• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

2 years ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

23 minutes ago
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

46 minutes ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

13 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

14 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

15 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

16 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

17 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

18 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

editor by editor
March 17, 2024
in ভাৰত
0
পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

বিগ বছ খ্যাত জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱক আজি ১৭ মাৰ্চ তাৰিখে নয়দা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এক ৰেভ পাৰ্টীৰ আয়োজন আৰু সেই পাৰ্টীত সাপৰ বিষৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে এলভিছক।

নয়দাৰ চেক্টৰ ২০ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জনপ্ৰিয় ইউটিউবাৰগৰাকীক। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি সোধপোচৰ বাবে মতা হৈছিল এলভিছক, সোধপোচৰ শেষত গ্ৰেপ্তাৰ কৰি সুৰজপুৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ৰেভ পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰা ঘটনা বিগত বৰ্ষৰে। বিগত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে আৰক্ষী থানাত এলভিছৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইতিমধ্যে ৫ জনক আটক কৰিছে। এই ৫ জনৰ পৰা আৰক্ষীয়ে সাপৰ বিষো উদ্ধাৰ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ElvishRav PartySnake PoisonyoutubeYoutuber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

May 15, 2026
একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?
জীৱনশৈলী

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

May 15, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব
জীৱনশৈলী

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

May 14, 2026
Next Post
মন্দিৰ দৰ্শনৰ সময়তে অঘটন, হঠাতে সজ্ঞা হেৰুৱালে ১২জনৰো অধিক লোকে

RCB

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন