• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

3 years ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

38 minutes ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

1 hour ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

2 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

2 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

3 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

4 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

4 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

5 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

6 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

8 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?

editor by editor
January 28, 2024
in ক্ৰীড়া, ভাৰত
0
জিৰ’ৰ পৰা হিৰ’ হোৱা ৰিংকু সিং! পিতৃয়ে আজিও কান্ধত চিলিণ্ডাৰ তুলি ঘৰে ঘৰে বিলাই ফুৰিছে, প্ৰকৃত কাহিনী কি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজৰ লক্ষ্য যদি অটুত থাকে তেন্তে এদিন আপুনি সাফল্যৰ চূড়াত থাকিবই৷ আপোনাক সেই স্থানত উপনীত হোৱাত কোনোৱে বাধা দিব নোৱাৰে৷ অৱশ্যে সফলতাৰ বাবে আপুনি পৰিশ্ৰম কৰিব লাগিবই৷ পৰিশ্ৰমৰ বিকল্প আপোনাৰ হাতত একো নাই৷ আৰু মানুহ যিমানেই ডাঙৰ নহওক কিয় নিজৰ অতীত পাহৰিলেই সেই মানুহৰ শিঁপা হেৰাই৷ অৰ্থাৎ সাফল্যৰ চূড়াৰ পৰা পৰি যোৱাৰো সম্ভাৱনা থাকে৷ সফলতাৰ শীৰ্ষত থাকিও মাটিৰ সৈতে মিলি এইসমূহ নীতিক অনুসৰণ কৰিয়েই আগবাঢ়িছে ক্ৰিকেটাৰ ৰিংকু সিং৷

https://x.com/KKRSince2011/status/1750940210832286194?s=20

বহু পৰিশ্ৰম কৰি বৰ্তমান তেওঁ কেকেআৰৰ সৈতে আইপিএল খেলি শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলতো নিজা পৰিচয় দিছে৷ এসময়ত পেট চলোৱাৰ বাবে হাতত ঝাড়ু তুলি লোৱা লৰাজনৰ হাতত এতিয়া দেশৰ হৈ বেট তুলি লোৱাৰ সুযোগে অপেক্ষা কৰিছে৷ ছাফাইকৰ্মীৰ পৰা ভাৰতৰ নতুন ফিনিছাৰ হৈছে ৰিংকু সিং৷ কিন্তু তেওঁৰ পৰিয়াল এতিয়াও মাটিতেই ভৰি থৈ চলি আছে৷ পুত্ৰ দেশৰ জনপ্ৰিয় ক্ৰিকেটাৰ হৈ উঠিলেও পিতৃয়ে এৰি দিয়া নাই পূৰ্বৰ কাম৷

কেকেআৰৰ হৈ খেলত নমাৰ পৰা পৰিচিত ৰিংকু সিঙৰ পিতৃ খানচন্দ্ৰ সিঙে ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিলাই দুবেলা দুঁসাজ পৰিয়ালৰ বাবে গোটাই আনিছিল৷ আজিও একে কামেই কৰি আছে ৰিংকুৰ পিতৃয়ে৷ শেহতীয়াকৈ চিলিণ্ডাৰ লৈ ঘৰে ঘৰে ঘূৰি ফুৰা ৰিংকুৰ পিতৃৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ সেই ভিডিঅ’ত দেখা গৈছে চিলিণ্ডাৰ নিজৰ হাতেৰেই তুলি গ্ৰাহকক দি গৈছে ৰিংকুৰ পিতৃয়ে৷

ৰিংকু সিং বৰ্তমান ভাৰতীয় দলৰ সৈতে ইংলেণ্ড লায়েন্সৰ বিৰুদ্ধে খেলাত ব্যস্ত হৈ আছে৷ সামাজিক মাধ্যমত এজন ব্যক্তিয়ে ৰিংকুৰ পিতৃক উদ্দেশ্যি লিখিছে, ‘ৰিংকুৱে পিতৃক ৰিকুৱেষ্টো কৰিছে এইবোৰ কাম এৰক, আপুনি এতিয়া অলপমান অৱসৰ লওক৷ কিন্তু পিতৃয়ে এই কথা মানিবলৈ প্ৰস্তুত নহয়৷ তেওঁ আজীৱন কৰি অহা এই কাম পুত্ৰই ক’লে বুলিয়েইতো সহজে এৰি দিব নোৱাৰে বুলিও বিভিন্নজনৰ সন্মুখত মন্তব্য কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
Next Post
এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

ৰাম-সীতাক অপমানৰ অভিযোগত কাৰাবাস খাটিছিল! সেই মুনাওৱাৰ ফাৰুকিয়ে এতিয়া বিগ বছ-১৭ৰ বিজেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.