• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

2 years ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা স্থাপত্যবিধ তাজমহলৰ দৰেই গুৰুত্বপূৰ্ণ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা স্থাপত্যবিধ তাজমহলৰ দৰেই গুৰুত্বপূৰ্ণ

2 minutes ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

50 minutes ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

10 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

11 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

11 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

12 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

13 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

13 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

15 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

editor by editor
February 1, 2024
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ভাৰত
0
ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?
0
SHARES
15.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত সাময়িকভাৱে ইনোভা ক্ৰিষ্টা, ফৰ্ছুনাৰ আৰু হিলাক্সৰ ডেলিভাৰি স্থগিত ৰাখিছে টয়টা কিৰ্লোস্কাৰ মটৰে। বাহনৰ ডেলিভাৰি বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সংস্থাই। সংবাদ সংস্থাৰ সূত্ৰই প্ৰকাশ কৰামতে এই বাহনৰ ডিজেল ইঞ্জিনত ত্ৰুটি থকাৰ বাবেই এই সিদ্ধান্ত লৈছে টয়টাই।

দেশৰ গাড়ীৰ বজাৰত বিশেষভাৱে জনপ্ৰিয় বাহনৰ এটা ব্ৰেণ্ড লৈছে টয়টা। বিশেষকৈ এই সংস্থাই নিৰ্মাণ কৰা ফৰ্ছুনাৰ আৰু ইনোভা ক্ৰিষ্টা খুবেই জনপ্ৰিয়। এই দুখন বাহন দেশত বিপুল পৰিমানত বিক্ৰিও হৈছে। অৱশ্যে বৰ্তমান এই তিনি বাহন কিনিবলৈ গৈ হতাশ হৈ উভতিছে বহুজন। অটোমোবাইস সংবাদ মাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি গাড়ীখনত টৰ্ক উৎপাদনত কিছু সমস্যাই দেখা দিছে। সেয়ে সাময়িকভাৱে এই বাহনৰ বিক্ৰি দেশত স্থগিত কৰি দিয়া হৈছে।

টয়টা মটৰ কৰ্পৰেশ্ব্যনে জনোৱা অনুসৰি টয়টা ইণ্ডাষ্ট্ৰিছ কৰ্পৰেছন(TICO)ক তেওঁলোকে ডিজেল ইঞ্জিন তৈয়াৰৰ দায়িত্ব দিছিল। টিকোই জনোৱা অনুসৰি ত্ৰুটি সমাধান কৰাৰ বাবে বিশেষ তদন্ত আৰম্ভ কৰিছে। বাহনসমূহৰ ত্ৰুটি সমাধান কৰাৰ বাবেই এই বিশেষ তদন্ত আৰম্ভ কৰিছে টয়টাই। বাহনসমূহৰ ডিজেল ইঞ্জিনত হৰ্ছপাৱাৰ আউটপুট চাৰ্টিফিকেশ্ব্যনৰ সময়ত এই ক্ৰুটি লক্ষ্য কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে। টয়টাই লগতে জনোৱা অনুসৰি পৰীক্ষা কৰাৰ সময়ত ১০টা মডেলত এই ত্ৰুটি ধৰা পৰিছিল। ইয়াৰে ৬খন জাপানৰ বাহন আছিল। বৰ্তমান বিক্ৰি বন্ধ হ’লেও গাড়ীৰ উৎপাদন আৰু বুকিং জাৰি ৰাখিছে টয়টাই।

এই বাহনৰ ৱেইটিং পিৰিয়ড বৃদ্ধি কৰাৰো সিদ্ধান্ত লোৱা হৈছে। সংস্থাই জনোৱা অনুসৰি উক্ত বাহনসমূহৰ ইঞ্জিন পাৰ্ফৰমেন্স ষ্টেণ্ডাৰ্ড মানিয়েই চলে। সেয়ে এই বাহন ক্ৰয় কৰিবলৈ গ্ৰাহক উদ্বাউলো হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০ টকীয়া নোটখনৰ এপিঠিত থকা স্থাপত্যবিধ তাজমহলৰ দৰেই গুৰুত্বপূৰ্ণ
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা স্থাপত্যবিধ তাজমহলৰ দৰেই গুৰুত্বপূৰ্ণ

July 11, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
Next Post
৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.