• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

2 years ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

50 minutes ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

1 hour ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

2 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

3 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

4 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

4 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

6 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

18 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

18 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

19 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

editor by editor
February 1, 2024
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৯ফেব্ৰুৱাৰী ডেড লাইন। ২৯ ফেব্ৰুৱাৰীৰ পাছত আৰু বেংকিং পৰিসেৱা দিব নোৱাৰিব বেচৰকাৰী বেংকিং সংস্থা পে টিএমে। এই নিৰ্দেশ জাৰি কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া RBIয়ে। RBIৰ সেই নিৰ্দেশৰ পাছতেই বিপদত পৰিছে পেটিএম। শ্বেয়াৰ বজাৰতো বিপৰ্যয় নামি আহিছে। দেশৰ শীৰ্ষ বেংকে জনোৱা অনুসৰি ২৯ফেব্ৰুৱাৰীৰ পাছত পেটিএমে গ্ৰাহকক আৰু বেংকিং পৰিসেৱা আগবঢ়াব নোৱাৰিব। ২৯ফেব্ৰুৱাৰীৰ পাছত এই বেচৰকাৰী বেংকিং সংস্থাই কোনো গ্ৰাহকৰ পেটিএম একাউণ্ট, ৱালেট বা ফাষ্টটেগত নতুনকৈ ধন জমা দিব বা ক্ৰেডিট কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিছে ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকৰ এই ঘোষণাৰ পাছতেই পেটিএম শ্বেয়াৰৰ দৰ কমিবলৈ আৰম্ভ হৈছে।

বৃহস্পতিবাৰে পে টিএমৰ শ্বেয়াৰৰ দৰ ২০শতাংশলৈ কমি আহিছে। বুধবাৰে পেটিএমৰ প্ৰতিটো শ্বেয়াৰৰ দাম আছিল ৭৬১ টকা। বৃহস্পতিবাৰে সেই শ্বেয়াৰ কমি ৬০৯ টকা হৈছে। কিন্তু কিয় ৰিজাৰ্ভ বেংকৰ শাস্তিৰ সন্মুখীন কিয় হ’বলগা হৈছে পেটিএম? দেশৰ শীৰ্ষ বেংকে কিয় পেটিএমৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে স্পষ্টৰূপত জনাইছে যে তেওঁলোকে ক্ৰমাগত নিয়ম উলংঘন কৰিছে। KYC আৰু আইটি সম্পৰ্কিয় নিয়ম ভঙাৰ বাবেই ৰিজাৰ্ভ বেংকৰ শাস্তিৰ সন্মুখীন হৈছে পেটিএম। পেটিএম পেমেণ্টছ বেংক লিমিটেড (পিপিবিএল) আৰু অভিভাৱত সংস্থা ৱান ৯৭ কমিউনিকেছনছৰ মাজত প্ৰয়োজনীয় তথ্য আদানপ্ৰদান সংক্ৰান্তীয় অনিয়মৰ অভিযোগো উত্থাপিত হৈছে।

ইয়াৰোপৰি পেটিএমৰ ভাৰতীয় গ্ৰাহকসকলৰ তথ্য চীনা অংশীদাৰসকলৰ হাতলৈ যোৱাৰো অভিযোগ উত্থাপিত হৈছে এই সংস্থাৰ বিৰুদ্ধে। বেচৰকাৰী বেংকিং সংস্থা বা আৰ্থিক প্ৰতিষ্ঠানত আমানতকাৰীসকলে জমা ৰখা টকাৰ নিৰাপত্তাক লৈ বহু দিন ধৰিয়েই উদ্বেগ প্ৰকাশ কৰিছে শীৰ্ষ বেংকে। ২০১৮ চনৰ পৰা ৰিজাৰ্ভ বেংকৰ নজৰত আছে পেটিএম পেমেণ্টছ বেংক।

KYC সংক্ৰান্তীয় নিয়ং অমান্য কৰাৰ বাবে বিগত বৰ্ষৰ অক্টোবৰ মাহত পেটিএমক ৫.৩৯ কোটি টকাৰ জৰিমনা বিহিছিল ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত দিয়া বিবৃত্তিত জনাইছিল, ‘KYC সংক্ৰান্তীয় নিয়ম নমনাৰ বাবে, বেংকত লাইছেন্সিং বিষয়ক নিয়ম অমান্য কৰাৰ বাবে, দিনৰ শেষত গ্ৰাহকৰ বেলেন্স সম্পৰ্কীয় শুদ্ধ তথ্য নিদিয়াৰ বাবে, ইউপিআই পেমেণ্টৰ ক্ষেত্ৰত এপ নিৰ্ভৰ মোবাইল বেংকিং নিৰাপত্তা সংক্ৰান্তীয় নিয়ম নমৱাৰ বাবে পেটিএমক এই জৰিমনা বিহা হৈছে।’

ইয়াৰ পূৰ্বে ২০২২ চনৰ মাৰ্চ মাহত পেটিএমক নতুন একাউণ্ট খোলাৰ বিষয়টোত নিষেধাজ্ঞা জাৰি কৰিছিল ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছিল, নতুনকৈ আৰু কোনো গ্ৰাহকক যোগ নকৰাব। কিন্তু সেই আইনো অমান্য কৰি আহিছে পেটিএমে। ২০১৮ চনতেই প্ৰথমবাৰৰ বাবে KYC প্ৰক্ৰিয়াৰ অনিয়মক লৈ সতৰ্কবাণী দিছিল ৰিজাৰ্ভ বেংকে। শেহতীয়াভাৱে পেটিএমৰ ডেডলাইন বান্ধি দিয়াৰ পাছতেই গ্ৰাহকৰ মাজত উদ্বেগ বাঢ়িছে। পেটিএম একাউণ্টত জমা থকা টকা কি হ’ব সেই বিষয়টোক লৈয়ো চিন্তিত হৈ পৰিছে পেটিএম গ্ৰাহক।

গ্ৰাহকৰ জমা ধনক লৈ কি কৈছে ৰিজাৰ্ভ বেংকে?
RBIয়ে জনাইছে যে, ২৯ফেব্ৰুনাৰীৰ পাছত এই বেচৰকাৰী বেংকিং সংস্থাৰ কোনো গ্ৰাহকৰ পেটিএম একাউণ্ট, ৱালেট বা ফাষ্টটেগ নতুনকৈ ধন জমা দিয়া বা ক্ৰেডিট লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ বাবে গ্ৰাহকৰ ছেভিংছ একাউণ্ট আৰু ৱালেটত জমা থকা ধনৰ ওপৰত কোনো প্রভাৱ নপৰে। পেটিএম একাউণ্টত জমা হৈ থকা ধন গ্ৰাহকে ব্যৱহাৰ কৰিব পাৰিব। ছেভিংছ আৰু কাৰেণ্ট দুই একাউণ্টৰ ক্ষেত্ৰতেই এই নিয়ম কাৰ্যকৰী হ’ব। অৰ্থাৎ ২৯ ফেব্ৰুৱাৰীৰ পাছতো গ্ৰাহকৰ পেটিএম একাউণ্টৰ পৰা অনলাইনত ধন ট্ৰেন্সফাৰ কৰিব পৰা যাব। পেটিএমৰ ইউনিফায়েড পেমেণ্ট ইণ্টাৰফেচ বা ইউপিআইৰ লেনদেনত কোনো সমস্যা নহয়।

গ্ৰাহকক উদ্দেশ্যি এই একেই বাৰ্তা শ্বেয়াৰ কৰিছে পেটিএমেও। সংস্থাক লৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশৰ পাছতেই ইতিমধ্যে নিজা প্ৰতিক্ৰিয়াও দাঙি ধৰিছে পেটিএমে। এক বিবৃতিতত পেটিএমৰ প্ৰধান সংস্থা ৱান-৯৭ কমিউনিকেশ্ব্যনছে জনাইছে যে, পেটিএম পেমেণ্টছ বেংক লিমিটেডে যিমান পাৰি সিমান সোনকালে এই সমস্যা সমাধানৰ বাবে ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনাত বহিম। ৰিজাৰ্ভ বেংকে যি নিৰ্দেশ দিছে, সেই নিয়মো অনতিপলমে কাৰ্যকৰী হ’ব বুলিও জনাইছে ওছিএলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ
জীৱনশৈলী

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?
জীৱনশৈলী

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

May 25, 2026
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!
জীৱনশৈলী

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

May 25, 2026
Next Post
দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

শুক্ৰবাৰে ধন যোগ, ইয়াৰোপৰি থাকিব লক্ষ্মীৰ আশীৰ্বাদ! হঠাৎ ৫ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.