• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

2 years ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

7 minutes ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

55 minutes ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

10 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

11 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

12 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

12 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

13 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

13 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

15 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

editor by editor
February 1, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?
0
SHARES
15.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰত ৭লাখ টকালৈকে আয় কৰিলে আপুনি দিব নালাগে কোনো আয়কৰ। লোকসভাৰ অন্তবৰ্তীকালীন বাজেট ২০২৪ পেছ কৰিবলৈ গৈ বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। তেওঁ স্পষ্টকৈ জনাই দিছে যে, নতুন কৰ ব্যৱস্থাৰ আওতাত ৭লাখ পৰ্যন্ত কোনো আয়কৰ দিব নালাগে। প্ৰকৃততে এই নিয়ম বিগত বৰ্ষতেই লাঘু হৈছে। ষ্টেণ্ডাৰ্ড ডিডাকছনৰ হিচাপ কৰিলে প্ৰায় ৪লাখ টকা পৰ্যন্ত আয়কৰ বাদ পৰিছে সাধাৰণ মানুহৰ। ৭লাখ পৰ্যন্ত আয়কৰ দিব নালাগে বুলি ঘোষণাৰ অৰ্থ হৈছে কৰ কাঠামোত কোনো পৰিবৰ্তন নাহে।

এই প্ৰসংগত নিৰ্মলা সীতাৰমনে জনোৱা অনুসৰি যিহেতু এয়া অন্তবৰ্তীকালীন বাজেট। সেয়ে জুলাই-আগষ্ট মাহত আৰু এখন পূৰ্ণাংগ বাজেট পেছ কৰা হ’ব। তেতিয়া আয়কৰক লৈ নতুন কোনো ঘোষণা কৰা হ’ব পাৰে। মধ্যবিত্ত শ্ৰেণীয়ে আশা কৰিছে যে বাজেটত আয়কৰ ৰেহাই আৰু বৃদ্ধি কৰা হ’ব পাৰে। বিশেষকৈ মেডিক্লেমত কৰ ৰেহাই দিয়া হ’ব পাৰে। একাংশ অৰ্থনীতিবিদৰ মতে ৭লাখ পৰ্যন্ত আয়কৰ ৰেহাইয়ে যথেষ্ট। এই ৰেহাইয়ে মধ্যবিত্তৰ চাহিদা পূৰণ কৰিছে। বেছিভাগ চাকৰিয়ালে এই কৰ ৰেহাইৰ তালিকাত তালিকাভূক্ত হৈ আছে।

অৱশ্যে এই বাজেট যিহেতু অন্তবৰ্তীকালীন বাজেট, সেয়ে আয়কৰত খুব বেছি পৰিবৰ্তনৰ প্ৰত্যাশাও কোনোৱে কৰা নাছিল। ১২ লাখ টকাতকৈ বেছি উপাৰ্জনকাৰীৰ আয়কৰৰ নিয়মত কিছু পৰিবৰ্তন আশা কৰা হৈছিল। উল্লেখ্য বিষয় এয়াই যে, নতুন কৰ ব্যৱস্থাৰ আওতাত ৭লাখ টকা পৰ্যন্ত আয় কৰমুক্ত হ’লেও পুৰণা কৰ ব্যৱস্থাত এই সীমা আছে ৫লাখ। অৰ্থাৎ আয়কৰদাতাক ৭লাখ টকাৰ ভিতৰত আয়কৰ ৰেহাই দিলেও নতুন কৰ ব্যৱস্থাত আয়কৰ জমা দিব লাগিব। আয়কৰত খুব বেছি পৰিবৰ্তন নহ’লেও এই বাজেটে কিছু স্বাস্তি দিছে মধ্যবিত্তক। প্ৰথমটো হৈছে ২কোটি পৰিয়ালক আৱাস যোজনাৰ আওতালৈ আহি পকী ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰোপৰি দেশৰ ১কোটি ঘৰত বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ প্ৰদানৰ কথাও বাজেটত ঘোষণা কৰা হৈছে। ঘৰত ছলাৰ পেনেল বহুৱাই বিদ্যুৎ প্ৰদানৰো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্তৰ কথা বাজেটত উল্লেখ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
Next Post
Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

Paytmত জমা হৈ থকা টকাবোৰ উভতাই নাপাব নেকি? বেংকিং পৰিসেৱা যোগান ধৰিব নোৱাৰিলে পুৰণি গ্ৰাহকৰ টকাবোৰ কি হ’ব জনালে ৰিজাৰ্ভ বেংকে

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.