• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

2 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

19 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

1 hour ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

3 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

4 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

22 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

24 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

24 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

editor by editor
March 21, 2024
in Uncategorized
0
বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

২০২৩ চনৰ নৱেম্বৰ মাহত বিয়া হৈছিল হে , ৪ মাহৰ ভিতৰতে হঠাতে কংকাল সদৃশ হৈ পৰিছে বলীউডৰ বলিষ্ঠ অভিনেতা ৰনদীপ হুদা। সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰি এই বিষয়ে জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।

অৱশ্যে ভয় কৰিবলগীয়া একো নাই। এয়া কোনো বেমাৰ বা কোনো সমস্যাৰ বাবে নহয়, বৰঞ্চ পূৰ্বৰ দৰে চৰিত্ৰ অনুযায়ী চেহেৰা সলাইছে অভিনেতাগৰাকীয়ে।

চৰিত্ৰৰ দাবী অনুসাৰেই যিদৰে পূৰ্বেও নিজকে সলাই লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, তেনেদেৰ এইবাৰো চৰিত্ৰত সম্পূৰ্ণৰূপে খাপ খাই পৰিবৰ বাবে এইদৰে সলাই লৈছে ৰনদীপে নিজকে। মুঠ ২৬ কেজি হ্ৰাস কৰিছে অভিনেতাগৰাকীয়ে।

শৰীৰ বুলিবলৈ কেৱল জকাটোহে থকাৰ দৰে হৈছে ৰনদীপৰ। যি ফটো সামাজিক মাধ্যমত দেখাৰ লগে লগে কান্দি উঠে মাতৃয়ে লগেত ক্ৰোধাম্বিত হৈ উঠে পিতৃ।

‘স্বতন্ত্ৰবীৰ সাবৰকৰ’ নামৰ ছবিৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে এইবাৰ ডাইৰেক্টৰ হিচাপেও বলীউডত কাম আৰম্ভ কৰিব ৰনদীপে। ৰনদীপৰ বিপৰীতে ছবিখনত কাম কৰিব টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেই। লগতে এইখন ছবিৰ জৰিয়তে বলীউডত এন্ট্ৰি কৰিব ৰনদীপৰ ভনীয়েকে।

এক সাক্ষাতত ৰনদীপৰ ভনীয়েকে কয়, এইদৰে ওজন হ্ৰাসৰ বাবে বহু কষ্ট কৰিব লগা হৈছে। শৰীৰত যাতে কোনো ধৰণৰ ভিটামিন আৰু মিনাৰেল কম নহয় তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে বাদামৰ পৰা বনোৱা ঘী আৰু নাৰিকলৰ তেলত বনোৱা খাদ্য খোৱা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সৰৱজীতৰ বাবেও এইদৰে নিজকে সম্পূৰ্ণ সলাই পেলাইছিল ৰনদীপ হুদাই। সেইবাৰ ২৮ দিনত ২০ কেজি হ্ৰাস কৰিছিল অভিনেতাগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorBollywood HeroMovieRandeep Hooda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.