• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

3 years ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

4 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

34 minutes ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

1 hour ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

2 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

20 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

20 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

21 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

22 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

22 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

23 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

23 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

editor by editor
March 17, 2024
in ভাৰত
0
পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰি শলঠেকত জনপ্ৰিয় ইউটিউবাৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

বিগ বছ খ্যাত জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱক আজি ১৭ মাৰ্চ তাৰিখে নয়দা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এক ৰেভ পাৰ্টীৰ আয়োজন আৰু সেই পাৰ্টীত সাপৰ বিষৰ যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে এলভিছক।

নয়দাৰ চেক্টৰ ২০ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জনপ্ৰিয় ইউটিউবাৰগৰাকীক। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আজি সোধপোচৰ বাবে মতা হৈছিল এলভিছক, সোধপোচৰ শেষত গ্ৰেপ্তাৰ কৰি সুৰজপুৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, ৰেভ পাৰ্টীত সাপৰ বিষ ব্যৱহাৰ কৰা ঘটনা বিগত বৰ্ষৰে। বিগত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে আৰক্ষী থানাত এলভিছৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইতিমধ্যে ৫ জনক আটক কৰিছে। এই ৫ জনৰ পৰা আৰক্ষীয়ে সাপৰ বিষো উদ্ধাৰ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ElvishRav PartySnake PoisonyoutubeYoutuber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!
অপৰাধ

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

October 12, 2026
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
Next Post
মন্দিৰ দৰ্শনৰ সময়তে অঘটন, হঠাতে সজ্ঞা হেৰুৱালে ১২জনৰো অধিক লোকে

মন্দিৰ দৰ্শনৰ সময়তে অঘটন, হঠাতে সজ্ঞা হেৰুৱালে ১২জনৰো অধিক লোকে

RCB

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.