• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

2 years ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

20 minutes ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

55 minutes ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

1 hour ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

2 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

3 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

3 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

4 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

4 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

4 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

5 hours ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

5 hours ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

editor by editor
March 31, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা
0
SHARES
689
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পৰ্কত বয়স বাঢ়িলে বহুতৰেই প্ৰিয়জনৰ প্ৰতি থকা অনুৰাগ যেন কৰোবাত লাহে লাহে কমি আহে। অজানিতেই দুয়োৰে মাজত দূৰত্বও বাঢ়ে। আনকি এসময়ত গৈ প্ৰেম কেৱল কঢ়িয়াই ফুৰা এক বোজা হৈ পৰে। এই ভালপোৱাহীন সম্পৰ্কটোৱেই দুই প্ৰেমিক-প্ৰেমিকাৰ বাবে গলগ্ৰহ হৈ পৰে। এই পৰিস্থিতি জটিল হোৱাৰ পুৰ্বে কেনেকৈ এটা সম্পৰ্কৰ মাজত প্ৰেমভাৱ আজীৱন ফাগুনৰঙী কৰি ৰাখিব তাৰবাবেই বিজ্ঞজনে দিছে বিশেষ কিটিপ।

এই বিশেষ টিপছসমূহ মানি চলিলেই এটা সম্পৰ্ক কাহানিও পুৰণি নহয় বুলিও বিশেষজ্ঞই দাবী কৰে। আপোনাৰ প্ৰেমো বেৰঙী হৈ পৰিছে নেকি? তেন্তে এইকেইটা কিটিপ ব্যৱহাৰ কৰি আপোনাৰ সম্পৰ্কক আকৌ ন ৰূপ দিব পাৰিব। পুৰণি প্ৰেমত নতুন উষ্ণতা আনিবলৈ কি কি কৰিব?

১) ডেটত যাওক
বয়সৰ সৈতে প্ৰেমো পুৰণি হৈ পৰে। বহু প্ৰেমিকেই প্ৰেয়সীৰ সৈতে ডেটত যোৱাটো আউটডেটেড কাম বুলি ভাৱিবলৈ লয়। এনেকৈ প্ৰেমৰ উষ্ণতা ধীৰে ধীৰে কমিবলৈ লয়। প্ৰেয়সীয়েও একাকীত্বত ভুগিবলৈ ধৰে। মনৰ শূন্যতাই প্ৰেমতো দূৰত্ব আনে। প্ৰেয়সী বা প্ৰেমিকৰ মনত প্ৰেমভাৱ ঘূৰাই আনিবলৈ মাজে মাজে ডেটত যাওক। যদি আপোনাৰ সংগীয়ে ডেটত যাবলৈ মন নকৰে তেন্তে জোৰ কৰি হ’লেও নিয়ক। এই কামেই আপোনালোকৰ মনৰ হেৰুৱা প্ৰেম পুনৰ উভতাই আনিব।

২) মাজে মাজে গীফট দিয়ক
মনৰ মানুহক গীফট দিব লাগে। গীফটেই সম্পৰ্ক এটাক ন ৰূপ দিব পাৰে। প্ৰেমিক বা প্ৰেয়সীয়ে দূৰত্ব আনিলেই গীফটেই একমাত্ৰ মাধ্যম দিয়ে সম্পৰ্কক কাষ চপাই আনে। পাৰিলে সংগীক চাৰপ্ৰাইজ গীফট দিয়ক। আপোনাৰ এই আচৰণেই সংগীৰ মনত আপোনাৰ প্ৰতি আন্তৰিকতা বঢ়াই তুলিব। আপোনাক নিজৰ হৃদয়ত চিৰস্থায়ী স্থান দিব।

৩) প্ৰেমৰ প্ৰস্তাৱ দিয়ক
আপুনি তেওঁক ভালপায় সেই কথা তেওঁক মাজে মাজে মুখ খুলিও ক’ব। এই বিষয়টো একোটা সম্পৰ্কত প্ৰেম জীয়াই থাকিবৰ বাবে খুবেই জৰুৰী। প্ৰেয়সী বা প্ৰেমিকক মন গলেই প্ৰেমৰ প্ৰস্তাৱ দিয়ক। এই প্ৰস্তাৱেই অনুৰাগ বঢ়াই তুলিব।

৪) সন্মান কৰক
প্ৰেমিক বা প্ৰেয়সী দুয়োৱে দুয়োকে সন্মান কৰাটো খুবেই জৰুৰী। আত্মসন্মান থকা ব্যক্তিৰ বাবে এই বিষয়টো খুবেই জৰুৰী। প্ৰেয়সী বা প্ৰেমিকে কোনো কামত আগবাঢ়িলে সেই কামক আপুনি বেয়া পালেই সন্মানেৰে সৈতে বিষয়টো উত্থাপন কৰক। তেওঁ ভালপোৱা কোনো কাম আপুনি বেয়া পালেও বিষয়টোক উপলুঙা নকৰিব। কাৰণ প্ৰত্যেকৰেই ব্যক্তিত্ব অনন্য।

৫) শাসন নহয়
প্ৰেমিক বা প্ৰেয়সীক শাসন কৰিবলৈ নাযাব। অহেতুক নিয়ন্ত্ৰণ কৰিবলৈ নাযাব। বৰং সংগীক স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক। এই স্বাধীনতাই আপোনালোকৰ সম্পৰ্কক সু-দৃঢ় কৰি তুলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?
জীৱনশৈলী

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

May 6, 2026
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি
জীৱনশৈলী

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

May 6, 2026
Next Post
১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

১০০ বছৰৰ পাছত এপ্ৰিল মাহত ৰাজযোগ! বুধাদিত্য আৰু লক্ষ্মী নাৰায়ণ যোগত ভাগ্য উজ্বলি উঠিব ৫ ৰাশিৰ

কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

কেজৰীৱালক তিহাৰলৈ পঠিয়ালে আদালতে! কাৰাগাৰৰ কোঠাত কেজৰীক কিয় লাগে গীতা, ৰামায়ণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.