছে৷ পথাৰত কাম কৰি কৰিয়েই কৃষক মৰি গৈছে৷’

https://x.com/riposte_alim/status/1751554609720471872?s=20

এই ঘটনাৰ পাছতেই তাত কৰ্মৰত এজন কৰ্মচাৰীয়ে ছবিখন ক’লা কাপোৰেৰে ঢাকি পেলায়৷ উপস্থিত সকলো দৰ্শককে এই স্থানৰ পৰা ওলাই যাবলৈকো নিৰ্দেশ দিয়া হয়৷ ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হৈ পেৰিছ আৰক্ষীয়ে দুজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰতিবাদকাৰীৰ টি-ছাৰ্টত লিখা আছে ‘ফুড ৰিপোষ্ট’৷ ‘ফুড ৰিপোষ্ট’ ফ্ৰান্সৰ জলবায়ুৰ ওপৰত কাম কৰি থকা এটা বিশেষ বেচৰকাৰী সংস্থা৷ ফুড ৰিপোষ্টৰ ৱেবচাইটত লিখা আছে, ‘জলবায়ু প্ৰতিশ্ৰুতি ভংগ কৰিছে ফৰাচী চৰকাৰে৷ কৃষকক পৰ্যাপ্ত আয় প্ৰদানৰ ওপৰিও, তেওঁলোকে যাতে স্বাস্থ্যকৰ খাদ্য খাবলৈ পায় তাৰবাবে স্বাস্থ্য পৰিসেৱা ব্যৱস্থাৰ দৰে ঠায়ে ঠায়ে খাদ্য বণ্টনৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে৷ এয়াই আমাৰ দাবী৷’

উল্লেখ্য যে, ফ্ৰান্সৰ ক্ষুদ্ধ কৃষকসকলে বৰ্তমান ফ্ৰান্সৰ বিভিন্ন স্থানত ট্ৰেক্টৰেৰে ৰাস্তা অৱৰোধ কৰি বিক্ষোভ কৰিছে৷ প্ৰতিবাদৰ অংশ হিচাপে চৰকাৰী অফিচৰ দুৱাৰে দুৱাৰে দুৰ্গন্ধময় কৃষিৰ বৰ্জিত পদাৰ্থ পেলাই দিয়া হৈছে৷ তেওঁলোকৰ এটাই দাবী, পণ্যৰ উচিত মূল্য লাগে৷ কৃষকে যাতে কৃষি বিষয়ক স্কিমৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব নালাগে তাৰবাবেও বিশেষ ব্যৱস্থা গঢ়ি তোলক৷ অৰ্থাৎ চমুকৈ চৰকাৰী প্ৰক্ৰিয়াৰ সৰলীকৰণ৷ ইয়াৰোপৰি ফৰাছী কৃষকৰ দাবী যে, বিদেশৰ পৰা কৃষিজ পণ্য আমদানীত চৰকাৰী সুৰক্ষা প্ৰদান কৰিব লাগিব চৰকাৰে৷ শুকুৰবাৰে ফৰাছী চৰকাৰে একাধিক পদক্ষেপ লোৱাৰ কথা ঘোষণাও কৰিছিল৷ কিন্তু চৰকাৰ আঁচনিত মুঠেও সন্তুষ্ট নহয় কৃষকসকল৷ সোমবাৰৰ পৰা ৰাজধানী পেৰিচৰ ৰাস্তাঘাট অৱৰোধ কৰাৰো হুংকাৰ দিছে এইবাৰ প্ৰতিবাদী কৃষকে৷

(সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’ৰ সত্যতা সম্পৰ্কে অসম লাইভ কতৃপক্ষই কোনো সত্যতা বিচাৰ কৰা নাই, ভাইৰেল ভিডিঅ’টোত দেখা অনুসৰিয়েই এই বাতৰি প্ৰস্তুত কৰা হৈছে৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
Next Post
জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.