• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

2 years ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

28 minutes ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

1 hour ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

2 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

5 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

5 hours ago
১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

১১ এপ্ৰিলৰ পৰা বুধ-গুৰুৰ নীচভঙ্গ ৰাজযোগ, ৩ৰাশিৰ সৌভাগ্য উজলি উঠিব

5 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

7 hours ago
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

7 hours ago
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

8 hours ago
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

editor by editor
March 15, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন
0
কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

কোনো চিনেমাৰ হিৰো নহয়, নহয় কোনো ষ্টাৰকিড। নাই কোনো গডফাডাৰো। কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই জনপ্ৰিয় হৈ পৰা এগৰাকী লোক। যিয়ে এটা নিশাতে কেৱল এখন ফটো উঠাৰ বাবদে লাভ কৰে মুহ-মাংগী-কিমত।

বলীউডৰ সকলো পাৰ্টীতে দেখা পোৱা যায় এইগৰাকী লোকক। পৰিচিত নাম অৰি, প্ৰকৃত নাম অৰহান আৱত্ৰামণি। সকলোৱে এই অৰিৰ সৈতে উঠিব বিচাৰে এখন হলেও ফটো।

সদ্যহতে আম্বানী পৰিয়ালৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ প্ৰী-বিবাহ অনুষ্ঠানতো সক্ৰিয় ভাৱে দেখা পোৱা গৈছিল অৰিক। সেই অনুষ্ঠানৰ পাছতে এক সাক্ষাতত অৰিয়ে কয়, বহুতেই অৰিক তেওঁলোকৰ অনুষ্ঠানত বিচাৰে।

অৰিক যি কোনো টকাৰ বিনিময়ত তেওঁলোকৰ অনুষ্ঠান সমূহত উপস্থিত থকাতো বিচাৰে লোকসমূহে। কেতিয়াবা যদি দৰা, কেতিয়াবা আকৌ কইনাৰ আলহী নাইবা কেতিয়াবা বন্ধু বুলি চিনাকি দিবলৈ ভাল পায় পৰিয়ালৰ লোক সমূহে।

এইদৰে পৰিয়ালৰ কোনো এজন বুলি চিনাকি দিলে এটা নিশাতে অৰিয়ে লাভ কৰে ৩০ৰ পৰা ৫০ লাখ পৰ্যন্ত টকা। কেৱল আলহী বুলি পৰিচয় দি ফটো উঠি সামাজিক মাধ্যমত দিয়াই সকলোৰে ইচ্ছা। পাছে এই অৰি কোন সেই সন্দৰ্ভত ভালদৰে কোনেও জ্ঞাত নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodOrrysocial mediaSocial Media CelebritySocial Media Starviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!
জীৱনশৈলী

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

April 8, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

April 8, 2026
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
Next Post
AIUDF এ ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, ধুবুৰীতেই নামিব আজমল

AIUDF এ ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, ধুবুৰীতেই নামিব আজমল

ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, চূড়ান্ত হ’ব নিৰ্বাচনী ৰণনীতি

ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, চূড়ান্ত হ'ব নিৰ্বাচনী ৰণনীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.