• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

3 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

38 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

editor by editor
March 16, 2024
in জীৱনশৈলী, বিনোদন
0
৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

বৰ্তমান সময়ত হিন্দী কিম্বা অসমীয়া হওক, ধাৰাবিকৰ সীমা সংখ্যা নাই। যিটো চেনেলেই লগোৱা হয় টিভিত সেই চেনেল টোতেই যেন ধাৰাবাহিকৰ লানি নিচিগা শাৰী। ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহি থাকিয়েই এখনৰ পাছত সিখন ধাৰাবাহিকৰ সোৱাদ লব পৰাকৈ আজিৰ সময় আহি পৰিছে।

দৰ্শকৰ সংখ্যা যিদৰে বাঢ়ি গৈছে, তেনেদৰে ধাৰাবাহিকৰ সংখ্যাও দিনে দিনে বাঢ়ি গৈছে। ধাৰাবাহিকৰ মানদণ্ডও আজিকালি ইখনতকৈ সিখন চৰা। টি আৰ পিৰ পাছত দৌৰা সকলো ধাৰাবাহিকতেই দেখা পোৱা যায় চিনেমা সদৃশ বাহুল্যতা।

অৱশ্য পূৰ্বৰ ৯০ দশকৰ দৰে আজিৰ ধাৰাবাহিকে দৰ্শকৰ মনত গভীৰ চাপ বহুৱাবলৈ সক্ষম নহয়। পূৰ্বে দিয়া সেই নগন্য সংখ্যক ধাৰাবাহিকে আজিয়ো কোনোবাখিনিত দৰ্শকৰ মন আগুৰি আছে।

পাছে আপুনি জানেনে টিভি জগতৰ প্ৰথমখন ধাৰাবাহিক কি আছিল আৰু কোনটো চেনেল যোগে সপ্ৰচাৰিত হৈছিল!

সেয়া আছিল ১৯৮৪ চনৰ কথা। ৭ জুলাই তাৰিখে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছিল ‘হাম লোগ’ নামেৰে টিভি জগতৰ প্ৰথমখন ধাৰাবাহিক।

১৫৬ টা খণ্ড থকা সেই ধাৰাবাহিকখন এটা মধ্যবিত্ত যৌথ পৰিয়ালৰ কাহিনী আছিল। যি সময়ত ধাৰাবাহিক খন সম্প্ৰচাৰিত হৈছিল সেই সময়ত দেশৰো অধিক লোক মধ্যবিত্ত হোৱাৰ লগতে যৌথ পৰিয়ালত বাস কৰিছিল।

যাৰ বাবে ধাৰাবাহিকখন উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকৰে আপোন আপোন লাগিছিল কাহিনীভাগ। যাৰেই ঘৰত টিভি আছিল আৰু এই ধাৰাবাহিকখন দিয়াৰ সময় হৈছিল সেই ঘৰখনত ভিৰ লাগি গৈছিল মানুহৰ।

সুন্দৰ অভিনয়, সুন্দৰ কাহিনীভাগ, তাতে আৰু সোণতে সুৱগা চৰাইছিল বোলছবি জগতৰ ছুপাৰষ্টাৰ অশোক কুমাৰৰ কথক হিচাপে কৰা কাম। প্ৰথমটো খণ্ডতেই দৰ্শকক একেবাৰে মোহিত কৰি পেলাইছিল।

এই ‘হাম লোগ’ নামৰ ধাৰাবাহিক খনৰ সফলতাৰ পাছতে টিভি জগতলৈ আহিছিল ৰামায়ণ, মহাভাৰত, জয় হনুমান, শক্তিমান আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hindi SerialHum LogIndian TV ShowSerial
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

নংগেলী আৰু নীৰা....জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা, শৌচালয়ৰ টেংকিত উদ্ধাৰ…

বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা, শৌচালয়ৰ টেংকিত উদ্ধাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.